Gauhati University, located in Guwahati, Assam, is one of the prominent educational institutions in Northeast India. It offers a wide range of undergraduate and postgraduate courses to students across various disciplines. The Bachelor of Commerce (BCom) program at Gauhati University is highly regarded for its comprehensive curriculum and focus on practical applications in the business world. In this article, we will explore the Gauhati University BCom 3rd Sem Entrepreneurship Question Paper for the year 2023 Entrepreneurship Question paper 2023 GU in pdf shedding light on its importance and the Questions asked in Examinations.
4 (Sem-3/CBCS) COM SE 1/2/3
2023
COMMERCE
(Skill Enhancement Course)
Full Mark : 50
OPTION-A Paper: COM-SEC-3014 (Entrepreneurship)
1. Answer as directed (any four)1×4=4
নির্দেশ অনুযায়ী উত্তৰ দিয়া: (যিকোনো চাৰিটা)
(a) Define creative behaviour in entrepreneurship.
উদ্যমিতাত সৃষ্টিশীল আচৰণৰ সংজ্ঞা দিয়া।
(b) List two key elements of entrepreneurship.
উদ্যমিতাৰ দুটা মূল উপাদান লিখা।
(c) Why is entrepreneurship important for economic growth?
অর্থনৈতিক বৃদ্ধিৰ বাবে উদ্যমিতা কিয় গুৰুত্বপূর্ণ?
(d) Name one common method or strategy used to resolve conflicts within a family- owned business in India.
ভাৰতত পৰিয়ালৰ মালিকানাধীন ব্যৱসায়ৰ ভিতৰত সংঘাত সমাধানৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ পদ্ধতি বা কৌশলৰ নাম লিখা।
(e) What are the two primary systems of stimulation for entrepreneurship?
উদ্যমিতা বিকাশত উদ্দীপনা প্রদান কৰা দুটা প্রাথমিক ব্যৱস্থা কি কি?
(f) Define the concept of business incubators.
ব্যৱসায়িক ইনকিউবেটৰৰ ধাৰণাটোৰ সংজ্ঞা লিখা।
(g) How do venture capital funds contribute to the sustainability of startups?
ভেঞ্চাৰ কেপিটেল ফাণ্ডে ষ্টার্টআপৰ বহনক্ষমতাত কেনেদৰে অৰিহণা যোগায়?
(h) Write about ecopreneurship.
ইক'প্রেনিউৰশ্বিপৰ বিষয়ে লিখা।
2. Briefly answer the following: (any three) 2x3=6
তলত দিয়াবোৰৰ উত্তৰ লিখা: (যিকোনো তিনিটা)
(a) Define the term "entrepreneurship" and list two essential elements for someone to be considered an entrepreneur.
'উদ্যমশীলতা'ৰ সংজ্ঞা দিয়া আৰু কাৰোবাক উদ্যোগী বুলি গণ্য কৰিবলৈ দুটা প্রয়োজনীয় উপাদানৰ নাম উল্লেখ কৰা।
(b) Write some essential qualities of an entrepreneur.
একজন উদ্যমীৰ কিছুমান অত্যাবশ্যকীয় গুণ লিখা।
(c) Provide the names of any two elements found in the contents of a business plan or project proposal document.
ব্যৱসায়িক পৰিকল্পনা বা প্রকল্প প্রস্তাৱৰ নথিপত্ৰৰ বিষয়বস্তুত পোৱা যিকোনো দুটা উপাদানৰ নাম প্রদান কৰা।
(d) Describe the importance of preliminary contracts with vendors, suppliers and bankers for a startup. Give one example of a potential challenge a startup might face in managing these contracts and how it can be addressed.
এটা স্টার্টআপৰ বাবে বিক্রেতা, যোগানকাৰী আৰু বেংকাৰৰ সৈতে প্ৰাৰম্ভিক চুক্তিৰ গুৰুত্ব বর্ণনা কৰা। এই চুক্তিসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত এটা স্টার্টআপে সম্মুখীন হ'ব পৰা সম্ভাব্য প্রত্যাহ্বান আৰু ইয়াক কেনেকৈ সমাধান কৰিব পাৰি তাৰ এটা উদাহৰণ দিয়া।
(e) What is the fundamental concept of business groups in the context of Indian business? Briefly describe the role played by business houses in shaping the Indian economy.
ভাৰতীয় ব্যৱসায়ৰ প্ৰেক্ষাপটত ব্যৱসায়িক গোটৰ মৌলিক ধাৰণা কি? ভাৰতীয় অর্থনীতি গঢ় দিয়াত ব্যৱসায়িক ঘৰসমূহে লোৱা ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
(f) Explain two key aspects of the significance of writing a business plan or project proposal in the context of entrepreneurship.
উদ্যোগীকৰণৰ প্ৰেক্ষাপটত ব্যৱসায়িক পৰিকল্পনা বা প্রকল্প প্রস্তাব লিখাৰ তাৎপৰ্য্যৰ দুটা মূল দিশ ব্যাখ্যা কৰা।
3. Write short notes on: (any two) 5×2=10
চমু টোকা লিখাঃ (যিকোনো দুটা)
(a) Mobilizing Resources for Start-Up
ষ্টার্ট-আপৰ বাবে সম্পদ সংগ্ৰহ কৰা
(b) Social entrepreneurship
সামাজিক উদ্যোগীকৰণ
(c) Role and functions of business incubators
ব্যৱসায়িক ইনকিউবেটৰৰ ভূমিকা আৰু কাৰ্য্য
(d) Non-financial institutions
অবিত্তীয় প্রতিষ্ঠান
(e) Micro, Small and Medium Enterprises
ক্ষুদ্র, সৰু আৰু মজলীয়া উদ্যোগ
(f) Test of feasibility
সম্ভাৱনীয়তাৰ পৰীক্ষা
4. Write answers to the following: (any three) 10×3=30
তলৰ যিকোনো তিনিটাৰ উত্তৰ লিখা:
(a) Discuss the role of designing business processes, selecting the right location, planning the layout, and establishing effective operational and control mechanisms in the success of a business. Provide examples of how these factors can impact different types of businesses.
ব্যৱসায়িক প্ৰক্ৰিয়াৰ ডিজাইন, সঠিক স্থান নির্বাচন, বিন্যাসৰ পৰিকল্পনা, আৰু ব্যৱসায়ৰ সফলতাত ফলপ্রসূ কাৰ্য্যকৰী আৰু নিয়ন্ত্রণ ব্যৱস্থা স্থাপনৰ ভূমিকা সম্পর্কে আলোচনা কৰা। এই কাৰকসমূহে বিভিন্ন ধৰণৰ ব্যৱসায়ত কেনে প্রভাব পেলাব পাৰে তাৰ উদাহৰণ দিয়া।
(b) Explain in the significance of creating a comprehensive business plan or project proposal before embarking on a new venture. Discuss how a well- structured plan can benefit both entrepreneurs and potential investors. Provide specific examples to support your explanation.
নতুন উদ্যোগ এটা আৰম্ভ কৰাৰ আগতে এখন বিস্তৃত ব্যৱসায়িক পৰিকল্পনা বা প্রকল্প প্রস্তাৱ তৈয়াৰ কৰাৰ তাৎপৰ্য্য ব্যাখ্যা কৰা। এটা সু-গাঁথনিযুক্ত পৰিকল্পনাই উদ্যোগী আৰু সম্ভাব্য বিনিয়োগকাৰী উভয়কে কেনেকৈ উপকৃত কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা। ব্যাখ্যা সমৰ্থন কৰিবলৈ নির্দিষ্ট উদাহৰণ দিয়া।
(c) Outline the various aspects that should be covered in a project report, including factors like the size of the investment, nature of the product, and market potential. Explain why each of these aspects is essential for evaluating the feasibility and viability of a project. Use a real or hypothetical example to illustrate your points.
প্ৰকল্পৰ প্ৰতিবেদনত সামৰি ল'বলগীয়া বিভিন্ন দিশৰ ৰূপৰেখা দাঙি ধৰা, য'ত বিনিয়োগৰ আকাৰ, পণ্যৰ প্ৰকৃতি, বজাৰৰ সম্ভাৱনা আদি কাৰকসমূহ অন্তর্ভুক্ত কৰা হ'ব। প্রকল্প এটাৰ সম্ভাৱনীয়তা আৰু কার্য্যক্ষমতা মূল্যায়নৰ বাবে এই প্রতিটো দিশ কিয় অপৰিহাৰ্য সেই বিষয়ে ব্যাখ্যা কৰা। কথাবোৰ বুজাবলৈ বাস্তব বা কাল্পনিক উদাহৰণ ব্যৱহাৰ কৰা।
(d) Explain the crucial factors related to the availability and access to finance, marketing assistance, technology, and for industrial accommodation entrepreneurs. Discuss how these factors can influence the success of a startup and the growth of an entrepreneurial ecosystem.
উদ্যোগীসকলৰ বাবে বিত্ত, বিপণন সহায়, প্রযুক্তি, আৰু ঔদ্যোগিক বাসস্থানৰ উপলব্ধতা আৰু প্ৰৱেশৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাৰকসমূহ ব্যাখ্যা করা। এই কাৰকসমূহে এটা স্টার্টআপৰ সফলতা আৰু উদ্যমিতাৰ পৰিৱেশ তন্ত্ৰৰ বৃদ্ধিত কেনে প্রভাব পেলাব পাৰে সেই বিষয়ে আলোচনা কৰা।
(e) Discuss the concept of business groups in India and elaborate on the significant role that business houses and family businesses have played in shaping the Indian economy. Provide examples of prominent business groups and their contributions to the nation's economic development.
ভাৰতত ব্যৱসায়িক গোটৰ ধাৰণা আলোচনা কৰা আৰু ভাৰতীয় অর্থনীতি গঢ় দিয়াত ব্যৱসায়িক ঘৰ আৰু পৰিয়ালৰ ব্যৱসায়ীয়ে লোৱা উল্লেখযোগ্য ভূমিকা সম্পর্কে বিশদভাবে কোরা। বিশিষ্ট ব্যৱসায়িক গোট আৰু জাতিটোৰ অৰ্থনৈতিক উন্নয়নত তেওঁলোকৰ অৱদানব উদাহৰণ দাঙি ধৰা।
(f) What are some common sources of conflict in family businesses, and what strategies can be employed for their resolution? Provide at least three examples of conflict resolution techniques that are relevant in the context of family businesses.
পৰিয়ালৰ ব্যৱসায়ত সংঘাতৰ কিছুমান সাধাৰণ উৎস কি কি, আৰু ইয়াৰ সমাধানৰ বাবে কি কি কৌশল ব্যৱহাৰ কৰিব পাৰি? পৰিয়ালৰ ব্যৱসায়ৰ প্ৰেক্ষাপটত প্রাসংগিক সংঘাত সমাধান কৌশলৰ অন্ততঃ তিনিটা উদাহৰণ দিয়া।
(g) Describe three key strategies that a startup can employ to effectively mobilize resources during its initial stages. Provide specific examples for each strategy to illustrate its practical application.
এটা ষ্টার্টআপে ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত সম্পদসমূহ ফলপ্রসূভাৱে সংগঠিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা তিনিটা মূল কৌশল বর্ণনা কৰা। প্ৰতিটো কৌশলৰ বাবে নির্দিষ্ট উদাহৰণ দিয়া যাতে ইয়াৰ ব্যৱহাৰিক প্রয়োগ দেখুৱাব পাৰা।
(h) Discuss two common basic startup problems related to contract management when dealing with vendors, suppliers and bankers. Suggest potential solutions or best practices that startups can implement to mitigate these problems effectively.
বিক্রেতা, যোগানকাৰী আৰু বেংকাৰৰ সৈতে লেনদেন কৰাৰ সময়ত চুক্তি ব্যৱস্থাপনাৰ সৈতে জড়িত দুটা সাধাৰণ মৌলিক স্টার্টআপ সমস্যাৰ বিষয়ে আলোচনা কৰা। এই সমস্যাসমূহ ফলপ্রসূভাৱে লাঘৱ কৰিবলৈ ষ্টার্টআপসমূহে ৰূপায়ণ কৰিব পৰা সম্ভাব্য সমাধান বা উত্তম পদ্ধতিসমূহৰ পৰামর্শ দিয়া।
*******