In this post we have Shared Gauhati University Fundamentals of Financial Management Question Paper 2023 Pdf, B.Com 5th Sem GU, Which can be very beneficial for your upcoming exam preparation. So read this post from top to bottom and get familiar with the question paper solution .
4 (Sem-5/CBCS) COM HC 2 (FOFM)
2023
COMMERCE
(Honours Core)
Paper: COM-HC-5026
(Fundamentals of Financial Management)
Full Marks: 70
Time: Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Choose the right answers : 1×10=10
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) Which of the following is a part of financial decision making?
নিম্নোক্ত কোনটো বিত্তীয় সিদ্ধান্ত নির্ধাৰণৰ অংশ?
(a) Financing decision
বিত্তীয় সিদ্ধান্ত
(b) Dividend decision
লভ্যাংশ সিদ্ধান্ত
(c) Investment decision
বিনিয়োগ সিদ্ধান্ত
(d) All of the above
ওপৰৰ সকলোবোৰ
(ii) Which of the following represents the capital structure of a company ?
নিম্নোক্ত কোনটোৱে কোম্পানী এটাৰ মূলধন গাঁঠনিক প্রতিনিধিত্ব কৰে?
(a) Debt and equities
ঋণ আৰু সমাংশ
(b) Equities and preference share capital
সমাংশ আৰু অগ্রাধিকাৰী অংশ মূলধন
(c) All assets
সকলোবোৰ সম্পত্তি
(d) All liabilities
সকলোবোৰ দেনা
(iii) Which of the following is also known as long-term investment decision?
নিম্নোক্ত কোনটো দীর্ঘকালীন বিনিয়োগ সিদ্ধান্ত হিচাপেত জনা যায়?
(a) Dividend decision
লভ্যাংশ সিদ্ধান্ত
(b) Working capital
কাৰ্য্যকাৰী মূলধন
(c) Capital budgeting decision
মূলধনী বাজেট সিদ্ধান্ত
(d) All of the above
ওপৰৰ সকলোবোৰ
(iv) Current assets are twice the current liabilities. If the working capital is Rs.2,00,000, current assets would be :
চলিত সম্পত্তি চলিত দেনাৰ দ্বিগুণ। যদি কাৰ্য্যকৰী মূলধন 2,00,000 টকা হয়, চলিত সম্পত্তিৰ পৰিমাণ হ'বঃ
(a) Rs.2,00,000
(b) Rs.4,00,000
(c) Rs.3,00,000
(d) Rs.1,00,000
(v) The capitalisation of profit is termed as: লাভৰ মূলধনীকৰণক এইদৰে কোৱা হয়:
(a) Stock dividend ষ্টক লভ্যাংশ
(b) Cash dividend নগদ লভ্যাংশ
(c) Property dividend সম্পত্তি লভ্যাংশ
(d) Bond dividend বন্ড লভ্যাংশ
(vi) Investment decisions are outside the purview of financial decisions. বিনিয়োগ সিদ্ধান্তসমূহ বিত্তীয় সিদ্ধান্তসমূহৰ পৰিধিৰ বাহিৰত।
(a) True সঁচা
(b) False মিছা
(vii) Increased use of debt increases the financial risk of equity shareholders. ঋণৰ ব্যৱহাৰ বৃদ্ধিয়ে সমাংশ অংশধাবকসকলৰ বিত্তীয় বিপদ বৃদ্ধি কৰে।
(a) True সঁচা
(b) False মিছা
(viii) Capital budgeting decisions are generally of irreversible nature.
মূলধনী বাজেট সিদ্ধান্ত সাধাৰণতে অপৰিবৰ্ত্তনীয় প্রকৃতিৰ।
(a) True সঁচা
(b) False মিছা
(ix) The rate of return on investment falls with the shortage of working capital. কাৰ্য্যকাৰী মূলধনৰ অভাৱৰ লগে লগে বিনিয়োগৰ লাভব হাব কমি যায়।
(a) True সঁচা
(b) False মিছা
(x) Profitability index is also known as benefit/cost ratio.
লাভজনক সূচকাংকক লাভ/খৰচ অনুপাত বুলিও কোৱা হয়।
(a) True সঁচা
(b) False মিছা
2. Answer the following questions in about 50 words each: 2×5=10
নিম্নোক্ত প্রশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 50 টা মান শব্দৰ ভিতৰত লিখা:
(a) What is financial management?
বিত্তীয় পৰিচালনা কাক বোলে?
(b) What is leverage ?
লিভাবেজ কাক বোলে?
(c) What are the various methods of capital budgeting decisions?
মূলধনী বাজেট সিদ্ধান্তৰ বিভিন্ন পদ্ধতিসমূহ কি কি?
(d) What is dividend? লভ্যাংশ কাক বোলে?
(e) What is permanent working capital ? স্থায়ী কাৰ্য্যকৰী মূলধন কাক বোলে?
3. Answer the following questions within 150- 200 words each: (any four) 5×4=20
নিম্নোক্ত প্রশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 150-200 টা শব্দৰ ভিতৰত লিখা: (যিকোনো চাৰিটা)
(a) State the nature of financial management.
বিত্তীয় পৰিচালনাৰ প্রকৃতি বর্ণনা কৰা।
(b) Explain the significance of cost of capital. মূলধনৰ ব্যয়ৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।
(c) Explain the signifieanee and limitations of financial leverage. বিত্তীয় লিভাৰেজব তাৎপর্য্য আৰু সীমাবদ্ধতাসমূহ ব্যাখ্যা কৰা।
(d) Explain the capital budgeting process. মূলধনী বাজেট প্রক্রিয়া ব্যাখ্যা কৰা।
(e) Distinguish between gross working capital and net working capital. মুঠ কাৰ্য্যকৰী মূলধন আৰু শুদ্ধ কাৰ্য্যকৰী মূলধনৰ মাজত পার্থক্য দেখুওৱা।
(f) Explain the various forms of dividend. বিভিন্ন প্ৰকাৰৰ লভ্যাংশৰ বিষয়ে ব্যাখ্যা কৰা।
4. Answer the following questions within 500- 600 words each:
নিম্নোক্ত প্রশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 500-600 টা মান শব্দৰ ভিতৰত লিখা:
(a) Discuss the scope and objectives of financial management. 10
বিত্তীয় পৰিচালনাৰ পৰিসৰ আৰু উদ্দেশ্যসমূহ আলোচনা কৰা।
Or / অথবা
Describe the determinants of capital structure of a firm.
এটা প্রতিষ্ঠানৰ মূলধন গাঁঠনিৰ নিৰ্ণায়কসমূহ বর্ণনা কৰা।
(b) State the various factors determining the dividend policy of a company. 10
কোম্পানী এটাৰ লভ্যাংশ বিতৰণৰ নীতি নিৰ্দ্ধাৰণকাৰী কাৰকসমূহৰ বিষয়ে বর্ণনা কৰা।
Or / অথবা
State the various factors determining the working capital requirements of a firm.
এটা প্রতিষ্ঠানৰ কাৰ্য্যকৰী মূলধন নিৰ্দ্ধাৰণকাৰী কাৰকসমূহৰ বিষয়ে বর্ণনা কৰা।
(c) Discuss the traditional methods of capital budgeting decision. 10
মূলধনী বাজেট সিদ্ধান্তৰ পৰম্পৰাগত পদ্ধতিসমূহ আলোচনা কৰা।
ABC company is considering to purchase one of the following two machines, the details of which are given below :
ABC কোম্পানীয়ে নিম্নোক্ত দুটা মেচিনৰ মাজৰ পৰা এটা মেচিন কিনাৰ সিদ্ধান্ত ললে, মেচিন দুটাৰ বিৱৰণ তলত দিয়া হ'ল:
Cost of Machine X and Machine Y is Rs. 10,00,000 each.
মেচিন X আৰু মেচিন Y দুয়োটাৰে প্ৰতিটোৰ মূল্য হ'ল 10,00,000 টকা।
Calculate Net Present Value and Profitability Index.
প্রকৃত বর্তমান মূল্য আৰু লাভজনকতা সূচকাংক গণনা কৰা। 7+3=10
*******
Also Visit :