Macroeconomics Question Paper'2022 | Gauhati University | B.com 2nd Sem (CBCS)

In this page you will get Gauhati University Macroeconomics Question paper 2022 under CBCS pattern , Gu Macroeconomics Question paper 2022
Macroeconomics Question Paper'2022 | Gauhati University | B.com 2nd Sem (CBCS), Download Macroeconomics Question paper 2022 Gauhati University pdf
GU Macroeconomics Question Paper'2022

Guahati University Macroeconomics Question paper 2022 B.COM 2nd Sem Under CBCS Pettern 

2022

COMMERCE

(Honours Generic)

OPTION-A

(Macroeconomics)

Paper: COM-HG-2016

Full Marks: 80

Time: Three hours.


The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.


1. Answer any ten of the following questions : 1×10-10

তলত দিয়া প্রশ্নবোৰৰ যিকোনো দহটাৰ উত্তৰ দিয়া :


(a) What is meant by 'circular flow of income'? 


“আয়ৰ চক্ৰীয় প্রবাহ' মানে কি?


(b) What do you mean by effective demand? 


সক্রিয় চাহিদা বুলিলে কি বুজা ?


(c) What is static economic analysis?


স্থিৰ অৰ্থনৈতিক বিশ্লেষণ কি?


(d) What is meant by aggregate demand ? 


সামগ্রিক চাহিদা মানে কি?


(e) Draw a long-run aggregate supply curve. 


দীর্ঘকালীন সামগ্রিক যোগান ৰেখা এডাল অংকন কৰা।


(f)What does a vertical IS curve mean? 


এডাল উলম্ব IS ৰেখাই কি বুজায় ?


(g) State the condition of equilibrium in the money market.


মুদ্ৰা বজাৰৰ ভাৰসাম্যতাৰ চৰ্ত উল্লেখ কৰা ।


(h) A contractionary fiscal policy is anti inflationary/anti-recessionary / neutral.

(Choose the correct answer)


সংকোচনমূলক বিত্তীয় নীতি মুদ্রাস্ফীতি-বিৰোধী/মন্দাৱস্থা বিৰোধী/নিৰপেক্ষ হয়। 

(শুদ্ধ উত্তৰটো বাছনি কৰা) 


(i) Define frictional unemployment.


ঘৰ্ষণমূলক নিবনুৱাৰ সংজ্ঞা দিয়া।


(j) What is meant by sacrifice ratio?


ত্যাগ-অনুপাত বুলিলে কি বুজায়?


(k) What is meant by open economy? 


মুক্ত আর্থিক ব্যৱস্থা মানে কি বুজায় ?


(l)Define exchange rate.


বিনিময় হাৰৰ সংজ্ঞা দিয়া।


(m) According to Keynes, demand for money arises out of_____motives.

(Fill in the blank) 


অভিপ্ৰায়ৰ পৰা কেইন্সৰ মতে, মুদ্ৰাৰ চাহিদা_____উদ্ভূত হয়। (খালী ঠাই পূৰণ কৰা)


(n) What do you mean by liquidity preference?


তাৰল্য প্ৰীতি বুলিলে কি বুজা?


(0) Name the economist who developed the concept liquidity preference'. 


‘তাৰল্য প্ৰীতি’ৰ ধাৰণাটো আগবঢ়োৱা অৰ্থনীতিবিদ জনৰ নাম লিখা।


2. Answer any five of the following questions: 2×5=10


তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো পাঁচটাৰ উত্তৰ দিয়া :


(a) What are the determinants of effective demand?


সক্ৰিয় চাহিদাৰ নিৰ্ধাৰককেইটা কি কি?


(b) How is the LM curve derived from money market?


মুদ্ৰা বজাৰত LM ৰেখাডাল কেনেকৈ আহৰণ কৰা হয় ?


(c) Distinguish between demand-pull inflation and cost-push inflation.


চাহিদা প্রণোদিত মুদ্রাস্ফীতি আৰু উৎপাদন ব্যয়জনিত মুদ্রাস্ফীতিৰ মাজত পাৰ্থক্য দেখুওৱা।


(d) What is Phillips curve ? Draw a Phillips curve.


ফিলিপ্স ৰেখা কি? ফিলিপ্স ৰেখা এডাল অংকন কৰা।


(e) What is the natural rate of unemployment ?


নিবনুৱাৰ প্ৰাকৃতিক হাৰ কি?


(f) Distinguish between fixed exchange rate and flexible exchange rate.


স্থিৰ বিনিময় হাৰ আৰু নমনীয় বিনিময় হাৰৰ মাজত পার্থক্য দেখুওৱা।


(g) What are the determinants of business fixed investment, according to Keynes ? 


কেইনছৰ মতে ব্যৱসায়িক স্থিৰ বিনিয়োগৰ নিৰ্ধাৰকসমূহ কি কি?


(h) What is liquidity trap ? State the relationship that exists between liquidity preference and rate of interest. 


তাৰল্য ফান্দ কি? তাৰল্য প্ৰীতি আৰু সুন্দৰ হাৰৰ মাজত থকা সম্পৰ্কটো উল্লেখ কৰা।


GU Macroeconomics Question paper 2022


3. Answer any four of the following questions: 5x4 = 20


তলত দিয়া প্রশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া :


(a) Discuss briefly the circular flow of income in a two sector economy. 


দুটা-খণ্ডযুক্ত অর্থনীতিত আয়ৰ চক্ৰীয় প্ৰৱাহ চমুকৈ আলোচনা কৰা।


(b) What are the components of aggregate demand function ? 


সামূহিক চাহিদা ফলনৰ উপাদানসমূহ কি কি?


(c) State the factors that determine the slope and position of the IS curve.


IS ৰেখাডালৰ ঢাল আৰু অৱস্থান নিৰূপণ কৰা উপাদানমসূহ উল্লেখ কৰা।


(d) Explain the effect of cut in taxes on the level of income, using the IS-LM curves.


আয় নিৰ্ধাৰণত কৰ হ্ৰাসৰ প্ৰভাৱ কিদৰে পৰে IS-LM ৰেখাচিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।


(e) Explain the trade-off between inflation and unemployment.


মুদ্রাস্ফীতি আৰু মাজৰ পাৰস্পৰিক সম্পৰ্ক ব্যাখ্যা কৰা।


(f) Briefly discuss the demand-pull theory of inflation.


চাহিদা প্রণোদিত মুদ্রাস্ফীতি তত্ত্বটো চমুকৈ আলোচনা কৰা।


(g) Write brief notes on the different types of investment.


বিনিয়োগৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে চমু টোকা লিখা।


(h) Explain the relationship between speculative demand for money and rate of interest.


মুদ্ৰাৰ ফটকামূলক চাহিদা আৰু সুন্দৰ হাৰৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।


4. Answer any four of the following questions: 10×4= 40


তলত দিয়া যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :


(a) State the conditions of equilibrium of an economy. Explain the short-run equilibrium of an economy using aggregate demand and aggregate supply approach. 2+8=10


অর্থনীতি এখনৰ ভাৰসাম্যতাৰ চৰ্তসমূহ উল্লেখ কৰা। সামগ্রিক চাহিদা আৰু সামগ্রিক যোগান পদ্ধতি ব্যৱহাৰ কৰি অৰ্থনীতি এখনৰ হ্ৰস্বকালীন ভাৰসাম্যতা ব্যাখ্যা কৰা ।


(b) Discuss the features of IS and LM curves. Explain the determination of equilibrium rate of interest and level of income with the help of IS- LM curves. 4+6=10


IS আৰু LM ৰেখাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। IS আৰু LM ৰেখাৰ সহায়ত ভাৰসাম্য সুদৰ হাৰ আৰু ভাৰসাম্য আয় নিৰ্ধাৰণ ব্যাখ্যা কৰা।


(c) How is the LM curve affected by the change in the supply of money and the demand for money? Explain with a diagram.


মুদ্ৰাৰ যোগান আৰু মুদ্ৰাৰ চাহিদাৰ পৰিৱৰ্তনৰ দ্বাৰা LM ৰেখাডাল কিদৰে প্ৰভাৱিত হয়? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।


(d) Explain the different measures to control inflation. 


মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহ ব্যাখ্যা কৰা ।


(e) Discuss the effects of inflation on production and distribution. 


উৎপাদন আৰু বিতৰণৰ ওপৰত মুদ্রাস্ফীতিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা ।


(g) How is the IS curve derived from goods market in open economy? Explain with diagram.


মুক্ত অৰ্থনীতিৰ দ্ৰব্যৰ বজাৰত IS ৰেখাডাল কেনেদৰে আহৰণ কৰা হয়? চিত্র সহ ব্যাখ্যা কৰা ।


(h) Discuss the cash balance approach of the quantity theory of money. How is it superior to the transactions approach of the quantity theory of money? Explain. 6+4=10


মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ নগদ বেলেন্স পদ্ধতি আলোচনা কৰা। মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ লেনদেন পদ্ধতিতকৈ ই কেনেদৰে উৎকৃষ্ট? ব্যাখ্যা কৰা।


(i) Discuss Keynes's reformulation of the quantity theory of money. How is it superior to the traditional quantity theory of money? 6+4=10 


মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ কেইনছৰ পুনৰ নিৰ্মাণৰ বিষয়ে আলোচনা কৰা। পৰম্পৰাগত মুদ্ৰাৰ পৰিমাণ তত্ত্বকেই ই কেনেদৰে উৎকৃষ্ট?


(j) Critically discuss Tobin's portfolio balance approach to demand for money. 


মুদ্ৰাৰ চাহিদাৰ টবিনৰ পৰ্টফলিঅ' বেলেন্স পদ্ধতিটোৰ সমালোচনাত্মক আলোচনা আগবঢ়োৱা।


(f) What is inflationary gap? Explain inflationary gap with a diagram. How can the inflationary gap be wiped out? 2+5+3=10


মুদ্রাস্ফীতিৰ ফাঁক কি? চিত্ৰৰ সহায়ত মুদ্রাস্ফীতিৰ ফাঁক ব্যাখ্যা কৰা। মুদ্রাস্ফীতিৰ ফাঁক কেনেকৈ আঁতৰাব পাৰি?


**********

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.