Insurance and Risk Management Question Paper'2022 | Gauhati University | B.com 2nd Sem (CBCS) l

In this page you will get Gauhati University insurance and risk Question paper 2022 under CBCS , Gu insurence and risk management Question paper 2022
Insurance and Risk Management Question Paper'2022 | Gauhati University | B.com 2nd Sem (CBCS) l

Gauhati University Insurance and Risk Management Question Paper'2022 B.com 2nd Sem (CBCS) 


2022

COMMERCE

(Honours Generic)

OPTION-B

(Insurance and Risk Management)

Paper: COM-HG-2026

Full Marks: 80

Time: Three hours.


The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.


1.Answer any ten questions of the following as directed : 1×10-10


নির্দেশানুযায়ী তলত দিয়া প্রশ্নসমূহৰ যিকোনো দহটা প্রশ্নৰ উত্তৰ কৰা :


(a) In which year Life Insurance Corporation of India came into effect? 


ভাৰতৰ জীৱন বীমা নিগম কিমান চনত কাৰ্যকৰী হৈছিল ?


(b) State whether the following statement is True or False : 


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা :


Insurable risk can be predicted. 


বীমাযোগ্য বিপদ আশংকা পূর্বানুমান কৰিব পাৰি ।


(c)Loss control involves identifying. 


চিনাক্তকৰণ ক্ষতি নিয়ন্ত্ৰণৰ লগত জড়িত।


(i) Risk (বিপদ আশংকা)

(ii) Control (নিয়ন্ত্রণ)

(iii) Profit (লাভ)

(iv) Market (বজাৰ

(Choose the correct alternative) 

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)


(d) Write one example of Regulatory Framework of Insurance. বীমা নিয়ন্ত্ৰণকাৰী পৰিসৰ গঠনৰ এটা উদাহৰণ লিখা।


(e) State whether the following statement is True or False:


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা :


Workers strike is an external risk. কৰ্মচাৰীৰ ধৰ্মঘট এটি বাহ্যিক বিপদ আশংকা।


(f) In which of the following years, Bombay Mutual Life Insurance Society started its business in India?


ভাৰতৰ ব্যৱসায়ত, বোম্বে উমৈহতীয়া জীৱন বীমা সমিটি কোন চনত আৰম্ভ হৈছিল?


(i) 1870 ১৮৭০

(ii) 1871 ১৮৭১ 

(iii) 1872

(iv) 1873  ১৮৭৩

(Choose the correct alternative) (শুদ্ধ বিকল্পটো বাচি উলিওৱা)


(g) In which year was Insurance Act passed ?


বীমা আইন কোন চনত জাৰি কৰা হৈছিল ?


(h) State whether the following statement is True or False :


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা :


Hull insurance is not concerned with the insurance of ships.


জাহাজৰ ঘৰৰ বীমাৰ জাহাজ বীমাৰ লগত সম্পর্ক নাই। 


(i) A serious and immediate danger is called :


এটা উদ্বেগজনক আৰু তৎকালীন বিপদক কোৱা হয় :


(i) Hazard আকস্মিক ঘটনা

(ii) Peril ভয়ানক দূৰ্যোগ

(iii) Loss লোকচান

(iv) Risk বিপদ আশংকা


(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)


(j) Write full form of IRDA.


IRDAৰ পূৰ্ণ ৰূপটো লিখা।


(k) State whether the following statement is True or False:


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা :


A life insurance policy is issued for five years.


এটা জীৱন বীমা পলিচি পাঁচ বছৰৰ বাবে জাৰি কৰা হয়।


(l) In which year the Malhotra Committee was formed by Government of India to study whether the insurance sector should be opened for private player? 


ভাৰত চৰকাৰে বীমখণ্ড ব্যক্তিগত নায়কৰ বাবে খোলাটো উচিত হয়নে নহয়, এই বিষয়ে অধ্যয়ন কৰিবলৈ মালহোত্রা কমিটিৰ গঠন কেতিয়া কৰিছিল?


(i) 1991 (১৯৯১)

(ii) 1992 (১৯৯২)

(iii) 1993 (১৯৯৩)

(iv) 1999 (১৯৯৯)


(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)


(m) State whether the following statement is True or False :


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা : 


Insurance help businessman to concentrate their attention on business. 


বীমাই ব্যৱসায়ীক ব্যৱসায়ৰ বিষয়সমূহৰ ক্ষেত্ৰত মনোযোগ কেন্দ্ৰীভূত কৰাত সহায় কৰে।


(n) State whether the following statement is True or False : 


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা : 


Insurance like fire and marine insurance are contract of indemnity. অগ্নিবীমা আৰু নৌবীমা দৰে বীমাসমূহ ক্ষতিপুৰণ চুক্তি ৷


(0) State whether the following statement is True or False :


তলৰ বাক্য ফাঁকি শুদ্ধ নে অশুদ্ধ লিখা :


Globalization has also caused immigration numbers to rise. 


বহির্গমনৰ সংখ্যা বৃদ্ধিত গোলকীকৰণ এটা কাৰণ


2.Answer any five questions of the following in about 50 words each:

2×5=10


তলৰ যিকোনো পাঁচটা প্রশ্নৰ প্ৰত্যেকৰে প্ৰায় ৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা :


(a) Define risk.


বিপদ আশংকাৰ সংজ্ঞা দিয়া।


(b) State the meaning of Hedging. 


হেজিংৰ অৰ্থ লিখা।


(c) What is meant by health insurance? 


স্বাস্থ্য বীমা বুলিলে কি বুজায় ?


(d) Give the meaning of negligence.


অৱহেলাৰ অৰ্থ লিখা ।


(e) Define Actuaries. 


মূল্যাংকন কৰ্ত্তাৰ সংজ্ঞা দিয়া।


(f) What is surrender value of policies? 


বীমাপত্ৰৰ সমৰ্পিত মূল্য কি?


(g) Write two features of IRDA. 


IRDA-ৰ দুটা বৈশিষ্ট্য লিখা।


(h) What is meant by insurable interest ? 


বীমাযোগ্য স্বাৰ্থৰ অৰ্থ বুলিলে কি বুজায় ?


Must Read : GU BCom 2nd Sem. Insurance and risk management solved Paper 2022


3. Answer any four questions of the following in about 150 words each : 5x4 = 20 


তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা :


(a) Briefly describe the different types of risk.


বিভিন্ন প্ৰকাৰৰ বিপদ আশংকা চমুকৈ আলোচনা কৰা।


(b) Write the difference between life insurance and fire insurance. 


জীৱন বীমা আৰু অগ্নি বীমাৰ মাজত থকা পার্থক্যসমূহ লিখা ।


(c) Mention five features of marine insurance.


নৌবীমাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।


(d) State any five functions of Actuaries in life insurance. 


জীৱন বীমাৰ মূল্যাংকন কৰ্ত্তাৰ যিকোনো পাঁচটা কাৰ্যৱলী লিখা।


(e) Discuss briefly importance of risk management.


বিপদ আশংকা পৰিচালনাৰ গুৰুত্ব চমুকৈ আলোচনা কৰা।


(f) Highlight any five points of IRDA Regulation, 2019.


IRDA নির্দেশনা 2019-ৰ যিকোনো পাঁচটা দিশ আলোকপাত কৰা ।


(g) Write any five differences between re-insurance and co-insurance. 


পুনৰ বীমা আৰু যুক্ত বীমাৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য লিখা ।


(h) State five objectives of insurance. 


বীমাৰ পাঁচটা উদ্দেশ্য লিখা ।


4. Answer any four of the following questions in about 600 words each : 


নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো চাৰিটা প্ৰশ্ন ৬০০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা : 10×4=40


(a) Explain the different sources of risk in business.


ব্যৱসায়ত বিপদ আশংকাৰ বিভিন্ন উৎসসমূহ ব্যাখ্যা কৰা ৷


(b) Describe various needs of insurance.


বীমাৰ বিভিন্ন আৱশ্যকতাসমূহ আলোচনা কৰা।


(c) Discuss certain impact of globalisation in insurance sector. 


বীমা খণ্ডৰ ক্ষেত্ৰত গোলকীকৰণৰ প্ৰভাৱ কিছুমান আলোচনা কৰা।


(d) Define insurance. Discuss different types of insurance. 


বীমাৰ সংজ্ঞা দিয়া । বিভিন্ন প্ৰকাৰৰ বীমাৰ বিষয়ে আলোচনা কৰা । 2+8=10


(e) Critically examine various factor affecting risk. From where these information of risk is obtained? 8+2=10


বিপদ আশংকাত প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানসমূহ বিশ্লেষণ কৰা। এইবোৰ বিপদ আশংকাৰ তথ্য কৰ পৰা লাভ কৰা হয়?


(f) Discuss the power and functions of IRDA.


IRDA-ৰ ক্ষমতা আৰু কাৰ্যৱলী আলোচনা কৰা।


(g) Elaborate various steps of risk management.


বিপদ আশংকা পৰিচালনাৰ বিভিন্ন পদক্ষেপসমূহ বহলাই লিখা।


(h) Describe different principles of insurance contract. 


বীমা চুক্তিৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা ।


(i) Write a note on Regulatory Framework of Insurance..


বীমা নিয়ন্ত্ৰণকাৰী পৰিসৰ গঠনৰ ওপৰত এটা টোকা লিখা । 


(j) What is risk? How risk is determined in life insurance ? Discuss. 2+8=10


বিপদ আশংকা কি? জীৱন বীমাত বিপদ আশংকা কেনেকৈ নিৰ্ণয় কৰা হয় আলোচনা কৰা।



*********

Related Post : GU BCom 2nd Sem. Insurance and risk management solved Paper 2022



GAUHATI UNIVERSITY B.COM 2ND SEM QUESTION PAPERS 

(BOTH CBCS AND NON-CBCS) 


👉Corporate Law Question Paper: 2015   2016  2017 2018 2019 2022

👉Corporate Accounting Question Paper: 2016  2017  2018 2019 2020 2022

👉Environmental Studies Question Paper: 2016 2017 2018 2019 2020  2022

👉 Macroeconomics : 2016 2017 2018 2019 2020 2022

👉 Insurance and Risk Management: 2016 2017 2018 2019 2020  2022

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.