In this Post we have Uploaded Guahati University Entrepreneurship Question Paper 2021 Held in 2022 Which Can be Very Useful B.com 3rd Sem Students of Guahati University (GU).
Guwahati University Question Papers
Entrepreneurship 2021 (Held in 2022)
B.com 3rd Sem (Hons)
4 (Sem-3/CBCS) COM SE 1/2/3
2021
(Held in 2022)
COMMERCE
(Skill Enhancement Course)
Answer the Questions from any one Option.
OPTION-A
Paper COM-SEC-3014
(Entrepreneurship)
Full Marks : 50
Time: Two hours
The figures in the margin indicate full marks for the questions.
1. Answer as directed :
নির্দেশ অনুযায়ী উত্তৰ দিয়া :
1x4=4
(a) Who advocated the concept of innovation in entrepreneurship? শিল্প উদ্যোমিতাত অভিনৱতাৰ তত্ত্ব উদ্ভাৱন কৰা ব্যক্তিজন কোন আছিল?
(b) Suggest one measure to remove the problems of small businesses.
ক্ষুদ্র ব্যৱসায়সমূহৰ সমস্যা সমাধানৰ এটা উপায় আগবঢ়োৱা।
(c) Write the full form of DICC.
DICC-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
(d) Mention one component of Business Plan.
ব্যৱসায় পৰিকল্পনাৰ এক উপাদান উল্লেখ কৰা।
2.Write short answer :
চমু উত্তৰ লিখা :
2x3 = 6
(a) State two differences between Social entrepreneur and Business entrepreneur. সামাজিক উদ্যোমী আৰু ব্যৱসায়িক উদ্যোমীৰ মাজৰ দুটা প্রভেদ উল্লেখ কৰা।
(b) State two problems confronted by the small tea growers in Assam.
অসমত ক্ষুদ্ৰ চাহ উদ্যোগী সকলে সম্মুখীন হোৱা দুটা সমস্যাৰ বিষয়ে উল্লেখ কৰা।
(c) Mention two contents of a business plan.
ব্যৱসায়িক পৰিকল্পনাৰ দুটা উপাদান উল্লেখ কৰা।
3. Write answers to the following
তলত দিয়া বিষয়সমূহৰ উত্তৰ লিখা :
5×2= 10
(a) Write about five essential qualities of an entrepreneur.
এজন শিল্প উদ্যোমীৰ পাঁচটা আৱশ্যকীয় গুণাৱলীৰ বিষয়ে লিখা।
(b) Highlight five contributions of small and medium scale entrepreneurs in the development of Indian economy.
ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশত ক্ষুদ্ৰ আৰু মজলীয়া পৰিসৰৰ উদ্যোমী সকলৰ আগবঢ়োৱা পাঁচটা অৱদানৰ কথা দাঙি ধৰা।
4. Write answers to the following: (any three)
তলৰ বিষয় কেইটাৰ ওপৰত উত্তৰ লিখা : (যিকোনো তিনিটাৰ)
10x3=30
(a) What is Rural Entrepreneurship? What significant role can the rural entrepreneurs play in economic development of our country? Discuss.
গ্রাম্য শিল্প উদ্যোমীতা কি? আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নে গ্রাম্য শিল্প উদ্যোমীতা কি কি তাৎপর্য বহন কৰিব পাৰে? আলোচনা কৰা।
2+8=10
(b) State five characteristics to understand the nature of small enterprises. Give five types of small enterprises with their characteristics.
ক্ষুদ্র ব্যৱসায়ৰ প্ৰকৃতি জাহিৰৰ বাবে পাঁচটা বৈশিষ্ট উল্লেখ কৰা। বৈশিষ্ট সহকাৰে পাঁচ ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বিষয়ে আলোচনা কৰা।
5+5=10
(c) What is Business Group ? What is Family Business? What are the major features of family business?
ব্যৱসায় গোট বা সমষ্টি কি? পৰিয়ালতান্ত্রিক ব্যৱসায় কি? পৰিয়ালতান্ত্রিক ব্যৱসায়ৰ মূল বৈশিষ্টসমূহ কি কি?
2+2+6=10
(d) What is understood by business incubators? Write about the features and functions of business incubators.
ব্যৱসায়িক উন্মেষক বুলিলে কি বুজা? ব্যৱসায়িক উন্মেষকৰ বৈশিষ্ট আৰু কামকাজ সমূহৰ বিষয়ে লিখা।
2+8=10
(e) What is plant location ? What is plant lay-out? Plant lay-out aims to achieve certain objectives. What are those?
প্রতিষ্ঠানৰ অৱস্থিতি নিরূপণ মানে কি? প্রকল্প ৰূপায়ণ মানে কি? প্রকল্প রূপায়ণৰ দ্বাৰা কিছু উদ্দেশ্য সাধনৰ লক্ষ্য বাছি লোৱা হয়। তেনে উদ্দেশ্যসমূহ কি কি?
2+2+6=10
(f) What is Resource Mobilisation? Categorise the resources needed to start up a business.
সমলৰ সমবেতকৰণ মানে কি? এটা ব্যৱসায় আৰম্ভণিৰ কাৰণে আৱশ্যকীয় সমলৰ শ্ৰেণীবিভাজন সমূহ ভাগ কৰি দেখুওৱা।
2+8=10
***