AHSEC Class 11 Advance Assamese New Syllabus 2023-24

Class 11 Advance Assamese syllabus 2024 : Are you a Student of Assam Board Class 11 and Looking for AHSEC H.S 1st Year Advance Assamese Syllabus for A

AHSEC Class 11 Advance Assamese New Syllabus 2023-24

Class 11 Advance Assamese syllabus 2024 : Are you a Student of Assam Board Class 11 and Looking for AHSEC H.S 1st Year Advance Assamese Syllabus for Academic Year 2023-2024 ! Look no Further, In this page we have Provided a Assam Board Class 11 Advance Assamese New syllabus. 


AHSEC Class 12 Advance Assamese New Syllabus 2023-2024


ADVANCE ASSAMESE


SYLLABUS FOR HIGHER SECONDARY FIRST YEAR COURSE OF ADVANCE ASSAMESE


অসমীয়া উচ্চ সাহিত্য


উদ্দেশ্য (Objective) :


উচ্চতৰ মাধ্যমিক স্তৰত ভাষা শিক্ষাৰ প্ৰাথমিক উদ্দেশ্যসমূহ মেনে পড়ল, লিখা আৰু কোৱাত সফল হয় তাৰ ব্যৱস্থা বখা হয়। এই উপতে ভাষাটোৰ সম্পর্কে জ্ঞান আহৰণ কৰি তাৰ প্ৰয়োগ নিজাকৈ কৰিবলৈ শিকিব লাগে। অসমীয়া উচ্চ সাহিত্য ঐচ্ছিক বিষয় হিচাপে পঢ়িলে ছাত্ৰ-ছাত্ৰীয়ে ভাষাটোৰ বিস্তৃত আৰু গভীৰ জ্ঞান লাভ কৰিব পাৰিব। এই উদ্দেশ্য আগত ৰাখি পাঠ্যক্ৰমত নন্দনতাত্ত্বিক, ভাষা-তাত্বিক, নৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন তত্ত্বমূলক পাঠ সংযোগ কৰা হৈছে।

উচ্চ- সাহিত্যৰ পাঠ্যক্রম প্রস্তুত করোতে লক্ষ্য ৰখা হৈছে যাতে ছাত্ৰ-ছাত্ৰীয়ে স্নাতক বা পাছৰ পৰ্যায়ত অসমীয়া ভাষা বিষয়ত উচ্চ শিক্ষা ল'বলৈ প্রয়োজনীয় ভাষা-সাহিত্যৰ জ্ঞান আৰু বুৎপত্তি লাভ কৰিব পাৰে তেনে পাঠ সন্নিবিষ্ট কৰা হৈছে।


SYLLABUS FOR HIGHER SECONDARY FIRST YEAR COURSE



AHSEC Class 11 Advance Assamese New Syllabus 2023-24
AHSEC Class 11 Advance Assamese New Syllabus 2023-24

About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment