2023
Economics
Full Mark : 80
—-----------------
Pass Mark : 24
Time : Three hours
The figure in the margin indicate full marks for the questions.
PART-A
Q. No. 1 carries 1 mark each (any six) 1 x 6 = 6
Q. No. 2 carries 2 marks each (any six) 2 x 6 = 12
Q. No. 3 carries 4 marks each (any five) 4 x 4 = 16
Q. No. 4 carries 6 marks each (any two) 6 x 2 = 12
Total = 40
PART-B
Q. No. 5 carries 1 mark each (any six) 1 x 6 = 6
Q. No. 6 carries 2 marks each (any six) 2 x 6 = 12
Q. No. 7 carries 4 marks each (any five) 4 x 4 = 16
Q. No. 8 carries 6 marks each (any two) 6 x 1 = 6
Total 50
Total (Part A & B): 50+ 50=100
PART-A/ক-অংশ
1. Answer the following : 1×6=6
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
(i) Define personal disposable income.
ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা লিখা।
(ii) What is the primary objective of commercial bank.
বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য কি?
(iii) Net indirect taxes are estimated as -
নিওট পৰোক্ষ কৰ হৈছে
(a) Indirect taxes + Subsidies
পৰোক্ষ কৰ + সাহায্য
(b) Subsidies- Indirect taxes
সাহায্য পৰোক্ষ কৰ
(c) Indirect taxes - Subsidies
পৰোক্ষ কর সাহায্য
(d) Both (b) and (c)
(b) আৰু (c) উভয়ের
AHSEC Class 12 Economics Question paper' 2023
(Choose the correct option)
(শুদ্ধ বিকল্প বিচার করা)
(iv) Give two examples of capital expenditure of the government budget.
চৰকাৰী বাজেটৰ মূলধনী বায়ৰ দুটা উদাহৰণ দিয়া।
(v) What type of budget should the government prepare during inflation ?
মুদ্রাস্ফীতিৰ সময়ত চৰকাৰে কেনেধৰণৰ বাজেট প্রস্তুত কৰিব লাগে?
(vi) In order to encourage investment in the economy, the central bank will adopt which of the following measures?
অর্থনীতিত বিনিয়োগ উৎসাহিত কৰিবৰ বাবে কেন্দ্ৰীয় বেংকে তলৰ কোনটো পদক্ষেপ ব্যৱহাৰ কৰিব?
(a) Increase cash reserve ratio.
নগদ সংৰক্ষণৰ অনুপাত বৃদ্ধি কৰিব।
(b) Reduce cash reserve ratio.
নগদ সংৰক্ষণৰ অনুপাত হ্ৰাস কৰিব |
(c) Increase bank rate
বেংক হাৰ বৃদ্ধি কৰিব
(d) None of the above
ওপৰৰ এটাও নহয়
(Choose the correct option)
(শুদ্ধ বিকল্প বিচাৰ কৰা
2. Answer the following: 2×6=12
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
(i) A firm produces goods of Rs.500 per year and uses intermediate goods of worth Rs.250. The cost of depreciation is Rs. 20 per year. Calculate gross value addition and net value addition by the firm. এখন প্রতিষ্ঠানে বছৰি 500 টকাৰ দ্ৰব্য উৎপাদন কৰে আৰু ইয়াৰ বাবে 250 টকা মূল্যৰ মধ্যৱৰ্তী দ্রব্য ব্যৱহাৰ কৰে। যদি বছৰি অৱক্ষয়ৰ পৰিমাণ 20 টকা হয়, তেন্তে প্ৰতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন আৰু নিগুট মূল্য সংযোজন গণনা কৰা।
AHSEC Class 12 Economics Question paper' 2023
OR/ অথবা
What do you understand by the problem of double counting in the context of national income accounting?
জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা ?
(ii) Calculate national income with the following data.
তলৰ তথ্যৰ সহায়ত জাতীয় আয় গণনা কৰা।
GDP at market price : Rs. 830 crore বজাৰ দৰত GDP : Rs.830 কোটি
Depreciation : Rs.120 crore
অবক্ষয় : Rs.120 কোটি
Net indirect taxes : Rs. 70 crores
নিশুট পৰোক্ষ কৰ : Rs 70 কোটি
AHSEC Class 12 Economics Question paper' 2023
Net factor income from abroad: Rs.40 crore
বিদেশৰ পৰা নিগুট উৎপাদন আয় : Rs.40 কোটি
OR /
Differentiate between nominal GDP and real GDP.
নামমাত্ৰ GDP আৰু প্ৰকৃত GDP ৰ পাৰ্থক্য লিখা।
(iii) Write fee objectives of government budget.
চৰকাৰী বাজেটৰ দুটা উদ্দেশ্য লিখা।
AHSEC Class 12 Economics Question paper' 2023
(iv) Write two differences between revenue expenditure and capital expenditure.
ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ দুটা পার্থক্য লিখা।
OR / অথবা
What is revenue receipt? How it is different from capital receipt?
ৰাজহ প্ৰাপ্তি কি? ই মূলধনী প্ৰাপ্তিৰ পৰা কেনেদৰে পৃথক ?
(v) What is deficit demand ? Write one cause of deficit demand.
নাটনি/ঘাটি চাহিদা কি? ইয়াৰ এটা কাৰণ উল্লেখ কৰা।
AHSEC Class 12 Economics Question paper' 2023
OR/ অথবা
What are the factors that affect investment demand in an economy? অৰ্থনীতিৰ বিনিয়োগ চাহিদাক প্ৰভাৱিত কৰা কাৰক কেইটা কি কি?
(vi) Write two merits of fixed exchange rate.
স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা লিখা।
OR/ অথবা
Define spot and forward exchange rate.
বিনিময়ৰ তাৎক্ষণিক হাৰ আৰু অগ্ৰৱৰ্তী হাৰৰ সংজ্ঞা লিখা।
3. Explain the expenditure method of calculating national income.
জাতীয় আয় গণনাৰ ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
Discuss the circular flow of national income in a two sector economy.
দ্বিখণ্ড অর্থনীতিত জাতীয় আয়ৰ চক্ৰবং প্রবাহ আলোচনা কৰা।
4. Discuss the functions of money.
মুদ্ৰাৰ কাৰ্য্যসমূহ আলোচনা কৰা। 4
5. There is a plan to increase national income from Rs.1500 crore to Rs.4000 crore. If MPC = 0.6, then what should be the change in investment to achieve the goal ? 4
অর্থনীতি এখনৰ জাতীয় আয় Rs.1500 কোটি টকাৰ পৰা Rs 4000 কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। যদিহে MPC - 0.6 হয়, তেন্তে এই লক্ষ্যত উপনীত হ'বৰ বাবে কিমান পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ'ব?
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
What is marginal propensity to consume (MPC) and marginal propensity to 1+1+2-4 save (MPS)? Show that MPC+MPS-1
গ্রাম্ভিক উপভোগ প্রবণতা (MPC) আৰু প্রান্তিক সঞ্চয় প্রবণতা (MPS) কি? দেখুওৱা যে MPC+MPS=1
6. Outline how equilibrium exchange rate is determined in free market system.
মুক্ত বজাৰ ব্যৱস্থাত ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চমুকৈ লিখা।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
Write a note on 'balance of payment.
'পৰিশোধৰ সমতা'ৰ বিষয়ে এটি টোকা লিখা।
7. Discuss the working of investment multiplier with example.
বিনিয়োগ গুণকৰ কাৰ্য্যপ্রক্রিয়া উদাহৰণসহ আলোচনা কৰা।
OR
Explain diagrammatically how equilibrium level of employment and income is determined in a two sector economy with the concept of aggregate demand and aggregate supply.
দ্বিখণ্ড অর্থনীতিত সামগ্রিক চাহিলা আৰু সামগ্রিক যোগান ধাৰণাৰ সহায়ত কেনেদৰে ভাৰসাম্য আয় আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰিব পাৰি চিত্ৰসহ ব্যাখ্যা কৰা।
AHSEC Class 12 Economics Question paper' 2023
PART-B / খ অংশ
8. Answer the following: 1×6=6
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
(i) What is poverty line?
দাৰিদ্ৰ সীমাৰেখা কি?
(ii) Name any two Navaratna industries.
যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা।
(iii) Who is known as the architect of economic planning in India?
ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ নিৰ্মাতা বুলি কাক জনা যায় ?
(iv) What do you understand by jobless growth ?
নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা ?
AHSEC Class 12 Economics Question paper' 2023
(v) Name two unconventional sources of energy.
শক্তিৰ দুটা অপৰম্পৰাগত উৎসৰ নাম লিখা।
(vi) Which of the following is a cause of ozone layer depletion ?
তলৰ কোনটো অ'জন স্তৰ ক্ষয়ৰ এটা কাৰণ ?
(a) Noise pollution / শব্দ প্ৰদূষণ
(b) Air pollution / বায়ু প্ৰদূষণ
(c) Water pollution / জল প্ৰদূষণ
(d) None of the above / ওপৰৰ এটাও নহয়।
(Choose the correct option)
(শুদ্ধ বিকল্প বিচাৰ কৰা 2×6=12
AHSEC Class 12 Economics Question paper' 2023
9.Answer the following: তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
(i) Write two objectives behind infrastructure development in India by the British government during Colonial rule.
ঔপনিবেশিক শাসন কালত ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ দুটা উদ্দেশ্য লিখা।
(ii) Write two objectives of NITI Aayog.
NITI আয়োগৰ দুটা উদ্দেশ্য লিখা ।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
Write two factors that necessitates the introduction of economic reform in India.
ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা।
(iii) Correctly match the two sides of the following table:
তলৰ তালিকাখনৰ দুয়ো অংশ শুদ্ধকৈ মিলোৱা :
(iv) Write the full from of AYUSH.
AYUSH ৰ সম্পূৰ্ণ ৰূপ লিখা।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
What do you understand by medical tourism?
'চিকিৎসা পর্যাটন' বুলিলে কি বুজা
(v) Write one positive and one negative impact of globalisation in the Indian economy
ভাৰতৰ অৰ্থনীতিত বিশ্বায়নৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক প্রভাব লিখা।
(vi) Write two differences between formal and informal sources of rural credit.
গ্রাম্য ঋণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উৎসৰ দুটা পার্থক্য লিখা ।
10. Write the features of the Industrial Policy, 1956.
1956 চনৰ উদ্যোগিক নীতিৰ বৈশিষ্ট্যসমূহ লিখা।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
Briefly discuss the problems faced by the Indian agriculture sector in pre- reform period.
প্রাক সংস্কাৰ কালত ভাৰতৰ কৃষি খণ্ডই সম্মুখীন হোৱা সমস্যাসমূহ সংক্ষেপে আলোচনা কৰা।
11. Discuss four important causes of poverty in India.
ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ চাৰিটা মুখ্য কাৰণ আলোচনা কৰা ।
12. Write a note on condition of health infrastructure in India.
ভাৰতবৰ্ষৰ স্বাস্থ্য আন্তঃগাঁথনিৰ অৱস্থাৰ বিষয়ে এটি টোকা লিখা।।
AHSEC Class 12 Economics Question paper' 2023
OR / অথবা
What is workforce? Write the causes of low workforce participation rate of female as compared to male. 1+3=4
কর্মশক্তি কি? পুৰুষৰ তুলনাত মহিলাৰ কর্মশক্তিত অংশগ্ৰহণৰ হাৰ নিম্ন হোৱাৰ কাৰণসমূহ লিখা।
13. Write a comparative note on the contribution of agriculture, industry and service sectors to the respective economies of India, China and Pakistan. 4
ভাৰত, চীন আৰু পাকিস্তানৰ অৰ্থনীতিলৈ দেশকেইখনৰ কৃষি, উদ্যোগ আৰু সেৱা খণ্ডই আগবঢ়োৱা বৰঙণিৰ এটা তুলনামূলক টোকা প্রস্তুত কৰা।
AHSEC Class 12 Economics Question paper' 2023
OR/ অথবা
Briefly describe the path of economic development of China.
চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
14. How is human development a broader term as compared to human capital? What are the main problems of human capital formation in India ? 3+3=6
মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণা কিয় ব্যাপক বুলি ধৰা হয়? ভাৰতত মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাসমূহ লিখা ।
OR/ অথবা
Discuss how agricultural activities can be diversified. কৃষিকাৰ্য্যক কিদৰে ভিন্নমুখী/বৈচিত্ৰপূৰ্ণ কৰিব পাৰি আলোচনা কৰা। 6
AHSEC Class 12 Economics Question paper' 2023
-00000-