Gauhati University B.Com 4th Sem Question Papers
Indian Economy Question Paper 2022
COMMERCE
(Honours Generic)
Answer the Questions from any one Option.
OPTION-A
Paper: COM-HG-4016
(Indian Economy)
Full Marks: 80
Time: Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Answer any ten of the following: 1x10=10
তলত দিয়া যিকোনো দহটাৰ উত্তৰ দিয়া :
(a) Define per-capita income.
জনমুৰি আয়ৰ সংজ্ঞা দিয়া।
(b) In which year the first 'Human Development Report' was published?
কোন চনত প্ৰথম 'মানব উন্নয়ন প্রতিবেদন' প্রকাশ কৰা হৈছিল ?
(c) What is 'Hindu Rate of Growth'?
“হিন্দু বিকাশৰ হাৰ' কি ?
(d) Mention any two cash crops grown in India.
ভাৰতত উৎপাদিত যিকোনো দুবিধ নগদী শস্যৰ নাম উল্লেখ কৰা।
(e) What is sex-ratio?
লিংগানুপাত কি ?
(f) Define fiscal deficit.
বিত্তীয় ঘাটতিৰ সংজ্ঞা দিয়া।
(g) What is decentralised planning ?
বিকেন্দ্রীভূত পৰিকল্পনা মানে কি ?
(h) In which type of unemployment marginal productivity of the labour is zero?
কোন প্রকাৰৰ নিবনুৱাৰ ক্ষেত্ৰত শ্ৰমিকৰ প্ৰান্তিক উৎপাদিকা শক্তি শূন্য হয় ?
(i) In which year National Rural Employment Guarantee Act (NREGA) was launched?
রাষ্ট্রীয় গ্রাম্য নিয়োগ সুনিশ্চিতকরণ আইনখন কোন চনত বলবৎ কৰা হৈছিল ?
(1) Define budget.
বাজেটৰ সংজ্ঞা দিয়া।
(k) What is the 'inflation target' set by the Government of India for the period of 2021-2026 ?
২০২১ ৰ পৰা ২০২৬ চনৰ এই সময়ছোৱাৰ কাৰণে ভাৰত চৰকাৰৰ নিৰ্ধাৰিত মুদ্রাস্ফীতিৰ হাৰ কিমান ?
(l) Who is called the father of 'Green Revolution' in India ?
ভাৰতত 'সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় !
(m) As per 2011 Census of India which state has the highest literacy rate?
ভাৰতৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাব সর্বোচ্চ ?
(n) Who is the chairperson of NITI Aayog ?
নীতি আয়োগৰ অধ্যক্ষ কোন ?
(o) State the main objective of North Eastern Council ( NEC).
উত্তৰ-পূৱ পৰিষদৰ প্ৰধান উদ্দেশ্যটো লিখা।
2.Answer any five of the following: (within 30 words) 2×5=10
তলত দিয়া যিকোনো পাঁচটাৰ উত্তৰ দিয়া (৩০টা শব্দৰ ভিতৰত)
(a) What is sustainable development ?
বহনক্ষম উন্নয়ন মানে কি ?
(b) Mention two important reasons for the decline of the handicraft industry in India during the British period.
বৃটিছৰ সময়ছোৱাত ভাৰতত হস্তশিল্পৰ অৱনতিৰ দুটা প্রধান কারণ উল্লেখ কৰা।
(c) Briefly explain the concept of balance of payments (BOP).
বৈদেশিক বাণিজ্যৰ লেনদেনৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।
(d) Mention the main objectives of economic planning.
অর্থনৈতিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্যসমূহ উল্লেখ কৰা ।
(e) What is privatisation ?
ব্যক্তিগতকৰণ মানে কি ?
(f) Distinguish between relative poverty and absolute poverty.
আপেক্ষিক দৰিদ্ৰতা আৰু সম্পূর্ণ দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য লিখা।
(g) What is cyclical unemployment ?
চক্রীয় নিবনুৱা কি ?
(h) What are the three pillars of 'Act East Policy'?
'পূর্বলে চোৱা নীতিৰ স্তম্ভ তিনিটা কি কি ?
3.Answer any four of the following: (within 250 words) 5x4 = 20
তলত দিয়া যিকোনো চাৰিটাৰ উত্তৰ দিয়া : (২৫০টা শব্দ ভিতৰত)
(a) Explain five common features of the underdeveloped countries.
অনুন্নত দেশৰ পাঁচটা উমৈহতীয়া বৈশিষ্ট্য ব্যাখ্যা কৰা।
(b) Write a short note on the sectoral composition of national income in India in recent times.
সাম্প্ৰতিক কালত ভাৰতীয় জাতীয় আয়ৰ ক্ষেত্রভিত্তিক সংযোজনৰ ওপৰত এটি চমু টোকা লিখা।
(c) Discuss the role of FDI in economic growth of India.
ভাৰতৰ অর্থনৈতিক উন্নয়নত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ ভূমিকা আলোচনা কৰা।
(d) Explain three achievements and two failures of economic planning in India.
ভাৰতীয় অর্থনৈতিক পৰিকল্পনাৰ তিনিটা সফলতা আৰু দুটা বিফলতা ব্যাখ্যা কৰা।
(e) Explain the concept of multi dimentional poverty index (MPI).
বহুমাত্রিক দৰিদ্রতা সূচকৰ ধাৰণাটো ব্যাখ্যা কৰা।
(f) Examine the relation between economic growth and reduction in poverty.
অর্থনৈতিক উন্নয়ন আৰু দৰিদ্ৰতা নিবাৰণৰ মাজত থকা সম্পৰ্কটো পৰীক্ষা কৰা।
(g) Discuss the difference between import substitution and export promotion.
আমদানি বিকল্পীকৰণ আৰু ৰপ্তানি প্ৰচাৰৰ মাজত থকা পার্থক্য আলোচনা কৰা।
(h) What is food security? How is it implemented by the Govt. under the National Food Security Act, 2013?
খাদ্য সুৰক্ষা কি ? বাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত ইয়াক চৰকাৰে কেনেদৰে কাৰ্যকৰী কৰিছে ?
4. Answer any four of the following: (within 10×4-40 (650 words)
তলত দিয়া যিকোনো চাৰিটাৰ উত্তৰ দিয়া : (৬৫০টা শব্দৰ ভিতৰত )
(a) What is human development? Why is human development necessary for a country for its overall development ? Explain the components of human development.
মানব উন্নয়ন কি ? এখন দেশৰ সামূহিক বিকাশৰ বাবে মানব উন্নয়ন কিয় প্রয়োজনীয় ? মানব উন্নয়নৰ উপাদান সমূহ ব্যাখ্য৷ কৰা।
(b) Discuss the status of agriculture and industry at the time of independence in India. 5+5=10
স্বাধীনতাৰ সময়ছোৱাৰ ভাৰতীয় কৃষি আৰু উদ্যোগখণ্ডৰ অৱস্থাটো আলোচনা কৰা।
(c) What is service sector ? Discuss the contribution of service sector towards India's GDP. Highlight the reasons for the dominance of service sector in Indian economy since 1991. 1+4+5=10
সেৱাখণ্ড কি ? ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত সেৱাখণ্ডৰ বৰঙনি আলোচনা কৰা। ১৯৯১ চনৰ পৰা ভাৰতীয় অৰ্থনীতিত সেৱাখণ্ডৰ আধিকত্যৰ কাৰণসমূহ দৃষ্টিগোচৰ কৰা।
(d)What are the reasons for failure of several public sector enterprises in India? Examine the advantages and disadvantages of privatisation. 5+5=10
ভাৰতত কেইবাখনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বিফলতাৰ কাৰণসমূহ কি ? ব্যক্তিগতকৰণৰ সুবিধা আৰু অসুবিধাসমূহ পৰীক্ষা কৰা
(e) Explain the objectives of monetary policy of India. Explain briefly various tools of monetary policy to achieve price stability in India. 5+5=10
ভাৰতৰ মুদ্রানীতিৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। ভাৰতত দৰ সুস্থিৰতা আনিবলৈ মুদ্রানীতিৰ অন্তৰ্গত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ সজুঁলিসমূহ চমুকৈ ব্যাখ্যা কৰা।
(f) What is globalisation? Critically examine the impact of globalisation on Indian economy with reference to industry and trade. 2+8=10
গোলকীকৰণ মানে কি ? উদ্যোগ আৰু বাণিজ্যৰ প্ৰসংগত ভাৰতীয় অর্থনীতিত গোলকীকৰণৰ প্ৰভাৱ সমালোচনামূলকভাৱে পৰীক্ষা কৰা।
(g) Explain the recent measures taken by Govt. of India for poverty eradication and employment generation. 5+5=10
দৰিদ্ৰতা দূৰীকৰণ আৰু নিয়োগ সৃষ্টিৰ বাবে ভাৰত চৰকাৰে লোৱা শেহতীয়া ব্যৱস্থাসমূহ আলোচনা করা।
(h) Examine the achievement and failures of green revolution. Is green revolution technology viable in the long run? 7+3=10
কৃষি বিপ্লৱৰ সফলতা আৰু বিফলতাসমূহ পৰীক্ষা কৰা। দীর্ঘকালত সেউজ বিপ্লৱ প্রযুক্তি কার্যকৰী হয়নে ?
(i) Explain briefly the causes of low rate of industrialisation in the North-Eastern region. Suggest few measures for speeding up the pace of industrialisation in this region.
6+4=10 উত্তৰ-পূৰ্বাঞ্চলত লেহেমীয়া উদ্যোগীকৰণৰ হাৰৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা। এই অঞ্চলত উদ্যোগীকৰণৰ গতি বৃদ্ধিৰ কাৰণে কেইটামান পৰামর্শ দিয়া।
(j) Explain the impact of Covid-19 on Indian economy. State few initiatives undertaken by Govt. of India for recovery of the economy in recent times. 7+3=10
ভাৰতীয় অর্থনীতিত কোভিড-১৯ৰ প্রভাৱ ব্যাখ্যা কৰা। সাম্প্ৰতিক কালত অর্থনীতিটোৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰে লোৱা কেইটামান পদক্ষেপ লিখা।
*********
Also Read :
Bcom 4th Sem(Honours) GU All Subject Previous Year Question Paper "Click Here"