In this Post we have Uploaded 2022 Rabindranath University Hojai , Banking Question Paper 2022, B.Com 6th Sem. which Can be Very Useful For Your RTU B.Com 6th Sem Sessional or Final Examination.
2022
BANKING
(HONOURS)
(DSE)
Paper: 6-1
(Banking)
Full Marks: 80
Time: 3 hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. A. Choose the correct option: 1x5=5
শুদ্ধ বিকল্প বাচি উলিওৱা :
(a) RBI holds 100% shares in
(i) National Housing Bank
(ii) IDBI Bank
(iii) SBI
(iv) Exim Bank
RBI যে 100% অংশৰ মালিক হল।
(i) ৰাষ্ট্ৰিয় গৃহ নির্মাণ বেংক
(ii) IDBI বেংক
(ii) SBI
(iv) এক্সিম বেংক
(b) For establishing a new commercial bank in India a licence is required to be obtained from
(i) Registrar of Companies
(ii) RBI
(iii) Ministry of Finance
(iv) Govt. of India
ভাৰতত বাণিজ্যিক বেংক প্ৰতিষ্ঠা কৰিবলৈ অনুমতি পত্র লব লাগে –
(i) কোম্পানী সমূহৰ পঞ্জিয়কৰ পৰা
(ii) RBI ৰ পৰা
(iii) বিত্ত মন্ত্ৰালয়ৰ পৰা
(iv) ভাৰত চৰকাৰৰ পৰা
(c) A Garnishee order is an order issued by -
(i) RBI
(ii) Court
(iii) Income Tax Officer
(iv) Chief Justice of a High Court
গাণিচি হুকুম দিয়ে -
(i) RBI
(ii) আদালতে
(iii) আয়কৰ বিষয়াই
(iv) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
(d) The minimum period for which a commercial bank can accept term
deposit is -
(i) 7 days
(ii) 15 days
(iii) 30 days
(iv) 60 days
বাণিজ্যিক বেংকে ম্যাদি জমা ৰখাৰ সৰ্বনিম্ন সময় হল
(i) 7 দিন
(ii) 15 দিন
(iii) 30 দিন
(iv) 60 দিন
(e) If a court appoints a guardian of a minor, he (minor) will attain majority at the age of_
(i) 21 years
(ii) 18 years
(iii) 18 years
(iv) 19 years
যদি আদালতে কোনো নাবালকৰ অভিভাৱক নিযুক্তি দিয়ে তেনে ক্ষেত্ৰত নাবালক জন সাবালক হব –
(i) 21 বছৰত
(ii) 16 বছৰত
(iii) 18 বছৰত
(iv) 19 বছৰত
B. Answer whether true or false: 1×5-5
সচা নে মিচা উত্তৰ দিয়া :
(i) Bank Draft is a negotiable instrument.
বেংক ড্রাফ্ট এখন হস্তান্তৰযোগ্য দলিল।
(ii) Commercial banks are under the purview of RTI Act, 2005.
বাণিজ্যিক বেংক সমূহ RTI আইন 2005 ৰ অধিৰত পৰে।
(iii)"A / c payee crossing" is an warning to the transferee.
“প্ৰাপকৰ হিচাপত ৰেখাংকন” হস্তান্তৰ গ্ৰহীতালৈ সাবধান বাণী।
(iv) Overdraft is granted for short duration only.
অধিবিকর্ষ প্ৰদান কৰা হয় হ্রস্বকালীন সময়ৰ বাবে।
(v) A banker's lien is always a particular lien.
বেংকৰ স্বত্ব সদায় বিশেষ স্বত্ব।
Answer any five questions:2×5-10
যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ কৰা :
(a) What is scheduled bank ?
অনুসুচীভুক্ত বেংক কাক বোলে ?
(b) What is joint account?
যৌথ হিচাপ কাক বোলে?
(c) Explain the significance of blank endorsement.
মুকলি পৃষ্ঠাংকনৰ তাৎপৰ্য্য বাখ্যা কৰা।
(d) How the Imperial Bank of India was formed?
ভাৰতৰ ইম্পেৰিয়েল বেংক কেনৈক প্রতিষ্ঠা কৰা হৈছিল?
(e) Explain the main reason of bank nationalisation in India.
ভাৰতত বেংক ৰাষ্ট্ৰিয়কৰণৰ মূল কাৰণটো ব্যাখ্যা কৰা।
(f) What is discounting of bill?
বিলৰ বাট্টাকরণ কি?
Distinguish between: (any five)4 x 5 = 20
যিকোনো পাঁচোটাৰ পাৰ্থক্য দেখুৱা
(a) Holder and Holder in due course
ধাৰক আৰু যথবিহীত ধাৰক
(b) Bank draft and cheque
বেংকড্রাফ্ট আৰু চেক
(c) Reserve Bank of India and State Bank of India
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় ষ্টেট বেংক
(d) Loan and Cash Credit
ঋণ আৰু নগদ ঋণ
(e) A/c payee crossing and Not-negotiable crossing
প্ৰাপকৰ হিচাপত ৰেখাংকন আৰু অ-হস্তাস্তৰযোগ্য
(f)Mortgage and Equitable Mortgage.
ৰেখাংকন বন্ধক আৰু প্ৰতিনিধিত্বমূলক বন্ধক
4.Answer any four questions:
যিকোনো চাৰিটো প্ৰশ্নৰ উত্তৰ কৰা : 10x4-40
(a) Discuss the different types of loans granted by a banker to a customer.
গ্রাহকলৈ বেংকে আগবঢ়োৱা বিভিন্ন প্ৰকাৰৰ ঋণসমূহৰ বিষয়ে আলোচনা কৰা।
(b) Discuss the legal provisions of opening an account in the name of a minor.
নাবালকৰ নামত হিচাপ খোলাৰ বিভিন্ন আইনগত ব্যৱস্থা সমূহ আলোচনা কৰা।
(c) Write short notes on: (any two) 5x2 = 10
যিকোনো দুটাৰ চমু টোকা লিখা :
(i) Bank Balance Sheet
বেংক উদ্বৃত্ত পত্র
(ii) Non performing assets (NPA)
অ-ফলদায়ক সম্পত্তি
(iii) Retail Banking.
খুচুৰা বেংকিং
(d) Briefly state the principles of bank lending.
বেংকৰ ঋণদান নীতিসমূহ চমুকৈ বৰ্ণনা কৰা।
(e) State in brief the evolution of banks in
India before Independence.
ভাৰত স্বাধীন হোৱাৰ আগতে ভাৰতত বেংকৰ বিকাশ সম্পর্কে আলোচনা কৰা।
(f) Discuss the circumstances under which the paying banker can refuse payment of customer's cheque.
কি কি পৰিস্থিতিত পৰিশোধকাৰী বেংকে গ্ৰাহকৰ চেক অগ্রাহ্য কৰিব পাৰে।
(g) Discuss the special relationship between banker and customer.
বেংক আৰু গ্ৰাহকৰ বিশেষ সম্পৰ্কবোৰ আলোচনা কৰা।
**********