![]() |
GU Corporate law Question paper 2022 |
2022
COMMERCE
(Honours)
Paper COM-HC-2026
(Corporate Laws)
Full Marks: 80
Time: Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
ইংৰাজী অথবা অসমীয়াত উত্তৰ কৰিবা ।
1. Choose the most appropriate answer for the following questions (any ten) 1×10-10
তলত দিয়া প্ৰশ্নবোৰৰ উপযুক্ত উত্তৰটো বাচি উলিওৱা : (যিকোনো ১০টা)
(a) The minimum number of members in a public company is
এটা ৰাজহুৱা কোম্পানীত সর্বনিম্ন সদস্যৰ সংখ্যা
(i)2
(i) 5
(iii) 7
(iv) 10
(b) Which of the following documents establishes the relationship between a company and the outside world?
নিম্নোক্ত কোনখন দলিলে কোম্পানীৰ সৈতে বহির্জগতৰ সম্পর্ক স্থাপন কৰে?
(i) Memorandum of Association স্মাৰকলিপি
(ii) Articles of Association অন্তর্লিপি
(iii) Prospectus অনুষ্ঠানপত্র
(iv) Statement in lieu of prospectus অনুষ্ঠানপত্ৰৰ বিকল্প বিবৃতি
(c) Who is responsible for Company Law administration ?
কোম্পানী আইন প্ৰশাসনৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰা হৈছে?
(i) Registrar of Companies কোম্পানীৰ পঞ্জীয়ক
(ii) Central Government কেন্দ্ৰীয় চৰকাৰ
(i) NCLT এন.চি.এল.টি
(iv) None of the above ওপৰৰ এটাও নহয়
(d) How many 'One Person Company' can be incorporated by a person?
এজন ব্যক্তিয়ে কিমানটা ‘এজনীয়া কোম্পানী' নিগমৱদ্ধকৰণ কৰিব পাৰে ?
(i) One এটা
(ii) Two দুটা
(iii) Five পাঁচটা
(iv) Seven সাতটা
(e) GDR is____
জি.ডি.আৰ. হ'ল____
(i) a debt instrument এবিধ ঋণপত্র
(ii) a financial instrument এবিধ বিত্তীয় আহিলা
(iii) a statutory book of the company কোম্পানীৰ বিধিবদ্ধ বহী
(iv) None of the above ওপৰৰ এটাও নহয়
(f) Which of the following document must authorise a company to issue bonus share?
ব’নাচ অংশ বিলিৰ বাবে তলত উল্লেখ কৰা কোনখন দলিলে কোম্পানী এটাক অনুমতি প্ৰদান কৰিব লাগিব ?
(i)Memorandum of Association স্মাৰকলিপি
(ii) Articles of Association অন্তর্লিপি
(iii) Prospectus অনুষ্ঠানপত্র
(iv) Preliminary Contract প্ৰাৰম্ভিক চুক্তি
(g) In case of a 'One Person Company', the maximum number of director / (s) is/are____
'এজনীয়া কোম্পানী'ৰ ক্ষেত্ৰত সঞ্চালকৰ সৰ্বোচ্চ সংখ্যা_____
(i) one (এক)
(ii) two (দুই)
(iii) five (পাঁচ)
(iv) fifteen (পোন্ধৰ
(h) Independent director refers to_____
স্বতন্তৰীয়া সঞ্চালকে কাক সূচায়_____
(i) Managing director পৰিচালন সঞ্চালক
(ii) Whole time director পূর্ণকালীন সঞ্চালক
(iii) Nominee director মনোনীত সঞ্চালক
(iv) None of the above ওপৰৰ এটাও নহয়
(i) Who can remove a company director ?
কোম্পানীৰ সঞ্চালক এজনক কোনে বৰ্খাস্ত কৰিব পাৰে ?
(i) Central Government কেন্দ্ৰীয় চৰকাৰ
(ii) Registrar of companies কোম্পানীৰ পঞ্জীয়কে
(iii) National Company Law Tribunal ৰাষ্ট্ৰীয় কোম্পানী আইন বিচাৰপীঠ
(iv) None of the above ওপৰৰ এটাও নহয়
(j) The Articles of Association must authorise a company to declare dividend - This statement is
“লভ্যাংশ বিতৰণ কৰিবলৈ কোম্পানী এটাক অন্তর্লিপিয়ে অনুমতি প্ৰদান কৰিব লাগিব।” এই উক্তিটো—
(i) Correct শুদ্ধ
(ii) Incorrect অশুদ্ধ
(k) 'NSDL' is a depository participant This statement is 'NSDL'
এটা ডিপ'জিটী অংশগ্রহণকারী এই উক্তিটো
(i) Correct শুদ্ধ
(ii) Incorrect অশুদ্ধ
(I) “The Depositories Act was passed in the year 1986.
" This statement is - "ডিপ'জিটৰী আইন ১৯৮৫ চনত প্ৰণয়ন কৰা হৈছিল।” এই উক্তিটো—
(i) Correct
(ii) Incorrect অশুদ্ধ
(m) "Appointment of internal auditors in a listed company is mandatory." This statement is
“তালিকাভুক্ত কোম্পানীৰ ক্ষেত্ৰত আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি দিয়াতো বাধ্যতামূলক।” এই উক্তিটো—
(i) Correct শুদ্ধ
(ii) Incorrect অশুদ্ধ
(n) “According to the Companies Act, 2013, writing the word 'Limited' at the end of its name is not mandatory for a Private Company.” This statement is -
“২০১৩ চনৰ কোম্পানী আইন অনুসৰি ব্যক্তিগত কোম্পানীৰ ক্ষেত্ৰত নামৰ শেষত ‘সীমিত' শব্দতো লিখা বাধ্যতামূলক নহয়।” এই উক্তিটো—
(i) Correct শুদ্ধ
(ii) Incorrect
অশুদ্ধ
(o) “Five members personally present shall be the quorum for a meeting of private company.” This statement is -
“ব্যক্তিগত কোম্পানীৰ ক্ষেত্ৰত পাঁচজন সদস্যৰ উপস্থিতিক সভাৰ থূল হিচাপে গণ্য কৰা হয়।” এই উক্তিটো—
(i) Correct শুদ্ধ
(ii) Incorrect অশুদ্ধ
2. Give brief answer to the following questions: 2×5=10 (any five)
তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ চমু উত্তৰ দিয়া :
(a) Define a company.
কোম্পানীৰ সংজ্ঞা দিয়া।
(b) State any two advantages of a joint stock company.
যৌথ কোম্পানীৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা।
(c) State any two limitations of the Articles of Association.
অন্তলিপিৰ যিকোনো দুটা সীমাবদ্ধতা উল্লেখ কৰা।
(d) What is meant by Red Herring Prospectus?
ৰেড্ হেৰিং অনুষ্ঠানপত্ৰৰ অৰ্থ লিখা।
(e) What is Directors Identification Number (DIN) ?
সঞ্চালকৰ পৰিচয় সূচকাংক বুলিলে কি বুজা ?
(f) State the meaning of interim dividend.
অন্তর্বর্তী লভ্যাংশৰ অৰ্থ লিখা।
(g) Who appoints the first director in a public company?
ৰাজহুৱা কোম্পানীৰ প্ৰথম সঞ্চালক কোনে নিযুক্তি দিয়ে?
(h) / Write the meaning of Insider trading.
Insider trading-ৰ অৰ্থ লিখা।
3. Answer the following questions in about 200 words each : (any four) 5×4=20
তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা : (প্ৰতিটো উত্তৰ ২০০ মান শব্দৰ ভিতৰত লিখিবা)
(a) Differentiate Private company and Public company.
ব্যক্তিগত কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।
(b) Explain the procedure of online registration of a company.
কোম্পানী এটাৰ online পঞ্জীকৰণৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।
(c) Explain the differences between Memorandum of Association and Articles of Association.
স্মাৰকলিপি আৰু অন্তলিপিৰ মাজত থকা পাৰ্থক্যবোৰ ব্যাখ্যা কৰা।
(d) What do you mean by bonus share? What its advantages and disadvantages ? care
ব’নাচ অংশ বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?
(e) Explain briefly about the provisions of the Companies Act, 2013 relating to quorum of company meetings.
কোম্পানীৰ সভাৰ থূল সম্পর্কত কোম্পানী আইন, ২০১৩-ত উল্লেখিত বিধানসমূহ ব্যাখ্যা কৰা।
(f) Explain briefly about the different types of company meetings.
বিভিন্ন প্ৰকাৰৰ কোম্পানীৰ সভা-সমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
(g) Write a short note on the different modes of winding up of a company. কোম্পানী এটাৰ অৱসায়নৰ বিভিন্ন পদ্ধতিসমূহৰ ওপৰত এটা চমু টোকা লিখা
(h) Who are the different classes of directors ? Explain.
বিভিন্ন শ্ৰেণীৰ সঞ্চালকসকলৰ বিষয়ে ব্যাখ্যা কৰা।
4.Answer any four from the following questions in about 600 words each : 10×4=40
তলত দিয়া প্ৰশ্নবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা : (প্ৰতিটো প্ৰশ্নৰ উত্তৰ ৬০০ মান শব্দৰ ভিতৰত লিখিবা)
(a) Elaborately discuss the basic features of a company citing relevant case laws.
প্ৰাসংগিক গোচৰসমূহ উল্লেখ কৰি কোম্পানী এটাৰ মূল বৈশিষ্ট্যবোৰ বহলাই আলোচনা কৰা।
(b) What is private company? Discuss the privileges enjoyed by a private company. 2+8=10
ব্যক্তিগত কোম্পানী কি? ব্যক্তিগত কোম্পানী এটাই উপভোগ কৰা বিশেষ সুবিধাবোৰ বৰ্ণনা কৰা।
(c) What are the different clauses in the Memorandum of Association? Explain in detail about name clause and capital clause. 2+4+4=10
স্মাৰকলিপিৰ বিভিন্ন দফাসমূহ কি কি? নাম দফা আৰু মূলধনী দফাৰ বিষয়ে বহলাই আলোচনা কৰা ।
(d) What are the different matters that must be stated in the prospectus ? Who can be held responsible for misstatement in the prospectus ? 6+4=10
অনুষ্ঠানপত্ৰত সন্নিৱিষ্ট কৰিবলগীয়া বিভিন্ন বিষয়সমূহ কি কি? অনুষ্ঠানপত্ৰত ভুল বিবৃতিৰ বাবে কাক জগৰীয়া কৰিব পাৰি?
(e) Examine the provisions of the Companies Act, 2013 relating to appointment of company directors. কোম্পানীৰ সঞ্চালক নিযুক্তি সন্দৰ্ভত কোম্পানী আইন, ২০১৩-ত থকা বিধানসমূহ পৰীক্ষা কৰা।
(f) What is meant by dividend? Discuss the statutory provisions relating to declaration of dividend by a company. 2+8=10
লভ্যাংশ বুলিলে কি বুজা? কোম্পানী এটাৰ লভ্যাংশ ঘোষণাৰ ক্ষেত্ৰত মানি চলিবলগীয়া আইনগত বিধানসমূহ আলোচনা কৰা।
(g) Discuss the procedure of appointment of company auditors. Also state the procedure of removal of company auditor. 7+3=10
কোম্পানীৰ হিচাপ পৰীক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আলোচনা কৰা। হিচাপ পৰীক্ষকৰ আতৰোৱাৰ প্ৰক্ৰিয়াটো উল্লেখ কৰা।
(h) Discuss the rights and obligations of depositories under the Depositories Act, 1996.
ডিপ'জিটৰী আইন, ১৯৯৬-ৰ অধীনত ডিপ'জিটৰীৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে আলোচনা কৰা।
(i) Discuss the provisions of the Companies Act, 2013 relating to allotment of shares. Also state the meaning of irregular allotment. 8+2=10
অংশ আরণ্টন সম্পর্কত কোম্পানী আইন, ২০১৩-ৰ বিধানসমূহ আলোচনা কৰা। অনিয়মীয়া আৱণ্টন বুলিলে কি বুজা ?
(j) What are the different committees required to be formed by the Board of Directors of a company? State the functions of these committees. 2+8=10
কোম্পানী এটাৰ সঞ্চালক মণ্ডলীয়ে গঠন কৰিব লগীয় বিভিন্ন সমিতিসমূহ কি কি? এই সমিতিবোৰৰ কাৰ্য্যাৱলী উল্লেখ কৰা ।
**********
Also Read :-
Gauhati University B.Com 2nd Sem Question Papers
👉Corporate Law Question Paper: 2015 2016 2017 2018 2019 2022
👉Corporate Accounting Question Paper: 2016 2017 2018 2019 2020 2022
👉Environmental Studies Question Paper: 2016 2017 2018 2019 2020 2022
👉 Macroeconomics : 2016 2017 2018 2019 2020 2022
👉 Insurance and Risk Management: 2016 2017 2018 2019 2020 2022
Post a Comment