Environmental studies Question Paper'2022 GU | Gauhati University | B.com 2nd Sem (CBCS)

In this page we have provided you the Environmental Studies Question paper 2022 Gauhati University under CBCS Pettern , Reading Question paper can be.

Environmental studies Question Paper'2022 GU | Gauhati University | B.com 2nd Sem (CBCS)

Gauhati University Environmental Studies  Question Paper'2022 B.com 2nd Sem (CBCS) 


2022

ENVIRONMENTAL STUDIES

(AECC)

Paper: ENV-AE-2014

Full Marks: 80

Time: Three hours


The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese


1. Fill in the blanks: (any ten) 1×10=10


খালী ঠাই পূৰণ কৰা : (যিকোনো দহটা)


(a) The term ecology was coined by_____. 


ইকলজি শব্দটো প্ৰৱৰ্ত্তন কৰে_____


(b)______type of coal has highest carbon content.


______ধৰণৰ কয়লাত আটাইতকৈ বেছি কাৰ্বন পোৱা যায়।


(c) The Wildlife Protection Act was implemented in the year_____.


বন্যপ্রাণী সুৰক্ষা আইন চিনত কাৰ্য্যকৰী  হৈছিল। 


(d) Ozone layer prevents way rays from____ entering the earth surface. 


অ'জন স্তৰে পৃথিবীৰ বায়ুমণ্ডলত প্রবেশ কৰাত বাধা দিয়ে।


(e) Malaria fever is caused due to the biting of______mosquito. 


মহে কামোৰাৰ ফলত মেলেৰীয়া বেমাৰ হয়।


(f) The Greenhouse gas is Sulphure______. 


সেউজগৃহ প্ৰতিক্ৰিয়াৰ প্ৰধান গেছ


(g) Minamata disease is caused due to the presence of_____.


মিনামাটা বেমাৰ খাদ্যত অধিক পৰিমাণৰ থাকিলে হোৱা দেখা যায়।


(h) First Earth Summit' was held in_____year. 


প্রথম ধৰিত্ৰী সম্মিলন _____ চনত সংঘটিত হৈছিল।


(i) 5th June is celebrated as_____


 ৫ জন হিচাবে পালন কৰা হয়।


(i) Red Data Book is published by____.


ৰেড ডাটা বুক এ প্ৰকাশ কৰে। 


(k) Acid rain is caused by the presence of_____.


উপস্থিতিৰ কাৰণে অম্ল বৰষুণ হয়। 


(l) The Bhopal Gas Tragedy occurred due to the leakage of_____.


 ভূপাল গেছ বিপর্য্যয় গেছ নিৰ্গত হোৱা বাবে সংগঠিত হৈছিল।


(m) Species that are confined only to a particular area are called_____.


মাত্র এটা নিৰ্দিষ্ট ঠাইত পোৱা প্ৰজাতিক বোলে।


(n) The well known leader of Chipko Movement is______. 


চিপকো আন্দোলনৰ মূল মানুহজন হৈছে,


(o)Solar energy is a_____ type of energy. 


সৌৰশক্তি বিধৰ শক্তিৰ ভিতৰত পৰে।


2. Answer the following questions in two or three sentences each : (any five) 2 x 5 = 10


তলত দিয়া প্ৰশ্নকেইটাৰ প্ৰতিটো দুটা বা তিনিটা বাক্যত উত্তৰ দিয়া : 

(যিকোনো পাঁচটা )


(a) Mention some sources of water pollution. 


পানী প্ৰদূষণৰ কেইটামান উৎস উল্লেখ কৰা।


(b) Name some Greenhouse gases.


কেইটামান সেউজগৃহ গেছৰ নাম লিখা।


(c) Write the significance of ozone layer in the atmosphere.


বায়ুমণ্ডলত অ'জন স্তৰৰ তাৎপৰ্য্যৰ বিষয়ে লিখা । 


(d) Write the differences between ecology and ecosystem.


বাস্তব্য বিদ্যা আৰু পৰিস্থিতিতন্ত্ৰৰ পাৰ্থক্যসমূহ লিখা ।


(e) Mention some importance of environmental studies. 

পৰিবেশ অধ্যয়নৰ কেইটামান গুৰুত্ব লিখা ।


(f) What do you mean by Red Data Book? 


ৰেড ডাটা বুক মানে কি বুজা ?


(g) Name the National Parks in Assam. 


অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা।


(h) Write the factors of landslide.


ভূমিস্খলনৰ কাৰকসমূহ লিখা ।


3. Write short notes on : (any four) 5x4 = 20 


চমু টোকা লিখা : (যিকোনো চাৰিটা)


(a) Wildlife Protection Act, 1972 বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২


(b) Watershed Management জলচ্ছেদ ব্যৱস্থাপনা


(c) Rainwater harvesting  বৰষুণৰ পানী সংৰক্ষণ


(d) Sustainable Development বহনশীল উন্নয়ন


(e) Urban Pollution নগৰীয়া প্ৰদূষণ


(f) Food chain খাদ্য শৃংখল


(g) Biodiversity জৈৱ বৈচিত্রতা


(h) Natural Resources প্রাকৃতিক সম্পদ


4. Answer the following : (any four)

10×4=40


তলত দিয়াবোৰৰ উত্তৰ দিয়া : (যিকোনো


(a) What is population explosion ? Write a note on the problems of population growth. 3+7=10


জনসংখ্যা বিষ্ফোৰণ মানে কি? জনসংখ্যা বৃদ্ধিৰ অসুবিধাসমূহৰ বিষয়ে এটা টোকা লিখা।


(b) What are the different sources of Air pollution? How it affects the human health? 5+5=10


বায়ু প্ৰদূষণৰ উৎসসমূহ কি কি? বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ ওপৰত কেনেদৰে প্রভাৱ পেলোয় লিখা


(c) Write the energy flow in ecosystem. 


পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰৱাহ কেনেদৰে হয় বৰ্ণনা কৰা।


(d) What do you mean by in-situ conservation and ex-situ conservation ? Explain with examples. 4+6-10


বাসভূমিত সংৰক্ষণ আৰু বাসভূমিৰ পৰা আঁতৰত সংৰক্ষণ মানে কি বুজা? উদাহৰণসহ বুজাই লিখা।


(e) List five important ways you could reduce the emission of Greenhouse gases.


সেউজগৃহ গেছ নির্গমন প্রশমিত কৰাৰ বাবে পাঁচটা উপায় লিখা।


(f) Discuss various issues and measures for women and child welfare at international and national level.


ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত মহিলা আৰু শিশু কল্যাণৰ বিষয়ে আলোচনা কৰা ।


(g)What are the importance of value education and environmental education? How does environmental education. influence value education? 5+5=10 


মূল্যবোধৰ শিক্ষা আৰু পৰিবেশ শিক্ষাৰ গুৰুত্ব কি? পৰিবেশ শিক্ষাই মূল্যবোধ শিক্ষা সৃষ্টি কৰাত কিদৰে প্ৰভাৱ পেলায় ?


(h) Write a note on Human Rights.


মানৱ অধিকাৰ সম্পৰ্কে আলোচনা কৰা।


(i) Discuss the impact of Information Technology on human health.


মানৱ স্বাস্থ্যৰ ক্ষেত্ৰত তথ্য প্রযুক্তি বিজ্ঞানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।


(j) What are ecological pyramids ? Differentiate pyramid of number and pyramid of energy. 3+7=10


ইকলজিকেল পিৰামিড মানে কি? সংখ্যাৰ পিৰামিড আৰু শক্তিৰ পিৰামিডৰ মাজৰ পাৰ্থক্য লিখা।


-000-

Also Read :-

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.