AHSEC Class 11 Swadesh Adhyayan Question Paper 2022 [HS 1st year Question Paper]

In this post we have shared AHSEC Class 11 Swadesh Adhyayan Question Paper 2022 Both English and Assamese version.
AHSEC Class 11 Swadesh Adhyayan Question Paper 2022 [HS 1st year Question Paper]


AHSEC Class 11 Swadesh Adhyayan Question Paper 2022

SWADESH ADHYAYAN

Full Marks: 80 

Pass Marks: 24

Time: 3 hours


The figures in the margin indicate full marks for the questions




ALLOTMENT OF MARKS

GROUP-A: History

(Marks: 40)


1. Choose the correct answer of the following (any six) : 1×6=6


(a) Which one of the following four divisions of erstwhile

তলত দিয়াসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা (যি কোনো ছয়টা) : 


Assam falls between the rivers Kartoya and Sankosh?

তলত উল্লিখিত পূৰ্বৰ অসমৰ চাৰিটা বিভাগৰ কোনটো বিভাগ কৰতোয়া আৰু সংকোশ নদীৰ মাজত অৱস্থিত ?


(i) Kamapitha

কামপিঠা

(iii) Ratnapitha

ৰত্নপীঠ


(iii) Swarnapitha

স্বর্ণপীঠ


(iv) Soumarapitha

সৌমাৰপীঠ


(b) Under the reign of which Ahom king did Momai Tamuli Borbarua introduce the 'Paik system? কোন আহোম ৰজাৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাই 'পাইক প্রথা' প্রবর্তন কৰিছিল ?


(i) Sukapha

চুকাফা


(it) Chakradhwaj Singha

চক্ৰধ্বজ সিংহ


(iii) Pratap Singha

প্রতাপ সিংহ


(i) Rudra Singha

ৰুদ্ৰ সিংহ


(c) The writer of the book, Hastividyarnava is


'হস্তীবিদ্যাৰ্ণৱ” নামৰ গ্ৰন্থখনিৰ লেখক হ'ল 


(i) Sukumar Barkaith 

সুকুমাৰ বৰকাইথ


(ii) Kabiraj Chakravarti 

কবিৰাজ চক্ৰৱৰ্তী


(iii) Daityari Thakur

দৈত্যাৰি ঠাকুৰ


(iv) Ramananda Dvija

ৰামানন্দ ছিল



(d) 'Bagh Hazarika, who hold an important military post during Ahom period, belongs to which religious group?

আহোম যুগৰ এজন গুৰুত্বপূৰ্ণ সামৰিক বিষয়া 'বাঘ হাজৰিকা' কোন ধৰ্মৰ লোক ?


(i) Hindu

 হিন্দু


(ii) Muslim

মুছলমান


(iii) Christian 

খ্রীষ্টান


(iv) Buddhist

বৌদ্ধ


(e) On which hill is the Kamakhya Temple situated? 

কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত ? 


(i) Sandhyachal

সন্ধ্যাচল


(ii) Manikut 

মণিকূট


(i) Nilachal

নীলাচল


(iv) Chitrachal

চিত্ৰাচল


(f) On which hilltop is the pilgrimage site for the Muslims, the Poa Mecca situated? 

কোন পাহাৰৰ শিখৰত মুছলমানসকলৰ তীৰ্থস্থান পোৱা মক্কা অবস্থিত ?


(i) Chitrachal

চিত্র


(i) Garurachal 

গৰুড়াচল


(iii) Maniparbat

 মণিপর্বত


(iv) Deopahar 

দেওপাহাৰ


(g) Who was the founder of Varman dynasty?

বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ? 


(i) Kumar Bhaskaravarman

কুমাৰ ভাস্কৰ বৰ্মন


(ii) Mahabhutivarman

মহাভূতিবর্মন


(iii) Pushyavarman 

পুজাবৰ্মন


(iv) Naraka

নৰক


2. Answer the following questions (any four) :

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা (যি কোনো চাৰিটা) : 2×4=8


(a) Name two royal dynasties who ruled over Kamarupa before the entry of the Ahoms.

আহোমসকলৰ আগমনৰ পূৰ্বে কামৰূপত শাসন চলোৱা দুটা ৰাজবংশৰ নাম লিখা ।


(b) Name two Mongoloid groups of people living in Assam.

অসমত বসবাস কৰা দুটা মঙ্গোলীয় জনগোষ্ঠীৰ নাম লিখা ।


(c) Name two popular Sushir musical instruments used in Assam.

অসমত প্রচলিত দুবিধ জনপ্রিয় সুমিস বাদাৰ নাম লিখা ।


(d) Name two large tanks excavated by the Ahom kings in Sivasagar district.

শিৱসাগৰ জিলাত আহোম ৰজাসকলে খন্দোৱা দুটা ডাঙৰ পুখুৰীৰ নাম লিখা ।


(e) In which two districts of Assam are historically famous Sri Surya Pahar and Bamuni Pahar located?

অসমৰ কোন দুখন জিলাত ইতিহাস প্রসিদ্ধ শ্ৰীসূৰ্ব পাহাৰ আৰু বামুনী পাহাৰ অবস্থিত ?


3. Answer the following questions (any five): 4x5=20


(a) Write a note on the rise and fall of the rulers of the Varman dynasty in Kamarupa.

কামৰূপত বৰ্মন বংশৰ শাসনকৰ্তাসকলৰ উত্থান আৰু পতনৰ ওপৰত এটা টোকা  ।


(b) Write briefly on the demographic transition in Assam since the Ahom period.

আহোম যুগৰ পৰা অসমৰ জনবিন্যাসৰ বিষয়ে চমুকৈ লিখা।


(c) Briefly discuss the initiation and development of Bhakti Movement in Assam

অসমত ভক্তি আন্দোলনৰ আৰচনি আৰু বিকাশৰ বিষয়ে চমুকৈ আলোচনা কৰা ।


(d) What do you understand by material heritage? Write a brief note on the material heritage left by our ancestors.


বস্তুগত ঐতিহ্য বুলি আপুনি কি বুজি পায়?  আমাৰ পূৰ্বপুৰুষসকলে এৰি থৈ যোৱা বস্তুগত ঐতিহ্যৰ ওপৰত এটা চমু টোকা লিখা।



(e) Briefly discuss the Maidam culture of the Ahom period.

আহোম যুগৰ মৈদাম সংস্কৃতিৰ বিষয়ে চমুকৈ আলোচনা করা।


(f) Write a brief note on the contribution of the Mongoloid people in the nation-making process.

জাতিগঠন প্ৰক্ৰিয়াত মঙ্গোলীয়সকলৰ অৱদান সম্পৰ্কত চমুকৈ এটা টোকা লিখা।


4. Mention the important roads and bridges constructed during the Ahom period. Explain the specialities of those structures. 3+3=6

আহোম যুগত নির্মিত প্রধান আশিটি আৰু সাঁকোসমূহৰ নাম উল্লেখ কৰা। সেই গাঁঠনিসমূহৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা।

Or 


Discuss the role of in the development of social life in Assam. 6

অসমত নৱ বৈষ্ণব আন্দোলনে কিদৰে সমাজজীৱনৰ বিকাশত অৰিহণা যোগাইছে, আলোচনা কৰা।


GROUP-B

ষ শাখা

(Geography) 

(Marks: 40)


1. Choose the correct answer of the following (any six) 1×6=6

তলত দিয়াবোৰৰ শুদ্ধ উত্তৰ বাছি উলিওৱা (যি কোনো ছয়টা) :


(a) The average width of the Bengal Duars' connecting North-East India with rest of the country is around.

উত্তৰ-পূব ভাৰতক দেশৰ বাকী ভূখণ্ডৰ লগত সংলগ্ন কৰা 'বংগ দুৱাৰ 'ৰ গ্ৰহ গড়ে


(i) 17 km

১৭ কিমি


(ii) 27 km

২৭ কিমি


(iii) 37 km

৩৭ কিমি


(iv) 72 km

৭২ কিমি


(b) The highest area Umiaper (1220 m from mean sea level) is located at [ সৰ্বোচ্চ স্থান উম্‌লাপাৰ (সমুদ্রপৃষ্ঠৰ পৰা ১২২০ মি)ৰ অৱস্থিতি হ'ল 


(i) East Karbi Anglong পূব কাৰ্বি আংলং


(ii) Dima Hasao ডিমা হাচাও


(iii) Hamren Plateau হামবেন মালভূমি


(iv) Dabaka Hills ডবকা পাহাৰ


(c) Which one of the following is the south bank tributary of the Brahmaputra river? তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ উপনৈ ?


(i) Kopili 

কপিলী


(ii) Buroi


(iii) Pachnoi 

পাচনৈ


(iv) Dikrong


(d) The summer monsoon season in Assam extends from last part of January to first half of March.

অসমত শ্ৰীষ্ম মৌচুমী ঋতু সম্প্ৰসাৰিত জানুৱাৰীৰ শেষ ভাগৰ পৰা মাৰ্চৰ আগচোৱালৈ


(ii) mid- September to end of November

চেপ্তেম্বৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ শেষলৈ


(iii) mid-April to end of June 

এপ্ৰিলৰ মাজভাগৰ পৰা জুনৰ শেষলৈ


(iv) mid June to first half of September

জুনৰ মাজভাগৰ পৰা চেপ্তেম্বৰৰ প্ৰথম ভাগলৈ


(e) As per 2011 Census, the urban population in Assam is

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলৰ জনসংখ্যা হ'ল


(i) 14%

(ii) 24%

(iii) 41%

(iv) 42%



(f) Which one of the following takes active part in absorption of dead plants and animals in the earth? তলৰ কোনবিধে মৃত উদ্ভিদ আৰু জীৱজন্ত প্ৰকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা


(i) Man

মানুহ


(ii) Tiger


(iii) Bacteria 

বেক্টেৰিয়া


(iv) Vulture

 শগুন


(g) Which one of the following industries can be set up at any place? 

নিম্নোক্ত কোনবিধ শিল্পোদ্যোগ যি কোনো ঠাইত স্থাপন কৰিব পাৰি ? 


(i) Forest-based industry

বনজ সামগ্রী-ভিত্তিক শিল্পোদ্যোগ


(ii) Tea industry

চাহ শিল্পোদ্যোগ


(iii) Mineral-based industry

খনিজভিত্তিক শিল্পোদ্যোগ


(iv) Footloose industry

চলন্ত শিল্পোদ্যোগ



2. Answer the following questions (any four): 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো চাৰিটা) চা


(a) Name two main physical divisions of Assam.

অসমৰ দুটা মুখ্য ভূ-প্রাকৃতিক অঞ্চলৰ নাম উল্লেখ কৰা।


(b) Name two districts of Assam where most of the people engaged in Jhum cultivation.

অসমৰ দুখন জিলাৰ নাম লিখা যি দুখনৰ বেছিভাগ লোক ঝুম খেতিৰ লগত জড়িত।


(c) In Assam, what is the average temperature during the summer and the winter seasons?

অসমত গ্ৰীষ্ম আৰু শীত ঋতুত উষ্ণতাৰ গড় পৰিমাণ কিমান ?


(d) Which two are the largest and smallest Wildlife Sanctuaries of Assam ?

অসমৰ কোন দুখন সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু বন্যপ্রাণী অভয়াৰণ্য ?


(e) In which two districts of Assam, the population density found to be highest and lowest?

অসমৰ কোন দুখন জিলাত জনসংখ্যার ঘনত্ব সর্বাধিক আৰু সর্বনিম্ন ?


3. Answer the following questions (any five): তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো পাঁচটা) :


(a) What are the major categories of soils of Assam and their characteristics? অসমৰ মৃত্তিকাৰ মুখ্য ভাগ কোনবোৰ আৰু সেইবোৰৰ বৈশিষ্ট্যসমূহ কি কি?


(b) Explain the major causes of population growth in

Assam. অসমৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণসমূহ ব্যাখ্যা কৰা ।


(c) What do you understand by resource? Discuss briefly the in situ and ex situ conservation of resources. 

সম্পদ বুলিলে কি বুজা ? সম্পদৰ যথাস্থান আৰু স্থানান্তৰ কৰি কৰা সংৰক্ষণৰ বিষয়ে চমুকৈ আলোচনা কৰা । 


(d) Which are the major types of agriculture in Assam Give an examples of each type of agriculture.

অসমৰ কৃষিৰ মুখ্য শ্ৰেণীসমূহ কি কি? প্ৰতিবিধ কৃষিৰ উদাহৰণ দিয়া ।


(e) Discuss the major types and importance of the cottage industries in Assam. 2+2=4 অসমৰ কুটিৰশিল্পৰ মুখ্য ভাগ আৰু সেইবোৰৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা


(f) What are the four pillars of human resource? What system and efforts are needed for the development of human resource in Assam? মানৱ সম্পদ উন্নয়নৰ চাৰিটা স্তম্ভ কি কি? অসমত মানৱ সম্পদ বিকাশৰ বাবে কোন ব্যৱস্থা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন ?


(g) Examine the major problems in agricultural development in Assam. অসমৰ কৃষি উন্নতিত থকা মুখ্য সমস্যাসমূহ বিশ্লেষণ কৰা ।


Or / অথবা


What do you understand by non-renewable resources? Explain the necessity of conservation of resources. ক্ষণশীল সম্পদ বুলিলে কি বুজা ? সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।


-0000-


Also Read:


1). AHSEC Class 11  Swadesh Adhyayan Question Answer in English.


2). AHSEC Class 11 Swadesh Adhyayan Question Answer in Assamese.


3). AHSEC Class 11 Swadesh Adhyayan Syllabus.

 

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.