AHSEC CLASS 12 MUSIC QUESTION PAPER
2022
HINDUSTANI VOCAL (Theory)
32T MUSIC (HNDV)
Full Marks: 30
Pass Marks: 09
Time: Two hours
The figures in the margin indicate full marks for the questions.
Q.Answer any five questions:
যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ কৰাঃ.
6x5=30
1. What is Swara and Shruti ? Write the differences between Swara and Shruti.
স্বৰ আৰু শ্রুতি কাক বোলে? স্বৰ আৰু শ্রুতি দুয়োটাৰে মাজৰ পাৰ্থক্যবোৰ লিখা। 2+4=6
2. Write the notations and give a description of the following ragas: (any one)
তলত দিয়া ৰাগ সমূহৰ স্বৰলিপি লিখি ৰাগটোৰ বিষয়ে বিবৰণ দাঙি ধৰা: (যিকোনো এটা)
6x1=6
(i) Bihag বিহাগ
(ii) Ashawari আশোৱাৰী
3.Write down the notations of the following Taals: (any two)
নিম্নলিখিত তালৰ তাললিপি লিখা: (যিকোনো দুখন)
(i) Dhamar Taal ধামাৰ তাল
(ii) Rupak Taal ৰূপক তাল
(iii) Tilwara টিলৱাৰ
4. Write the life history of (any one) জীবনী লিখা: (যিকোনো এজন)
6×1=6
(i) Hirendra Nath Sharma হীৰেন্দ্ৰনাথ শৰ্মা
(ii) Begum Parveen Sultana. বেগম পাৰভীন চুলতানা।
5. Write short notes on: (any three) চমুটোকা লিখা: (যিকোনো তিনিটা)
2x3=6
(i) Alankar অলংকাৰ
(ii) Lakshan Geet লক্ষণ গীত
(iii) Swaragam স্বৰগম
(iv) Saptak. সপ্তক।
6. Discuss a detailed study of Thata and Raga. 6
ঠাট পদ্ধতি আৰু ৰাগৰ বিষয়ে বহলাই আলোচনা কৰা।
-000000-