Introductory Macroeconomics Question paper'2022 | Guahati University | B.A Honours in Economics 2nd Sem CBCS Pattern

In this page you will get Gauhati University BA Major in Economic 'Introductory Macroeconomics Question paper 2022 Under CBCS Pettern, Paper Code: ECO

In this page you will get Gauhati University BA Major in Economic 'Introductory Macroeconomics Question paper 2022 Under CBCS Pettern, Paper Code: ECO-HC-2016 

Introductory Macroeconomics Question paper'2022 | Guahati University | B.A Honours in Economics 2nd Sem CBCS Pattern

Guahati University Economic Honours Question paper 2022 B.A 2nd semester under CBCS pattern 

2022

ECONOMICS

Paper: ECO-HC-2016

( Introductory Macroeconomics)

(Honours Core)

Full Marks: 80

Time: 3 hours


The figures in the margin indicate full marks for the questions


1. Answer any ten from the following questions:

    তলৰ প্ৰশ্নবোৰৰ যি কোনো দহটাৰ উত্তৰ দিয়া :

1×10=10

(a) Who was the first economist to have coined the term 'macroeconomics'?

 ‘সমষ্টিবাদী অর্থনীতি’ৰ ধাৰণাটো কোনজন অর্থনীতিবিদে প্ৰথমতে দিছিল ?


(b) What is meant by depreciation cost?

 ক্ষয়ক্ষতিৰ খৰচ বুলিলে কি বুজা যায় ?


(c) Distinguish between intermediate goods and final goods. 

মধ্যৱৰ্তী সামগ্ৰী আৰু চূড়ান্ত সামগ্ৰীৰ মাজত পাৰ্থক্য নির্ণয় কৰা ।


(d) Give one example of transfer payment. 

হস্তান্তৰ পৰিশোধৰ এটা উদাহৰণ দিয়া ।


(e) Define gross domestic product. 

মুঠ ঘৰুৱা উৎপাদনৰ সংজ্ঞা দিয়া ।


(f) What is velocity of circulation of money?

 মুদ্ৰাৰ প্ৰচলন ক্ষিপ্রতা কি ?


(g) What is money supply?

 মুদ্ৰাৰ যোগান কি?


(h) How does credit creation affect money supply?

মুদ্ৰা সৃষ্টিয়ে মুদ্ৰাৰ যোগানৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় ?


(i) What is liquidity preference? 

তাৰল্য পছন্দ কি?


(i) Define 'open market operations' as a tool of monetary policy.

 মুদ্ৰা নীতিৰ আহিলা হিচাপে 'মুক্ত বজাৰ প্ৰক্ৰিয়া’ৰ সংজ্ঞা দিয়া ।


(k) Distinguish between demand-pull inflation and cost-push inflation. 

চাহিদা প্রণোদিত মুদ্রাস্ফীতি আৰু ব্যৱজনিত মুদ্রাস্ফীতিৰ মাজত পার্থক্য নির্ণয় করা।


(7) Which country is facing hyperinflation recently?

সাম্প্রতিক সময়ত কোনখন দেশে 'লাফও মুদ্রাস্ফীতি'ৰ সম্মুখীন হৈছে ?


(m) Mention one Say's law of market.

চে'ৰ বজাৰ বিধিটো উল্লেখ কৰা


(n)State essential condition of Keynesian income determination.

কেইদৰ আৰু নিৰ্ধাৰণৰ আবশ্যকীয় চৰ্ত এটা উল্লেখ কৰা ।


(0) In which case is LM curve horizontal? 

কি ক্ষেত্ৰত LM ৰেখাডা আনুভূমিক হয় ?


2. Answer any five from the following questions : 

তলৰ প্ৰশ্নবোৰৰ যি কোনো পাঁচটাৰ উত্তৰ দিয়া :


2*5=10


(a) Distinguish between real GDP and nominal GDP.

প্রকৃত মুঠ ঘৰুৱা উৎপাদন আৰু নামমাত্র দুধ  উৎপাদনৰ মাজত পার্থক্য নির্ণয় কৰা


(b) Mention two types of transactions that are included in the current account of balance of payment.

পৰিশোধৰ সমতাৰ চলিত হিচাপত অন্তর্ভুক্ত হোৱা সুবিধ লেনদেনৰ প্ৰকাৰ উল্লেখ কৰা


(c) What do price indices show?

 দৰ সূচকে কি দেখুৱায় ?


(d) Distinguish between  net domestic product and net national product.

 শুদ্ধ বা উৎপাদন আৰু শুদ্ধ ৰাষ্ট্ৰীয় মাজত পার্থক্য নির্ণয় কৰা


(e) Write any two functions of money. 

মুদ্ৰাৰ যি কোনো দুটা কাৰ্য লিখা


What is speculative demand for money?

মুদ্ৰাৰ কল্পনাপ্রসূত অভিপ্ৰায় কি ?


(a) Define inflationary gap. 

মুনামিতিৰ ফকৰ সংজ্ঞা দি


(h) What is money multiplier formula?

ধন বহুগুণক সূত্ৰ কি?


3. Answer any four from the following questions                  5×4=20

তলৰ প্ৰশ্নবোৰৰ যি কোনো চাৰিটাৰ উত্তৰ দিয়া


(a) Distinguish between balance of payment and balance of trade with example.

উদাহৰণৰ সহায়ত পৰিশোধৰ সমতা আৰু বাণিজ্যৰ সমতাৰ মাজত পাৰ্থক্য নির্ণয় কৰা


(b) Distinguish between current and capital accounts of balance of payments.

পৰিশোধৰ সমতাৰ চলিত হিচাপ আৰু মূলধনী হিচাপৰ মাজত পার্থক্য নির্ণয় কৰা।


(c) How would you measure gross national expenditure? State the limitations of this method.

মুঠ ৰাষ্ট্ৰীয় বায় কেনেদৰে তুমি গণনা কবিধা? এই পদ্ধতিৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা 


(d) Discuss the modern approach to money supply.

মুদ্ৰাৰ যোগানৰ ক্ষেত্ৰত আধুনিক ধাৰণাটো আলোচনা কৰা।


(e) Explain the three motives for demand for money according to Keynes. 

কেইগৰ মতে মুদ্ৰাৰ চাহিদাৰ তিনিটা অভিপ্রায় ব্যাখ্যা কৰা।


What is liquidity trap? Explain its significance on monetary policy.


তালা ফান্স কি? মুদ্রা নীতিত ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।


(g) Explain the causes for the shift of the IS and LM curves.


IS আৰু LM বেখা দুডাল স্থানান্তৰিত হোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা।


(h) What is fiscal multiplier? What factors affect fiscal multiplier?


ৰাজকোষীয় গুণক কি? রাজকোষীয় গুণকক প্রভাবান্বিত কনা উপাদানসমূহ কি কি?


4. Answer any four from the following questions : 

তলৰ প্ৰশ্নবোৰৰ যি কোনো চাৰিটাৰ উত্তৰ দিয়া :

10×4=40


(a) Explain the various basic issues studied in macroeconomics.

 সমষ্টিগত অর্থনীতিত অধ্যয়ন কৰা মূল বিষয়সমূহ ব্যাখ্যা করা।


(b) Discuss the process of national income accounting in an open economy. 

মুক্ত অর্থাত ৰানাৰ প্ৰয়াটো আলোচনা কৰা। 


(c) Explain the process of circular flow of income. In what ways do international transactions affect this flow within a closed economy?          7+3=10

আয়ৰ চক্ৰীয় প্ৰবাহৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা বহু অর্থনীতিত আন্তর্জাতিক আদান-প্রদানে এই প্রবাহক কেনেদৰে প্ৰভাৱান্বিত কৰে ?


(d) Critically explain the cash transaction approach to the quantity theory of money.

তত্ত্বটো মুদ্ৰাৰ পৰিমাণ তত্ত্ব নগদ বিনিময় সমালোচনামূলকভাবে ব্যাখ্যা কৰা


(e) Compare and contrast between cash transaction and cash balance approach to the quantity theory of money. Which one is superior? Give reasons.    7+3=10

মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ লগত জড়িত নগদ লেন-দেন আৰু নগদ জমা ধাৰণাৰ তুলনা কৰা আৰু পার্থক্য নির্ণয় কৰা। ইয়াৰ কোনটো শ্রেষ্ঠ? যুক্তি দিয়া ।


(f) Explain the various tools of monetary policy. Which one is appropriate to the developing countries? Give reasons. 8+2=10 

মুদ্রা নীতিৰ বিভিন্ন আহিলাসমূহ ব্যাখ্যা করা। কোনটো আহিলা উন্নয়নশীল দেশৰ কাৰণে উপযুক্ত?



(g) Define inflation. Explain social costs of inflation.

 মুদ্রাস্ফীতির সংজ্ঞা দিয়া। মুদ্রাস্ফীতিৰ সামাজিক ক্ষতিসমূহ ব্যাখ্যা কৰা 3+7=10


(h) Evaluate the Keynesian model of income determination.

কেইলৰ আয় নির্ধারণ আৰ্হিটোৰ মূল্যাধন কৰা। 


(i) Compare the classical and Keynesian models of income determination and point out the fundamental differences between the two.

সংস্থাপিত আৰু কেইলীয় আয় নিৰ্ধাৰণৰ আৰ্হিৰ মাজত তুলনা কৰা আৰু দুয়োটাৰ মাজৰ মৌলিক পার্থক্যসমূহ আঙুলিয়াই দিয়া


(j)Derive TS and LM curves. Explain their properties  6+4=10

TS আৰু LM বেখা দুডাল আহৰণ কৰা ইহঁতৰ ধৰ্মসমূহ ব্যাখ্যা কৰা।



******


Question Paper Credit: Prity Das (Nagaon Girls College) 

Post a Comment

Study Materials

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.