In this Post we have Uploaded 2021 Rabindranath Tagore University Hojai (RTU) , Financial Accounting Question Paper, B.Com 1st Sem . Which Can be Very Useful For Your RTU B.Com 1st Semester Sessional or Final Examination.
2021
FINANCIAL ACCOUNTING
Paper: 1.1
(CC)
(Financial Accounting)
Full Marks: 80
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
(a) Fill in the blanks: 1x5=5
খালী ঠাই পুৰ কৰা ঃ ।।
(i) Amount paid for acquiring goodwill is_______expenditure.
সুনাম আহৰণৰ বাবে আদায় দিয়া ধনৰাশি______ব্যয়।
(ii) Closing stock is valued at cost or market price whichever is_______.
সামৰণি মজুত পণ্য ক্রয় মূল্য বা বজাৰ মূল্যৰ যিটোৱেই______সেই মূল্যত নিৰ্ধাৰণ কৰা হয়।
(iii) The amount paid by the buyer under higher purchase system is called____.
ভাড়াক্রয় পদ্ধতিত ক্রেতাই আদায় দিয়া মূল্যক______বোলে।
(iv) Under stock and debtors system, profit/loss of the branch is ascertained by opening a______.
ষ্টক এণ্ড ডেটৰ পদ্ধতিত লাভ / লোকচান নিৰ্ধাৰণৰ বাবে______ হিচাপ খোলা হয়।
(v) Indian Accounting standard 2 is______to all types of companies.
ভাৰতীয় হিচাপ মানক 2 সকলো ধৰণৰ
কোম্পানীৰ ক্ষেত্ৰত______.
(b) State whether the following statements are True or False: 1x 5 = 5
ভুল শুদ্ধ বাচি উলিওৱা :
(i) Matching principle is concerned with Balance Sheet.
হিচাপৰ সমতুল্য নীতি উদ্বত পত্ৰৰ সতে জড়িত।
(ii) Goodwill is a fixed asset.
সুনাম স্থিৰ সম্পত্তি।
(ii) Accounting is a service activity.
হিচাবকৰণ এক সেৱা ।
(iv) Indian AS 2 is applicable to all types of companies.
ভাৰতীয় হিচাপৰ মানক 2' সকলো ধৰণৰ কোম্পানীৰ ক্ষেত্ৰত প্ৰযোজ্য।
(v) Instalment payment system is an outright credit sale of goods.
কিস্তি আদায় পদ্ধতি সম্পূৰ্ণৰূপে সামগ্রী বাকী বিক্রী।
2. Answer the following questions briefly : (any flve). 2 x 5 = 10
নিম্নোক্ত প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়া : (যিকোনো পাঁচটা)
(i) What is instalment purchase system ?
কিস্তি ক্রয় পদ্ধতি মানে কি?
(ii) Mention three rights of hire purchaser.
ভাড়াক্রয় পদ্ধতিৰ ক্ৰেতাৰ তিনিটা অধিকাৰ লিখা।
(iii) Mention two primary objectives of Branch Accounting.
শাখা হিচাপৰ দুটা প্ৰাথমিক উদ্দেশ্য উল্লেখ কৰা।
(iv)Name four direct and four indirect expenses.
চাৰিটাকৈ প্ৰত্যক্ষ ব্যয় আৰু চাৰিটাকৈ পৰোক্ষ ব্যয় উল্লেখ কৰা।
(v) Mention the scope of Ind AS-2.
ভাৰতীয় হিচাপৰ মানক 2ৰ পৰিসৰ উল্লেখ কৰা।
(vi)What are the advantages of Tally?
Tallyৰ সুবিধাসমূহ কি কি?
3.Answer the following questions: (any four) 5x4=20
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া : (যিকোনো চাৰিটা)
(a) Mention four features of computerised accounting system.
'কম্পিউটাৰাইজড্ হিচাব পদ্ধতিৰ চাৰিটা বৈশিষ্ট উল্লেখ কৰা।
(b) Define revenue as per Indian AS 18.
ভাৰতীয় হিচাপৰ মানক 18 অনুযায়ী ৰাজহৰ সূত্ৰ দিয়া।
(c) Distinguish between instalment sale and credit sale.
কিস্তি আৰু বাকী বিক্ৰীৰ মাজৰ পাৰ্থক্য লিখাঁ।
(d) What are the advantages of hire
purchase system?
ভাড়াক্ৰয় পদ্ধতিৰ সুবিধাসমূহ কি কি?
(e) Distinguish between Branch Debtors Account and Memorundum Branch Account.
শাখা দেনাদাৰৰ হিচাপ আৰু স্মাৰক শাখা দেনাদাৰৰ
হিচাবৰ মাজৰ পাৰ্থক্যসমূহ লিখা।
(f) Explain the principles of 'Revenue Recognition' from interest, royalities and dividends.
সুত, স্বত্বকৰ আৰু লভ্যাংশৰ পৰা ‘ৰাজহ চিনাক্তকৰণৰ নীতি ব্যাখ্যা কৰা।
4. On 1st Jan, 2017 Doomduma Plywood Co. Ltd. purchased a machinary from Aparna Machinary Ltd. on instalment system. The cash price of the machinary was 91,500. As per agreement 20,000 was to be paid on the date of purchase and balance in four instalments of 20,000 each on 31st December every year. Interest was charged @5% p.a. and depreciation was written off @10% p.a. method. on the reducing balance method.
1 জানুয়াৰী 2017 ত ডুমডুমা প্লাইউড কোঃ লিঃৰ অপৰ্ণা মেছিনাৰী লিঃৰ পৰা এটা যন্ত্র কিন্তিক্রয় পদ্ধতিত ক্রয় কৰিছিল। যন্ত্ৰটোৰ নগদ মূল্য আছিল 91,500 টকা। চুক্তিমতে ক্ৰয় কৰা তাৰিখত 20,000 টকা আদায় দিবলগীয়া আছিল আৰু বাকী মূল্য চাৰিটা কিস্তিত 20,000 টকাকৈ প্ৰতি বছৰে 31 ডিচেম্বৰত আদয় দিব লাগে। অপর্ণা মেছিনাৰী লিঃ 5% বাৰ্ষিক হাৰত সুত আৰোপ কৰে আৰু ডুমডুমা প্লাইডড কোঃ লিঃ এ যন্ত্ৰপাতিৰ ওপৰত বাৰ্ষিক 10% ক্রমহ্রাসমান পদ্ধতিত অৱক্ষয় হিচাব কৰে।
Show (a) Machinery Account, and (b) Aparna Machinery Ltd. Account in the books of Doomduma Plywood Co. Ltd. for four years. 5+5=10
ডুমডুমা প্লাইডড কোঃ লিঃ বহীত চাৰি বছৰৰ বাবে (a) যন্ত্ৰপাতিৰ হিচাব, আৰু (b) অপর্ণা মেছিনাৰী লিঃ হিচাব প্ৰস্তুত কৰা।
Or / অথবা
From the following particulars, prepare Hojai Branch Account in the books of Kolkata Co. Ltd. for the year ended on 31st March, 2020 under Debtors System : 10
তলত উল্লেখ কৰা তথ্যসমূহৰ পৰা 31 মাৰ্চ 2020 তাৰিখে শেষ হোৱা বছৰটোৰ বাবে কোলকাটা কোঃ লিঃৰ বহীত হোজাই শাখাৰ হিচাৰ দেনাদাৰ পদ্ধতিত প্ৰস্তুত কৰা :
Stock at cost on 1.4.2019. 50,000
মজুত পণ্য 1.4.2019 তাৰিবত
Petty Cash on 01.04.2019 2,500
খুচুৰা নগদ 01.04.2019 তাৰিখত
Machinery on 1.4.2019 17,000
বন্ধপাতি 1.4.2019 তাৰিখত
Goods sent to Branch during the year 3,60,000
বছৰটোত শৰালৈ প্ৰেৰিত পণ্য
Cash sales during the year 4,05,000
বছৰটোত নগদ বিক্ৰী
Petty Expenses 900
-Expenses paid by Head Office. 6,000
মুখ্য কাৰ্যালয়ে আদায় দিয়া বৰছ "
Normal loss of stock at Branch 150
মজুত পণ্যৰ শাখাত হোৱা স্বাভাৱিক লোকচান
Loss of stock by pilferage at Branch. 300
মজুত পণ্যৰ শাখাত হোৱা চুৰি
Stock at cost on 31.3.2020 31,000
মজুত পণ্য 31.3.2020 তাৰিখত উৎপাদিত মূল্যত
It is required to write off Machinery @10% p.a. A machine was sold on 31st March 2020 for ₹2000 book value of which was nil, Further, the branch purchased furniture worth ₹8000 special remittance made by the head office. on a
যন্ত্ৰপাতিৰ ওপৰত বার্ষিক 10% অৱক্ষয় বাদ দিয়া হয়। এটা যন্ত্ৰ যাৰ লিখিত মূল্য শূন্য, 31 মাৰ্চ, 2020 তাৰিখে ₹2000 টকাত বিক্ৰী কৰা হয়। আকৌ মুখ্য কাৰ্যালয়ৰ পৰা বিশেষ ভাৱে লাভ কৰা ₹8000 টকাৰে আচবাব ক্ৰয় কৰা হয়।
5. State with reasons whether the following receipts would be treated as capital or revenue receipts: 2 x 5 = 10
তলত উল্লেখ কৰাবোৰ মূলধনী প্রাপ্তি অথবা ৰাজহ প্ৰাপ্তি কাৰণ সহ ব্যাখ্যা কৰা :
(a) Took a loan of ₹1,50,000 from SBI
SBI ৰ পৰা ঋণ লোৱা হু1,50,000 টকা
(b) Realised ₹50,000 from sale of old machinery
পুৰণি যন্ত্ৰপাতি বিক্ৰী কৰি পোৱা ₹50,000 টকা
(c) Received 1,00,000 as subsidy, from state Govt.
ৰাজ্য চৰকাৰৰ পৰা ₹1,00,000 টকা ভর্তুকি বাবদ পোৱা হ'ল
(d) Bad debts recovered 15,000
অনুদ্ধাৰণীয় ঋণ আদায় পোৱা ₹15,000 টকা
(e) Additional capital introduced € 50,000
অতিৰিক্ত মূলধন ₹50,000 টকা পোৱা হ'ল.
Or / অথবা
Write a note on different types of branches from the accounting point of view. 10
হিচাবৰ দৃষ্টিকোণৰ পৰা বিভিন্ন প্ৰকাৰৰ শাখাসমূহৰ ওপৰত এটি টোকা লিখা।
Neha purchased a motor Car from Sneha on hire purchase system. The terms of payment is four instalments of 1,84,000,
1,63,000, 1,42,000 and 1,21,000 at the end of 2nd year, 4th year, 6th year and 8th year commencing from the date of down payment. The down payment is 1,50,000. Interest is charged @10% p.a. Calculate cash price. 10
নেহাই স্নেহাৰ পৰা এখন মটৰগাড়ী ভাড়াক্রয় পদ্ধতিত ক্রয় কৰিছিল। চাৰিটা কিত্তিত আদায় দিবলগীয়া কিত্তিসমূহ দ্বিতীয় বছৰৰ শেষত 1,84,000 টকা, 4র্থ বছৰৰ শেষত 1,63,000 টকা, ষষ্ঠ বছৰৰ শেষত 1,42,000 টকা আৰু ৪ম বছৰৰ শেষত 1,21,000 টকা। প্রথম কিস্তি আৰম্ভ হয়। প্ৰাৰম্ভিক পৰিশোধ 1,50,000 টকা আদায় দিয়াৰ পৰা দুবছৰৰ পিছত। আৰোপিত সুদৰ হাৰ 10%। নগদ মূল্য হিচাব কৰা।
Or / অথবা
Pass journal entries for the following transactions in the books of M/s Fancy Stores, Guwahati, not entitled to claim input tax credit: 2×5-10
তলত দিয়া লেনদেনসমূহ মেচাৰ্চ ফেঞ্চি ষ্টোৰ, গুৱাহাটীৰ বহীত আবেদা প্রবুষ্টি দিয়া, যেতিয়া ইনপুত কৰ দাবীৰ অযোগ্য।
Feb. 10 Purchased goods ₹1,50,000 on credit from Mumbai
1,50,000 টকাৰ সামগ্ৰী বাকীকৈ ক্ৰয় কৰিছিল
Feb. 12 The firm purchased furniture for office use for ₹40,000 from M/s Furniture Ltd. Guwahati
প্রতিষ্ঠানে কার্যালয়ত ব্যৱহাৰৰ বাবে মেচাৰ্চ ফার্নিচাৰ লিঃ, গুৱাহাটীৰ পৰা 40,000 টকাৰ আচবাব ক্ৰয় কৰিছিল
Feb. 14 The firm purchased goods on credit ₹50,000 locally
প্রতিষ্ঠানে স্থানীয় ভাবে 50,000 টকাৰ সামগ্রী
ক্ৰয় কৰিছিল।
Feb. 20 The firm sold goods for ₹2,00,000 to customers in Assam in cash. Payment received by cheque
প্রতিষ্ঠানে নগদ মূল্যত অসমৰ গ্ৰাহকক 2,00,000 টকাৰ সামগ্ৰী বিক্ৰী কৰিছিল। মূল্য চেকৰ জড়িয়তে আদায় পাইছিল
Feb. 25 The firm sold remaining parts of goods to customers in Meghalaya on Credit for ₹1,00,000
প্রতিষ্ঠানে বাকী সামগ্রী 1,00,000 টকাত মেঘালয়ৰ গ্ৰাহকক বাকীকৈ বিক্ৰী কৰিছিল Assume the CGST rate 6% and SGTS rate 6%. ধৰিলোৱা CGST নিৰিখ 6% আৰু SGTS নিৰিখ 6%
7. Following is the Trial Balance of Priyanka Bora as on 31st March, 2020 :
31 মাৰ্চ, 2020 তাৰিখ প্ৰিয়ংকা বৰাৰ উদ্ধৃত্ত মিলন পত্র তলত দিয়া হ'ল:
Debit Balance: Amount (₹)
Opening Stock /
আৰম্ভনি মজুত পণ্য 80,000
Purchase 2,00,000
Bills Receivable /
প্রাপ্য বিল 2,000
Cash in Hand / 13,000
হাতে জমা
Bad Debts /
অনুদ্ধাৰণীয় ঋণ 1,000
Machinery /
যন্ত্রপাতি 66,000
Advertisement /
বিজ্ঞাপন 8,000
Sundry Debtors 50,000
Goodwill/ So, go seal 70,000
Land and Building /
ভূমি আৰু ভৱন 2,25,000
Fuel / ইন্ধন 15,000
Wages and salaries /
মজুৰি আৰু দৰমহা 40,000
Rent and Taxes /
খাজনা আৰু কৰ 20,000
Discount/ 8,600
Commission/ 10000
Furniture /চবাব 15,000
—---------
Total 8,23,600
Credit Balance Amount (Rs)
Sundry Creditors /
বিবিধ পাওনাদাৰ 75,000
Bank Load/ বেংকৰ ঋণ 43,600
Sales / বিক্রি. 4,20,000
Bills Payable / প্রদেয় বিল 20,000
Interest 5,000
Capital/ মূলধন 2,60,000
________
Total/ 8,23,600
Considering the following additional information, prepare Trading A/c and Profit and Loss A / c for the year ended on 31st - March, 2020 and a Balance Sheet as on " that date. 3+3+4=10
তলত দিয়া অতিৰিক্ত তথ্যসমূহ সংযোজন কৰি 2020 চনৰ : 31 মাৰ্চত অন্তপৰা বছৰটোৰ বাবে ক্রয়-বিক্রয় হিচাব আৰু লাভ-লোকচান হিচাব আৰু সেই তাৰিখত উদ্বত পত্ৰ প্ৰস্তুত কৰা।
(i) Closing Stock as on 31.03.2020 € 60,000
31.03.2020 তাৰিখত সামৰনি মজুত পণ্য *60,000 1/ a
(ii) Depreciate Machinery by 10% and Furniture by 5%
যন্ত্ৰপাতিৰ অৱক্ষয় 10% আৰু আচবাবৰ অৱক্ষয় 5%
(iii) Create Provision for bad debts @5% on Sundry debtors
অনুদ্ধাৰণীয় ঋণৰ পুঁজি 5% হাৰত দেনাদাৰৰ ওপৰত ব্যৱস্থা কৰা
(iv) Write off ¼ of advertisement
বিজ্ঞাপনৰ ¼ অংশ বিলোপ কৰা
*********
Read also :