Advanced Corporate Accounting Questions Paper' 2022 | Gauhati University | B.com 6th Sem CBCS Pettern

In this post you will get Guahati University Advanced Corporate Accounting Question Paper 2022 B.com 6th Sem as per new CBCS Pattern.
Advanced Corporate Accounting Questions Paper' 2022 | Gauhati University | B.com 6th Sem CBCS Pettern


In this Post we have uploaded Advance Corporate Accounting Question Paper 2022, B.Com 6th Sem. Which Can be Very Useful For Your GU B.Com 6th Final Examination.


Guahati University Advanced Corporate Accounting  Question Paper 2022 B.Com 6th Sem (Hons)

2022

COMMERCE

(Honours Elective) 

Paper: COM-HE-6036

(Advanced Corporate Accounting)

Full Marks: 80

Time: Three hours

The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.


1. Answer the following as directed: (any ten) 1×10-10

নিৰ্দেশ অনুসৰি উত্তৰ লিখাঃ (দহটাৰ) 


(i) The full form of IFRS is_______.


IFRS ৰ সম্পূর্ণ নাম হ'ল________.


(ii) IASB stands for Indian Accounting Standard Board.

(State whether the statement is true or false)


IASB মানে ভাৰতীয় হিচাপকৰণৰ মানক বোর্ড।

(শুদ্ধ নে অশুদ্ধ লিখা)


(iii) Accounting Standard is mandatory for______.(Fill in the blanks)


_______ৰ বাবে হিচাপৰ মানক বাধ্যতামূলক।

(খালী ঠাই পূৰ কৰা)


(iv) In case of compulsory winding up liquidator is appointed by court. 

(State whether the statement is true or false)

বাধ্যতামূলক অৱসায়নৰ ক্ষেত্ৰত আদালতে অৱসায়ক নিযুক্তি দিয়ে। (বিবৃতিটো শুদ্ধ নে অশুদ্ধ লিখা)


(v) A contributory in winding up of a company is a creditor.


(State whether the statement is true or false) 

কোম্পানী অৱসায়নৰ ক্ষেত্ৰত অৰিহনামূলক হল এজন পাওনাদার। (বিবৃতিটো শুদ্ধ নে অশুদ্ধ লিখা)


(vi) As per section 17 of the Banking Regulation Act, every bank has to transfer ______ of profit to statutory reserve fund.

(Fill in the blanks)


বেংক নিয়ন্ত্ৰিত আইনৰ 17 ধাৰা অনুসৰি প্ৰতিটো বেংকে লাভব______শতাংশ বাধ্যতামূলক পুঁজি নিধিলৈ স্থানান্তৰ কৰিব লাগে।

(খালী ঠাই পুৰ্ণ কৰা)


(vii) Banking companies are governed by the Banking Regulation Act _______.

(Fill in the blanks) 


বেংকিং কোম্পানীসমূহ পৰিচালিত হয় বেংকিং নিয়ন্ত্রণ আইন______-ৰ দ্বাৰা। (খালী ঠাই পুৰণ কৰা)


(viii) What is surrender value in life insurance? 


জীৱন বীমাত সমৰ্পণ মূল্য কি ?


(ix) Rebate on bills discounted for a banking company is an income.

(State whether the statement is true or false) 


বাট্টাকৃত বিলৰ ৰেহাই বেংকিং কোম্পানীসমূহৰ এটা (বিবৃতিটো শুদ্ধ নে অশুদ্ধ লিখা)


(x) Commission on reinsurance ceded is an income. 

(State whether the statement is true or false) 


পুনৰবীমা সমৰ্পণৰ কমিছন এটা আয়।

(বিবৃতিটো শুদ্ধ নে অশুদ্ধ লিখা)


(xi) Face value of the investment is always equal to the capital value. 

(State whether the statement is true or false)

 

বিনিয়োগৰ অভিহিত মূল্য সদায় মূলধনী মূল্যৰ সমান হয়।(বিবৃতিটো শুদ্ধ নে অশুদ্ধ লিখা)


(xii) What is reinsurance ? 


পুনৰবীমা কি ?


(xiii) The first item in order of payment to be made by liquidator is_____.

(Fill in the blanks)


অবসায়কে পৰিশোধ কৰা অগ্রাধীকাৰযুক্ত পৰিশোধ তালিকাৰ প্ৰথমটো হ'ল______.

(খালী ঠাই পুৰণ কৰা) 


(xiv) What is the meaning of cum-interest in Investment Accounts? 


বিনিয়োগ হিচাপত সুতভুক্ত  মানে কি ?


(xv) Profits earned during the pre incorporation period are transferred to______.

(Fill in the planks)


প্ৰাক-অঙ্গীভুক্ত সময়ৰ ভিতৰত লাভ অৰ্জন কৰিলে (খালী ঠাই পুৰণ কৰা)


2.Answer the following questions: 

(any five)         2x5 = 10

তলত দিয়াবোৰৰ উত্তৰ লিখা: 

(যিকোনো পাঁচটাৰ) 


(a) What is Accounting Standard ? 


হিচাপৰ মানক কি ?


(b) What is winding up of companies ?


কোম্পানীসমূহৰ অবসায়ন মানে কি ?


(c) Mention two distinctions between IFRS and Ind AS. 


IFRS আৰু Ind AS ৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।


(d) What is XBRL filling ?


XBRL পৰিপূৰ্ণ কি ?


(e) What are non-performing assets? অনাকাৰ্যকৰী সম্পত্তি মানে কি ?


(f) Who are the preferential creditors in respect of winding up of companies?


কোম্পানীসমূহৰ অৱসায়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ যুক্ত পাওনাদাৰসকল কোন ?


(g) Mention any two features of Investment Accounting. 


বিনিয়োগ হিচাপৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।


(h) What is profit or loss prior to incorporation? 


প্ৰাক-অঙ্গীভূক্ত সময়ৰ লাভ বা লোকচান মানে কি ?


3. Answer the following questions as directed: (any four) 5×4-20

তলত দিয়া প্ৰশ্নসমূহৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা : (যিকোনো চাৰ্টাৰ)


(a) Give an overview of Accounting Standard in India.


ভাৰতবৰ্ষৰ হিচাপৰ মানকৰ ওপৰত এটা সামগ্রিক দৃষ্টিভংগী দিয়া।


(b) Write a note on IASB. 


IASB ৰ ওপৰত এটা টোকা লিখা।


(c) How is profit or loss made prior to incorporation treated in accounts?


প্ৰাক-অঙ্গীভুক্ত সময়ৰ লাভ-লোকসানৰ হিচাপ ব্যবস্থা কেনেকৈ কৰা হয় লিখা।


(d) State the features of liquidator's Final Statement of Account. 


অৱসায়কৰ চূড়ান্ত বিবৃতি হিচাপৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।


(e) Point out the features of accounts of life insurance companies. 


জীৱন বীমা কোম্পানীসমূহৰ হিচাপৰ বৈশিষ্ট্যসমূহ উমুকিওৱা।


(f) Mention the statutory books to be maintained by banking companies. 


বেংকিং কোম্পানীসমূহে বিধিগত বহীসমূহ কেনেকৈ চণ্ডালে তাক উল্লেখ কৰা।


(g) Write a short note on Valuation Balance Sheet in respect of insurance companies.


বীমা কোম্পানীসমূহৰ ক্ষেত্ৰত মূল্যায়ন উদ্বৃত্তপত্ৰৰ ওপৰত এটি টোকা লিখা। 


(h) Explain the special features of bank book-keeping.


বেংক হিচাপৰক্ষণৰ বিশেষ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।


4.Answer the following as directed: (any four) 10x 4 = 40


(a) Tiskon Ltd. went into voluntary liquidation having the following liabilities :


Tiskon Ltd. তলত দিয়া দেনাসমূহ সহিতে ঐচ্ছিক অবসায়ন ঘটালেঃ


Unsecured creditors 

জামিনবিহীন পাওনাদাৰ                  85,000


Secured creditors                      ₹58,000 

(realisable value of securities ₹65,000 )


জামিনযুক্ত পাওনাদাৰ 58,000 টকা (

জামিন সম্পত্তিৰ আদায়মূল্য হল 65,000 টকা)


Preferential creditors 

অগ্ৰাধিকাৰযুক্ত পাওনাদাৰসমূহ        15,000


8% Debentures.                           18,000

৪% ঋণপত্র


Liquidation expenses                     ₹200

অবসায়নৰ খৰছসমূহ


The liquidator is entitled to remuneration of 3% on the assets realised and of 5% on the amount distributed to unsecured creditors.


সম্পত্তিসমূহৰ বিক্ৰীমূল্যৰ ওপৰত 3% আৰু জামিনবিহীন পাওনাদাৰসমূহক পৰিশোধ কৰা টকাৰ ওপৰত 5% অবসায়নে পাৰিশ্রমিক পাব। Various assets 


(excluding the securities held by secured creditors) realised rs. 84,000.


বিভিন্ন সম্পত্তি (জামিনযুক্ত পাওনাদাৰত ওপৰত ন্যস্ত থকা সম্পত্তি বাদ দি) বিক্ৰী কৰি 84,000 টাকা আদায় পোৱা গ'ল।


Prepare Liquidator's Final Statement of Account showing the proportion paid to unsecured creditors.10


অবসায়কৰ চূড়ান্ত হিচাপৰ বিবৃতি প্ৰস্তুত কৰি জামিনবিহীন পাওনাদাৰক আদায় দিয়া টকাৰ অনুপাত উল্লেখ কৰি দেখুওঁৱা।


(b) Discuss the scope and process of issuing IFRS in India. 10


ভাৰতবৰ্ষত IFRS বিলিৰ পৰিসৰ আৰু প্ৰক্ৰিয়া আলোচনা কৰা।


(c) What is Corporate Annual Report of a company? Explain its needs and objectives. 4+6=10


এটা কোম্পানীৰ বার্ষিক প্রতিবেদন মানে কি ? ইয়াৰ প্রয়োজনীয়তা আৰু উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।


(d) Write a background of convergence of Indian Accounting Standard with IFRS. 10


ভাৰতীয় হিচাপৰ মানকসমূহ IFRS ৰ লগত একত্ৰিতকৰণৰ দৃশ্যপটৰ ওপৰত এটা টোকা লিখা।


(e) What are different modes of winding up of a company? Describe the powers of the liquidator under compulsory OF winding up of companies. 3+7=10

অবসায়নৰ বিভিন্ন অবস্থানসমূহ কি কি ? কোম্পানীসমূহৰ বাধ্যতামূলক অবসায়নৰ ক্ষেত্ৰত থকা অবসায়কৰ ক্ষমতাসমূহ আলোচনা কৰা।

(f) From the following information, prepare a Profit and Loss Account of United Bank of India for the year ended on 31st March, 2022: 


তলৰ তথ্যসমূহৰ পৰা, United Bank of India ৰ 31 মাৰ্চ, 2022 তাৰিখত অন্তপৰা বছৰটোৰ বাবে এখন লাভ-লোকচান হিচাপ প্ৰস্তুত কৰা :


Interest on loans.                         4,70,000

ঋণৰ ওপৰত সুত


Commission

দপ্তৰী                                            1,54,000


Interest on fixed deposits

স্থায়ী জমাৰ ওপৰত সুত                   5,34,000



Discount on bills discounted (Gross) 

বিল বাট্টাকৰণৰ ওপৰত বাট্টা (মুঠ)    3,40,000


Interest on cash credits               4,46,000

কেছ ক্রেডিটৰ ওপৰত সুত


Interest on overdraft

অভাৰড্রাফটৰ ওপৰত সুত                3,50,000


Rent and taxes                               30,000

ভাড়া আৰু কৰ


Sundry charges (Dr)                       10,000

বিবিধ খৰছ (ডেবিট)


Payment to employees                1,00,000

কৰ্মচাৰীক পৰিশোধ


Interest on S/B accounts                 60,000

S/B হিচাপৰ ওপৰত সুত


Director's fees                                   5,000

সঞ্চালকৰ মাচুল


Locker's rent                                   40,000

লকাৰৰ ভাড়া


Depreciation 

অবক্ষয়                                               2,000


ATM maintenance charges               1,000

ATM চন্ডালা খৰছ


Rebate on bills discounted             12,000

বিল বাট্টাৰ ওপৰত ৰেহাই


Provision for taxation.                          30%

আয়কর পুঁজি


(g) From the following particulars, prepare a Fire Revenue Account of FRJ Insurance Co. Ltd. for the year ended on 31st March, 2022:


তলত দিয়া তথ্যসমূহৰ পৰা FRJ Insurance Co. Ltd. ৰ 2022 চনৰ 31 মাৰ্চত অন্তঃপৰা বছৰটোৰ বাবে অগ্নি ৰাজহ হিচাপ প্ৰস্তুত কৰা :


Reserve for unexpired risk on 1-4-2021  

1-4-2021 তাৰিখত সময় অতিবাহিতনোহোৱা সংসয় পুঁজি                                     2,56,000


Additional reserve on 1-4-2021       40,000

1-4-2021 তাৰিখত অতিৰিক্ত সংসয় পুঁজি


Claims paid 

দাবী পৰিশোধ                                  3,60,000


Management expenses 

পৰিচালনাৰ ব্যয়                              1,20,000


Premiums 

প্রিমিয়াম                                         5,40,000


Interest and dividends 

সুত আৰু লভ্যাংশ                               90,000


Income tax deducted on above         3,000

সুত আৰু লভ্যাংশৰ ওপৰত আয়কৰ কর্তন


Reinsurance premium                     45,000

পুনৰবীমাৰ প্ৰিমিয়াম


Profit on sale of investments 

বিনিয়োগ                                           10,000


Legal charges regarding claims 

দাবী সম্পর্কিত আইনগত খৰছ                2,000


Reinsurance claims received          14,200

পুনৰবীমাৰ দাবী প্রাপ্তি


Commission on direct business      52,000

প্রত্যক্ষ ব্যবসায়ৰ ওপৰত দস্তুৰী


The company calculates its reserve for unexpired risks at 50% of the net premium each year. 


প্ৰতি বছৰে কোম্পানীটোৱে সময় অতিবাহিত নোহোৱা সংসয়ৰ বাবে প্ৰকৃত প্রিমিয়ামৰ ওপৰত 50% পুঁজি ধাৰ্য কৰে।


(h) Consider the following information taken from the records of Das Ltd.: 


Das Ltd. ৰ নথি-পত্ৰৰ পৰা তলত দিয়া তথ্যসমূহ বিবেচনা কৰা ঃ


(i) The company had a balance of 5% Government Bonds of ₹5,00,000 (Cost ₹4,80,000) as on 31.12.2020. 


কোম্পানীটোৰ 31.12.2020 তাৰিখত 5,00,000 টকাৰ (ব্যয় মূল্য 4,80,000 টকা) 5% গৰমেন্ট বোল্ডৰ উদ্বৃত্ত আছিল।

(ii) Interest was receivable on April 1 and October 1 each year. 


প্ৰতি বছৰে 1 এপ্ৰিল আৰু 1 অক্টোবৰ তাৰিখত সুত প্রাপ্ত আছিল।

(iii) The company received interest up to October 1, 2020. 


কোম্পানীটোৱে 2020 চনৰ 1 অক্টোবৰলৈ সুত গ্ৰহণ কৰিছিল।

(iv) On July 1, 2021 the company further purchased bonds of ₹1,50,000 at a cost of ₹1, 70,000. 


2021 চনৰ জুলাই মাহৰ 1 তাৰিখত কোম্পানীটোৱে পুনৰ 1,50,000 টকাৰ 1,70,000 ব্যয় সাপেক্ষে বোল্ড ক্ৰয় কৰিছিল।

(v) On October 15, 2021 bonds worth ₹1,80,000 were sold for ₹1,70,000. 


2021 চনৰ 15 অক্টোবৰত 1,80,000 টকাৰ বোল্ড 1,70,000 টকাত বিক্ৰী কৰিছিল।


You are required to prepare Investment Account for the year ended on 31st December, 2021 valuing investment on average cost basis. Ignore brokerage. 10


বিনিয়োগবোৰ গড় ব্যয় পদ্ধতিত মূল্যায়ন কৰি 2021 চনৰ 31 ডিচেম্বৰত অন্তঃপৰা বছৰটোৰ বাবে এখন বিনিয়োগ হিচাপ প্ৰস্তুত কৰা। দালালী ধার্য উপেক্ষা কৰিবা ।


(i) Moon Ltd. was incorporated on July 1, 2021 to acquire a running business with effect from 1.4.2021. The accounts of the company for the year ended on 31st March, 2022 disclosed the following: 


2021 চনৰ জুলাই তাৰিখত Moon Ltd. অঙ্গীভূত হৈছিল 1.4.2021. তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা চলন্ত ব্যৱসায় অধিগ্ৰহণ কৰিবলৈ 31 মাৰ্চ 2022ত কোম্পানীটোৰ হিচাপবহীৰ পৰা তলৰ তথ্যসমূহ পোৱা হৈছিল :


(i) There was a gross profit of 1,50,000.


কোম্পানীটোৰ মুঠ লাভৰ পৰিমাণ আছিল 1,50,000 টকা।


(ii) Sales for the year amounted to ₹6,00,000 of which ₹1,20,000 were for the first six months. 


বছৰটোৰ বিক্ৰী 6,00,000 টকা আছিল আৰু ইয়াৰে 1,20,000 টকা প্রথম ছয় মাহত হৈছিল।


(ii) Expenses debited to Profit and Loss Account were as follows: 


লাভ লোকচান হিচাপত ডেবিট হৈ থকা খৰছসমূহ হ'ল এনে ধৰণৰ : 


Director's fees                                   9,000

সঞ্চালকৰ মাচুল 


Bad debts                                          1,800

অনুদ্ধাৰণীয় খন


Advertising

(contract amount per month ₹500).   6,000

বিজ্ঞাপন

(মাহেকত 500 টকা হিচাপত চুক্তিবদ্ধ)


Salaries                                           32,000

দৰমহা


Preliminary expenses written off       5,000

প্ৰাৰম্ভিক ব্যয়ৰ বিলোপ সাধন


Donation to political party paid by the company 


ৰাজনৈতিক দলক কোম্পানীটোৱে আদায় দিয়া দান                                             4,000


Prepare a statement showing the amount of profit made before and after incorporation. 


অঙ্গীভূত সময়ৰ আগৰ আৰু পিছৰ লাভৰ পৰিমাণ দেখুৱাই এখন বিবৃতি প্ৰস্তুত কৰা।


(j) Explain mandatory and voluntary disclosures to be made in the Annual Report of a company. 10


কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিবলগীয়া বাধ্যতামূলক প্রকাশ আৰু স্বেচ্ছামূলক প্রকাশসমূহৰ ব্যাখ্যা কৰা।


*******


QUESTION PAPERS WITH SOLUTION 


Also Read:


Question papers




We hope the Guahati University 2022 Advance Corporate Accounting Question Paper provided on this page helps in your exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.