RTU Principles of Marketing Question paper'2022 | Rabindranath Tagore University Hojai

1. Answer the following as directed: নির্দেশানুসাৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া : Choose the correct answer from the given options:

RTU Principal of Marketing Question paper'2022 | Rabindranath Tagore university Hojai


Rabindranath Tagore University Hojai Assam Principles Of Marketing 5th sem Question paper 2022 


RTU HOJAI Principles of Marketing Question paper 2022

2022

PRINCIPLES OF MARKETING

(HONOURS/REGULAR)

Paper: HONS-5-1/REG-5-1

Full Marks: 80

Time: 3 hours


The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese. 1×10=10


1. Answer the following as directed: নির্দেশানুসাৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া : 

Choose the correct answer from the given options: 

বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ


(a) Marketing refers to the___

বজাৰকৰণ মানে হ'ল___


(i) Sale of Products সামগ্ৰীৰ বিক্ৰী

(ii) Advertising of Products সামগ্ৰীৰ বিজ্ঞাপন

(iii) Distribution of Products সামগ্ৰীৰ বিতৰণ

(iv) All of the above. উপৰোক্ত সকলো ।


(b) Which of the following is not included in demographic segmentation of markets?


নিম্নোক্ত কোনটো জনসংখ্যাৰ আধাৰত বজাৰ বিভাজনত অন্তর্ভুক্ত নহয় ?


(i) Gender লিঙ্গ

(ii) Age বয়স

(iii) Education শিক্ষা

(iv) Culture. সংস্কৃতি 


(c) Which of the following is not a type of marketing concept? 

তলৰ কোনটো বজাৰকৰণ ধাৰণাৰ প্ৰকাৰ নহয় ?

(i) The production concept উৎপাদনৰ ধাৰণা

(ii) The selling concept বিক্ৰীকৰণৰ ধাৰণা  

(iii) The societal marketing concept সামাজিক বজাৰকৰণৰ ধাৰণা 

(iv) The supplier concept যোগানকাৰীৰ ধাৰণা


d) The concept of marketing mix was ain developed by

বজাৰকৰণ মিশ্ৰণ ধাৰণাৰ বিকাশ কৰিছিল 

(i) Paul Mazur পাল মাজুৰ 

(i) Philip Kotler ফিলীপ কটলাৰ 

(ii) Neil Borden নীল বোৰডেন

(iv) Naomi Klein নাওমী ক্লাইন।


Fill in the blanks with suitable answers:

উপযুক্ত উত্তৰেৰে খালী ঠাই পূর্ণ কৰা :


(e) The main objective of modern marketing is_____. 

আধুনিক বজাৰকৰণৰ মুখ্য উদ্দেশ্য মূখ্য____হয়।


(f) The full form of USP is____.

USP'ৰ সম্পূৰ্ণ ৰূপটো হয়।


(g) Marketing begins and ends with____.

বজাৰকৰণৰ আৰম্ভণি আৰু সামৰণি দুয়োটাই_____-ৰ সৈতে হয়।


State whether the following statements are True or False : 

তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা


(h) Under "Skimming Pricing Policy", the price of a new product fixed at the initial stage is low. 

"স্কিমিং মূল্য নীতি"ৰ অধীনত প্ৰাৰম্ভিক স্তৰত নতুন পণ্য এবিধৰ মূল্য নিম্ন হয়।


(i) Free gift is a type of sales promotion. 

বিনামূল্য উপহাৰ বিক্ৰী বৃদ্ধিৰ এক প্ৰকাৰ।


(j) The first step in the consumer buying process is information search. উপভোক্তা ক্রয় প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ তথ্য অনুসন্ধান হয়।


2. Answer the following questions briefly : (any flve) 2×5=10 

তলৰ প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ দিয়া : (যিকোনো পাঁচটা )


(i)State two importance of marketing.

বজাৰকৰণৰ দুটা প্রয়োজনীয়তা উল্লেখ কৰা।


(ii) What do you mean by market segmentation?

বজাৰ বিভিন্নকরণ মানে কি বুজা?


(iii) What is trademark ? 

পণ্যচিহ্ন কি? 


(iv) What is 'prestige pricing policy?

মর্যাদাপূর্ণ মূল্যনীতি কি? 


(v) What is e-tailing ? 

e-টেইলিঙ কি?


(vi) What is Consumerism ?

উপভোক্তাবাদ কি?


3. Answer the following questions: (any four) 5x4 = 20


নিম্ন উল্লেখিত প্রশ্নসমূহৰ উত্তৰ দিয়া : (যিকোনো চাবিটা )


(i) Explain the societal concept of marketing. 

সমাজকেন্দ্ৰিক বজাৰকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা ।


(ii) Distinguish between marketing and selling.

বজাৰকৰণ আৰু বিক্ৰীকৰণৰ মাজৰ পাৰ্থক্য লিখা। 


(iii) Explain the significance of product promotion. 

উৎপাদিত দ্ৰব্যৰ উন্নয়নৰ গুরুত্ব ব্যাখ্যা কৰা


(iv) Explain the stages of Product Life Cycle. 

উৎপাদিত দ্ৰব্যৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন পৰ্য্যায়সমূহ ব্যাখ্যা কৰা।


(v) Describe the various types of distribution channels.

বিতৰণ প্ৰণালীৰ বিভিন্ন প্ৰকাৰ সমূহ বৰ্ণনা কৰা।


(vi) Describe the challenges of rural marketing.

গ্রাম্য বজাৰকৰণৰ প্ৰত্যাহ্বান সমূহ বর্ণনা কৰা ।


4. Answer the following questions: 10×4-40 নিম্ন উল্লেখিত প্রশ্নসমূহৰ উত্তৰ দিয়া :


(i) What is marketing mix? Describe the 7P's framework of marketing mix. 3+7=10 

বজাবকরণ মিশ্রণ কি? বজাৰকৰণ মিশ্ৰণৰ গাঁথনিটো আলোচনা কৰা ।

OR / অথবা

Discuss the various environmental forces influencing marketing. 10 বজাবকবণক প্রভাৱান্বিত করা বিভিন্ন পাৰিপাৰ্শ্বিক কাবকসমূহ আলোচনা কৰা ৷


(ii) What do you understand by consumer behaviour? Discuss the various factors that influence consumer behaviour. 3+7-10 

গ্রাহকৰ আচৰণ মানে কি বুজা? গ্রাহকৰ আচৰণ প্রভাৱান্বিত কৰা বিভিন্ন উপাদান সমূহ আলোচনা করা।

OR / অথবা

What is market positioning? Describ the significance of market positioning 3+7=1

বজাব প্রতিষ্ঠাকৰণ কি? বজাৰ প্ৰতিষ্ঠাকৰণৰ গুৰু আলোচনা কৰা।


(iii) Discuss the steps involved in new product development process. 10 নতুনকৈ উৎপাদিত দ্ৰব্যৰ উন্নিত প্ৰক্ৰিয়াৰ ভৰসমূহ আলোচনা কৰা ৷

OR / অথবা

How can products be classified? Explain. Describe the advantages of labelling of products. 5+5-10  উৎপাদিত দ্ৰব্যক কিদৰে বিভাজিত কৰিব পাৰি ? ব্যাখ্যা কৰা। উৎপাদিত দ্ৰব্যৰ লেবেলকৰণৰ সুবিধা সমূহ বর্ণনা জল কৰা।


(iv) Explain the objectives of pricing. Describe the factors which influence etotos pricing policies. 5+5=10 

মূল নিৰ্দ্ধাৰণৰ উদ্দেশ্য সমূহ ব্যাখ্যা কৰা। মূল্য নীতিত প্ৰভাৱান্বিত কৰা উৎসসমূহ বৰ্ণনা কৰা ৷

OR / অথবা

Discuss the elements of promotion mix. Design a sales promotion programme for a newly introduced clothing brand. 5+5-10

সুবোধ উন্নয়ন সংমিশ্ৰণৰ উপাদানসমূহ আলোচনা কৰা। এবিধ নতুনকৈ সূচনা কৰা বস্ত্ৰ পৰিচয়জ্ঞাপক চিহ্ন'ৰ বাবে এখন বিক্ৰী বৃদ্ধিৰ কাৰ্যক্ৰমণিকা যুগুত কৰা।


********


Also Read :

Marketing Unit Wise Notes  😄

👉 UNIT 1. Introduction to Marketing

👉UNIT 2. Consumer Behaviour

👉UNIT 3. Product Planning and Pricing

👉UNIT 4. Promotion and Channels of Distribution 

You may like this : 

Post a Comment

Study Materials

Class 9

Class 10

Class 11

Class 12

Gauhati University

Dibrugarh University

Assam University

IGNOU

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.