In this Post we have Uploaded 2022 Rabindranath University Hojai , Business Law Question Paper , B.Com 1st Sem . which Can be Very Useful For Your RTU B.Com 1 Sem Sessional or Final Examination.
2021
BUSINESS LAW
(CC)
Paper: 1:1
(Business Laws)
Full Marks : 80
Time 3 hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. (A) Fill in the blanks with appropriate word/words: 1x2=2
উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা :
(i) Customs and precendents are source of______.
ৰীতি-নীতি আৰু পূৰ্ব দৃষ্টান্ত_____বুলি গণ্য কৰা হয়। উৎস
(ii) Agreement + Enforceability=_______.
বন্দোবস্তু + বলবৎযোগ্যতা=________.
(B) State whether the following statements are correct or incorrect : 1x4=4
তলৰ উক্তিসমূহ সত্য নে অসত্য কোৱা :
(i)A seller can give a better title than he himself has.
এজন বিক্ৰেতাই নিজৰ অধিকাৰতকৈ সুৰক্ষিত অধিকাৰ প্ৰদান কৰিব পাৰে।
(ii) Promoter is a non mercantile agent.
প্রবর্তক এজন অব্যৱসায়িক প্রতিনিধি।
(iii) 'Assam Rifles' is covered under the RTI Act, 2005.
'আসাম ৰাইফেল্স' তথ্য জনাৰ অধিকাৰ আইন, 2005-ৰ অন্তৰ্ভুক্ত।
(iv) Every limited liability partnership must have at least one designated partner.
প্ৰতিটো সীমিত দেনাৰ অংশীদাৰী প্ৰতিষ্ঠানত কমেও এজন মনোনীত অংশীদাৰ থাকিব লাগিব।
(C) Choose the correct option from the 1x4=4 following:
তলত উল্লিখিত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাহি উলিওৱা :
(i) A fire insurance contract usually happens to be a
অগ্নিবীমা চুক্তি সাধাৰণতে নিম্নোক্ত কোনটো
নামেৰে জনা যায়?
(a) contract of contingent
ঘটনাসাপেক্ষ/শর্তসাপেক্ষ চুক্তি
(b)bcontract of indemnity
ক্ষতিপূৰণৰ চুক্তি
(c) quasi contract
সদৃশ চুক্তি
(d) contract of guarantee
জামিন চুক্তি
(ii) The term 'goods' has been defined in the Sale of Goods Act, 1930 under সামগ্রী বিক্রী আইন, 1930ত পণ্যসমূহৰ ব্যাখ্যা নিম্নোক্ত ধাৰাত উল্লেখ আছে :
(a) Sec 2 (5) ধাৰা ২ (৫)
(b) Sec 2 (6)
ধাৰা ২(৬)
(c) Sec 2 (7) ধাৰা ২(৭)
(d) Sec 2 (8) ধাৰা ২ (৮)
(iii) For a Banking business, the maximum no. of partners in a partnership under Sec. 11 of the Indian Co. Act, 1956 can be
ভাৰতীয় কোম্পানী আইন, ১৯৫৬-ৰ ধাৰা ১১ অনুসৰি এখন বেংকিং সম্পর্কীয় অংশীদাৰী ব্যৱসায়ত সর্বোচ্চ অংশীদাৰৰ সংখ্যা
(a) ten. ১০ জন
(b) twenty. ২০ জন
(c) thirty. ৩০ জন
(d) unlimited অপৰীসীম
(iv) A Bill of Exchange has normally the following parties:
বিনিময় পত্ৰ এখনৰ সাধাৰণতে পক্ষ থাকে
(a) Only one মাত্ৰ এটা
(b) Only two মাত্ৰ দুটা
(c) Only three মাত্র তিনিটা
(d) Only four earnin মাত্ৰ চাৰিটা
2.Answer the following questions: (any five) 2 x 5 = 10
তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া : (যিকোনো পাঁচটাৰ)
(a) Define the term 'Quasi Contract'.
‘সদৃশ চুক্তি'ৰ সংজ্ঞা লিখা।
(b) Give the meaning of 'Contract of Sale.
'বিক্ৰী চুক্তি'ৰ অৰ্থ লিখা।
(c)What do you mean by 'Designated Partners'?
‘মনোনীত অংশীদাৰ' বুলিলে কি বুজা?
(d) What is endorsement?
পৃষ্ঠাংকন মানে কি?
(e) Write the names of at least two the organisations exempted from application of the RTI Act, 2005.
তথ্য জানাৰ অধিকাৰ আইন, 2005 ৰ পৰা ৰেহায় দিয়া কমেও দুটা প্ৰতিষ্ঠানৰ নাম লিখা।
(f) ''No consideration, No contract''
Comment.
'প্রতিদানবিহীন চুক্তি অসিদ্ধ।” যত প্ৰকাশ কৰা।
3. Answer any four of questions : following
5x4-20
তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ দিয়া :
(a) Distinguish between agreement and contract.
বন্দোবস্ত আৰু চুক্তিৰ মাজত পাৰ্থক্য লিখা।
(b) Distinguish between sale and agreement to sell.
বিক্ৰী চুক্তি আৰু বিক্ৰী কৰিবলৈ কৰা বন্দোবস্ত-শ মাজত পাৰ্থক্য লিখা ।
(c) Distinguish between dissolution of partnership and dissolution of firm.
অংশীদাৰীত্বৰ অবলুপ্তি আৰু প্ৰতিষ্ঠানৰ বিলুপ্তিৰ মাজত থকা পাৰ্থক্যসমূহ লিখা
(d) Distinguish between indemnity and guarantee.
ক্ষতিপূৰ্ণ চুক্তি আৰু জামিন (নিশ্চয়তাৰ) চুক্তি পার্থক্য লিখা।
(e) Discuss the doctrine of 'Caveat Emptor' with its exception.
ক্রেতাৰ সতৰ্কতা নীতি ইয়াৰ ব্যতিক্ৰমসমূহৰ সৈতে আলোচনা কৰা।
(f) Write a short note on 'State Information Commission'.
‘ৰাজ্যিক তথ্য আয়োগ'ৰ ওপৰত চমু টোকা লিখা।
4. Answer any four of the following questions : 10×4=40
যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :
(a) What are various types of offer ? Write the legal rules or essentials of a valid offer. 4+6=10
প্ৰস্তাৱৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা। বৈধ প্ৰস্তাৱৰ আইনগত নীতি বা প্রয়োজনীয়তাসমূহ লিখা।
(b) Explain the rights and duties of bailee. 5+5=10
জামিনগ্রহীতাৰ অধিকাৰ আৰু কৰ্তব্যসমূহ বৰ্ণনা কৰা।
(c) Who is an unpaid seller ? Discuss briefly the rights of an unpaid seller. 2+8-10
অপৰিশোধিত বা অনাদায়ী বিক্রেতা কোন? অনাদায়ী বিক্ৰেতাৰ অধিকাৰসমূহ সংক্ষেপে আলোচনা কৰা।
(d) Discuss various types of contracts on the basis of validity. 10
বৈধতা বা বলবৎযোগ্যতাৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ চুক্তিসমূহ আলোচনা কৰা।
(e) (i) State the process of obtaining information under RTI. 5
তথ্য জনাৰ অধিকাৰ আইনৰ তথ্য প্ৰাপ্তিৰ নিয়মসমূহ উল্লেখ কৰা।
(ii) State the obligations of Public Authorities under the RTI Act,2005. 5
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ মতে
ৰাজহুৰা কৰ্তৃপক্ষৰ দায়বদ্ধতাসমূহ লিখা।
(f) Explain the features of partnership business. Write the differences between partnership and joint Hindu 5+5=10 Family Business.
অংশীদাৰী প্ৰতিষ্ঠানৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। অংশীদাৰীত্ব আৰু যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়ৰ মাজৰ পাৰ্থক্য লিখা ।
(g) (i) Distinguish between Bill of Exchange and Promissory Notes. 5
বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰৰ মাজত পাৰ্থক্য লিখা।
(ii) Distinguish between Holder and Holder in due course. 5
ধাৰক আৰু যথাবিহিত ধাৰকৰ মাজত পাৰ্থক্য লিখা।
(h) Write short notes on চমু টোকা লিখা :5+5=10
(i) Bailment প্রতিভূতি বা জামিন
(ii) Limited Liability Partnership সীমিত দেনাৰ অংশীদাৰী ব্যৱসায়
******
Also read
- Business Law Question Paper' 2022 1st sem RTU.
- Financial Accounting Question Paper' 2022 1st sem RTU
- Microeconomics Question Paper' 2022 1st sem RTU
- Financial Accounting Question Paper' 2021 1st sem RTU