You read this post from beginning to end, after that you will get to know about Gauhati University B.com First Semester Business Organisation And Management FYUGP Question Paper 2023.
Gauahti University B.com First Semester Business Organisation And Management (BOM) FYUGP 2023 previous year question paper.
1 (Sem-1) BCM 1
2023
COMMERCE
Paper: BCM0100104
(Business Organisation and Management)
Full Marks: 60
Time: 2½hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Choose the correct option of the following: 1×8=8
নিম্নলিখিতৰ পৰা সঠিক উত্তৰ বাছি উলিওৱা:
(i) What is the primary advantage of the 'Brick and Click' Model ?
'ব্রিক আৰু ক্লিক' আৰ্হিৰ প্ৰাথমিক সুবিধাটো কি?
(a) No need for physical space
কায়িক স্থানৰ প্ৰয়োজনীয়তা নাই
(b) Offer flexibility to customers in terms of shopping mode
গ্রাহক সকলক ক্রয় পদ্ধতিৰ ক্ষেত্রত নমনীয়তা প্রদান কৰে
(c) Completely online সম্পূর্ণরূপে অনলাইন
(d) No digital presence needed ডিজিটেল উপস্থিতিৰ প্ৰয়োজন নাই
(ii) Which of the following is not typically a step in strategic planning process ?
নিম্নলিখিত কোনটো সাধাৰণতে কৌশলগত পৰিকল্পনা প্রক্রিয়াৰ এটা পদক্ষেপ নহয়?
(a) Environmental scanning পৰিবেশ স্কেনিং
(b) Formulation of strategy কৌশলৰ সূত্ৰীকৰণ
(c) Execution of employee performance reviews কৰ্মচাৰীৰ প্ৰদৰ্শন পর্যালোচনাৰ বাস্তবায়ন
(d) Strategy implementation কৌশলৰ বাস্তবায়ন
(i) In the communication process, who is responsible for decoding the message?
যোগাযোগ প্রক্রিয়াত বার্তাটো ডিকোড কৰাৰ দায়িত্ব কাৰ ওপৰত?
(a) Sender প্রেৰক
(b) Medium মাধ্যম
(c) Receiver গ্রহণকাৰী
(d) Feedback channel গ্রহণকাৰীৰ চেনেল
(iv) A self-confident leader whose personality and action influence people to behave in certain ways is called
এজন আত্মবিশ্বাসী নেতা যাব ব্যক্তিত্ব আৰু কার্যই বহুজনক নির্দিষ্ট আচৰণ কৰিবলৈ প্রভাবিত কৰে তেওঁক তলত উল্লিখিত কোন ধৰণৰ নেতা বুলি গণ্য কৰা হয়?
(a) Participative leader ভাগীদাৰী নেতা
(b) Charismatic leader সম্মোহিত ব্যক্তিত্বৰ নেতা
(c) Autocratic leader একচ্ছত্রী নেতা
(d) Permissive leader অনুমতিদায়ক নেতা
(v) Which of the following is not within the formal process of communication ?
নিম্নোক্ত কোনটো সংযোগৰ আনুষ্ঠানিক প্রক্রিয়াৰ ভিতৰত নপবে?
(a) Encoding সংকেতিকৰণ
(b) Interpreting অর্থ ভাঙনি
(c) Decoding সঙ্কেতোদ্ধাৰ
(d) Feedback গ্রহণকাৰীৰ মতামত
(vi) The plan to achieve overall organisational goals is called
সংগঠনৰ সামগ্রিক লক্ষ্য অর্জনৰ বাবে কৰা পৰিকল্পনাক নিম্নোক্ত কোনটোৰ দ্বাৰা বুজায়?
(a) Strategic plan গুরুত্বপূর্ণ পৰিকল্পনা
(b) Tactical plan কৌশলগত পৰিকল্পনা
(c) Operational plan কার্যকৰণীয় পৰিকল্পনা
(d) Standing plan অৱস্থান পৰিকল্পনা
(vii) Motivation is a stimulation of mind under the management function of
কর্মপ্রেৰণা এক মানসিক উৎসাহবর্ধক হিচাপে নিম্নোক্ত কোনটো পৰিচালনাৰ কাৰ্যৰ অন্তর্ভুক্ত?
(a) Directing নির্দেশনাৰ কার্য
(b) Organising সংগঠনৰ কার্য
(c) Controlling নিয়ন্ত্ৰণৰ কাৰ্য
(d) Co-ordinating সমন্বয়ৰ কার্য
(vii) Organisation where expert assistance is provided to the line managers are
সংগঠন, য'ত বৈখিক পৰিচালক সকললৈ বিশেষজ্ঞৰ সহায়ত যোগোরা হয় সেইবোৰ হৈছে
(a) Line organisation ৰৈখিক সংগঠন
(b) Functional organisation ক্রিয়াত্মক সংগঠন
(c) 'Line and staff' organisation বৈষিক আৰু কর্মী সংগঠন
(d) Project organisation প্রকল্প সংগঠন
2. Write short answers on the following: (any six) 2×6=12
নিম্নোক্ত বিষয়সমূহৰ ওপৰত চমু উত্তৰ লিখা: (যিকোনো ছয়টা)
(i) Why do companies prefer for franchising?
কোম্পানীসমূহে 'ফ্রেঞ্চাইজিং' কিয় বাছনি কৰে?
(ii) Write briefly two techniques commonly used in the decision making process.
সিদ্ধান্ত গ্রহণ প্রক্রিয়াত সঘনে ব্যবহাৰ হোবা দুটা প্রণালী সংক্ষেপে লিখা।
(iii) Briefly state the relationship between planning and controlling in management.
পৰিচালনাত পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ মাজৰ সম্পর্ক সংক্ষেপে ব্যাখ্যা কৰা।
(iv) List three essential trait of an effective leader.
এজন কার্যকৰী নেতাৰ তিনিটা অপবিহার্য বৈশিষ্ট তালিকাভুক্ত কৰা।
(v) Write the main features of Theory X.
তত্ত্ব X-ৰ মুখ্য বৈশিষ্টসমূহ লিখা।
(vi) Mention the problem of dual accountability in matrix organisation.
মেট্রিক্স সংগঠনত চিহ্নিত যৌথ দায়বদ্ধতাৰ সমস্যাসমূহৰ উল্লেখ কৰা।
(vii) List out at least two areas where managerial control is considered necessary.
পৰিচালনাৰ নিয়ন্ত্রণ আৱশ্যকীয় বুলি ভবা কমপক্ষেও দুটা ক্ষেত্ৰৰ উল্লেখ কৰা।
(viii) Creativity in decision making. সিদ্ধান্ত গ্রহণত সৃজনশীলতা।
(ix) What is virtual organisation ? ভাৰটিএল সংগঠন কি?
(x) What is work from home ? ঘৰৰ পৰা কাৰ্য মানে কি?
3. Answer any four of the following : 5×4=20
নিম্নোক্ত যিকোনো চাৰিটাৰ উত্তৰ লিখা:
(i) Explain the concept of strategic planning.
কৌশলগত পৰিকল্পনাৰ ধাৰণা ব্যাখ্যা কৰা।
(ii) Define 'bounded rationality' and its role in decision making.
'সীমাবদ্ধ যুক্তিবাদ'ৰ সংজ্ঞা দিয়া আৰু সিদ্ধান্ত গ্রহণত ইয়াৰ ভূমিকা ব্যাখ্যা করা।
(iii) What are the three core elements of delegation of authority ?
ক্ষমতা প্রত্যায়নৰ তিনিটা মূল উপাদান কি?
(iv) Discuss the factors that can affect an individual's motivation in the workplace.
কর্মস্থলত এজন ব্যক্তিৰ অনুপ্ৰেৰণাত প্রভাব পেলাব পৰা কাৰক কেইটাৰ বিষয়ে আলোচনা কৰা।
(v) Explain the steps in decision making.
সিদ্ধান্ত গ্রহণ কৰাত অবলম্বন কৰিবলগীয়া পদক্ষেপসমূহ ব্যাখ্যা কৰা।
(vi) What is the laissez-faire or free-rein leadership style ? In what type of teams or setting would this leadership style be most effective ?
'Laissez-faire' নেতৃত্ব শৈলী কি? কোন ধৰণৰ দল বা পৰিবেশত এই নেতৃত্ব শৈলী সর্বাধিক কাৰ্য্যকৰী হ'ব?
(vi) Explain Matrix organisation structure Matrix.
সংগঠনিক গাঁঠনিটো ব্যাখ্যা কৰা।
(viii) Why is informal organisation no less important than formal organisation?
অনানুষ্ঠানিক সংগঠন কিয় আনুষ্ঠানিক সংগঠনতকৈ কম গুৰুত্বপূৰ্ণ বুলি ধৰা নহয়?
4. Answer any two of the following:
নিম্নোক্ত যিকোনো দুটাৰ উত্তৰ লিখা: 10×2=20
(i) Discuss in detail the difference between micro, meso and macro environment in business.
ব্যৱসায়ৰ ক্ষুদ্র, মেচ' আৰু বৃহৎ পৰিবেশৰ মাজত থকা পার্থক্য বহলাই আলোচনা কৰা।
(ii) Elaborate on the four pillars of corporate social responsibility. (Economic, legal, ethical and philantrophic obligation)
নিগমত সামাজিক দায়বদ্ধতাৰ চাৰিটা মূল স্তম্ভৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা কৰা। (অর্থনৈতিক, আইনী, নৈতিক আৰু দানশীল দায়িত্ব)
(iii) Discuss the role of IT and social media in communication in business organisation.
ব্যৱসায় সংগঠনত তথ্য প্রযুক্তি আৰু সামাজিক মাধ্যমৰ যোগাযোগৰ ক্ষেত্ৰত কি ভূমিকা আছে সেই সন্দর্ভত আলোচনা কৰা।
(iv) What are the some potential failure reasons and success factors for business process re-engineering ?
ব্যৱসায় প্ৰক্ৰিয়া পুনৰ-অভিযান্ত্রিকীকৰণৰ সম্ভাব্য ব্যৰ্থতাৰ কাৰণ আৰু সফলতাৰ উপাদান কি কি?
(v) Evaluate the importance of work-life balance in today's corporate environment.
বৰ্তমানৰ কৰ্পৰেট পৰিবেশত কর্ম-জীৱন ভাৰসাম্যৰ গুৰুত্বৰ মূল্যায়ন কৰা।
********
Also Read;