Gauhati University B.Com 4th Sem Question Papers
Microfinance Question Paper 2022
COMMERCE (Honours Generic)
OPTION-B
Paper: COM-HG-4026
(Microfinance)
Full Marks: 80
Time: Three hours
The figures in the margin indicate full marks for the questions.
1. Choose the most appropriate answer of any ten questions from the multiple choices given against each: 1 × 10 = 10
প্ৰতিটোৰ বিপৰীতে উল্লেখিত বিভিন্ন বিকল্পৰ পৰা যিকোনো দহটা প্রশ্নৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) Which of the following is a correct statement with regard to microfinance?
নিম্নোক্ত কোনটো ক্ষুদ্রবিত্ত সম্পৰ্কত শুদ্ধ বিবৃতি?
(a) Microfinance is the provision of financial services to low income people.
ক্ষুদ্রবিত্ত হল নিম্ন আয়ৰ লোকলৈ আগবঢ়োৱা
বিত্তীয় সেবা।
(b) Microfinance extends financial support to poor women only.
ক্ষুদ্ৰবিত্তই কেৱল দৰিদ্ৰ মহিলাসকললৈহে বিত্তীয় সমর্থন আগবঢ়ায়।
(c) Microfinance extends financial support to the rural poor women only.
ক্ষুদ্রবিত্তই কেৱল গাৱৰ দৰিদ্ৰ মহিলাসকললৈহে
বিত্তীয় সমর্থন আগবঢ়ায়।
(d) Now of the above.
উপরোক্ত এটাও নহয়।
(ii)Microcredit includes ক্ষুদ্র ঋণত অন্তৰ্ভুক্ত
(a) small loans কম পৰিমাণৰ ঋণ
(b) microsavings ক্ষুদ্র সঞ্চয়
(c) Both (a) and (b) (a) আৰু (b) দুয়োটাই
(d) Microinsurance ক্ষুদ্র বীমা
(iii) Which of the following is not a micro finance product ?
নিম্নোক্ত কোনটো ক্ষুদ্ৰ বিস্তৰ সামগ্ৰী নহয় ?
(a) Microcredit ক্ষুদ্র ঋণ
(b) Microsavings ক্ষুদ্র সঞ্চয়
(c) Microenterprise ক্ষুদ্র উদ্যোগ
(d) Microinsurance ক্ষুদ্র বীমা
(iv) Microcredit is provided for
ক্ষুদ্র ঋণ আগবঢ়োৱা হয়
(a)undertaking income generating activities উপার্জন বৃদ্ধি কার্য হাতত লবলৈ
(b) household consumption ঘৰুৱা ব্যয়ৰ বাবে
(c) construction of house গৃহ নিৰ্মাণৰ বাবে
(d) All of the above ওপৰৰ আটাইকেইটা
(v) Prof. Md. Yunus initiated
প্ৰফেছৰ মহম্মদ ইউনুছে আৰম্ভ কৰিছিল।
(a) group model গোট আৰ্হি
(b) grammen model গ্রামীণ আৰ্হি
(c) cooperative model সমবায় আৰ্হি
(d) community banking model সামাজিক বেংকিং আৰ্হি
(vi) "The rate of interest associated with the microcredit is higher compared to formal banks." The statement is
“ক্ষুদ্র ঋণৰ লগত জড়িত থকা সুদৰ হাৰ তুলনামূলকভাৱে আনুষ্ঠানিক বেংকতকৈ অধিক।” উক্তিটো
(a) True (শুদ্ধ)
(b) False (অশুদ্ধ)
(vii) Microfinance is provided by
ক্ষুদ্র বিত্ত আগবঢ়ায়
(a) cooperative bank
সমবায় বেংকে
(b) commercial bank বাণিজ্যিক বেংকে
(c) non-banking finance companies অনা বেংকিং বিত্ত কোম্পানীসমূহে
(d) All of the above ওপৰৰ আটাইকেইটা
(viii) The concept of financial inclusion was first introduced in India in the year
বিত্তীয় ভুক্তকৰণৰ ধাৰণাটো ভাৰতবৰ্ষত প্ৰথমে প্ৰবর্তন কৰা হৈছিল চনত।
(a) 2004
(b) 2005
(c) 2006
(d) 2007
(ix) Self Help Group - Bank Linkage programme was initiated by
আত্মসহায়ক গোট বেংক সংযোগী আঁচনি আৰম্ভ কৰিছিল।
(a) SBI ( এচ বি আই-এ)
(b) NABARD (নাবার্ড-এ)
(c) SIDBI (চিডবি-এ)
(d) RBI (আর বি আই-এ)
(x) Which of the following is not a financial risk?
নিম্নোক্ত কোনটো বিত্তীয় ক্ষতিশংকা নহয় ?
(a) Credit risk ঋণৰ ক্ষতিশংকা
(b) Liquidity risk তাৰলাৰ ক্ষতিশংকা
(c) Operational risk কাৰ্যকৰণৰ ক্ষতিশংকা
(d) Interest rate risk সুদৰ হাৰৰ ক্ষতিশংকা
(xi) Microfinance extends its activities to ক্ষুদ্ৰবিত্তই ইয়াৰ কাৰ্য সম্প্ৰসাৰণ কৰে
(a) rural areas গ্রাম্য অঞ্চললৈ
(b) urban areas নগৰ অঞ্চললৈ
(c) Both (a) and (b) (a) আৰু (b) দুয়োটাই
(d) None of the above
ওপৰোক্ত এটাও নহয়
(xi) The activities of microfinance in India is governed by
ভাৰতবৰ্ষত ক্ষুদ্ৰবিত্তৰ কাৰ্য নিয়ন্ত্ৰণ কৰে
(a) the Cooperative Societies Act, 1904
সমবায় সমিতি আইন, ১৯০৪
(b) the Reserve Bank of India Act, 1934 ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪
(c) the Companies Act, 1956 কোম্পানী আইন, ১৯৫৬
(d) All of the above ওপৰৰ আটাই কেইটা
(xiii) "Companies registered under section 8 of the Companies Act, 2013 are prohibited to distribute dividend to its members." This statement is
কোম্পানী আইন ২০১৩ ৰ ৮নং ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত হোৱা কোম্পানীক ইয়াৰ সদস্যসকলক লভ্যাংশ বিতৰণ কৰাত নিষেধ কৰা হৈছে।” উক্তিটো
(a) True (শুদ্ধ)
(b) False (অশুদ্ধ)
(xiv) The Reserve Bank of India was established in the year____.
ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল____চনত।
(a) 1934 (১৯৩৪)
(b) 1935 (১৯৩৫)
(c)1949 (১৯৪৯)
(d) 1955 (১৯৫৫)
(xv) The microfinance institution who got
license to undertake pure banking activities in India was
ভাৰতবৰ্ষত বিশুদ্ধ বেংকিং কার্য কৰিবলৈ অনুজ্ঞাপত্ৰ পোৱা ক্ষুদ্রবিত্ত অনুষ্ঠানটো আছিল
(a) SEWA (সেৱা)
(b) Bandhan Bank (বন্ধন বেংক)
(c) Basix (বেচিক্স)
(d) SKS microfinance (এচ কে এচ ক্ষুদ্রবিত্ত)
👉 Microfinance Solved Paper 2022
2.Answer any five of the following questions in about 50 words each:
নিম্নোক্ত যিকোনো পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ ৫০টা শব্দৰ ভিতৰত উত্তৰ লিখা : 2x5 = 10
(a) Write the meaning of microfinance.
ক্ষুদ্রবিত্তৰ অর্থ লিখা।
(b) What is women empowerment ?
মহিলা সৱলীকৰণ মানে কি ?
(c) What is financial inclusion?
বিত্তীয় ভুক্তকরণ কি ?
(d) Distinguish between microfinance and microcredit.
ক্ষুদ্ৰবিত্ত আৰু ক্ষুদ্রঋণৰ মাজত থকা পাৰ্থক্য নির্ণয় কৰা।
(e) What are various types of non-financial services offered by microfinance institutions ?
ক্ষুদ্রবিত্ত প্রতিষ্ঠানে আগবঢ়োৱা বিভিন্ন প্ৰকাৰৰ অনাবিত্তীয় সেৱাসমূহ কি কি ?
(f) What is fund management?
পুঁজি ব্যৱস্থাপনা মানে কি ?
(g) Write two features of Self Help group.
আত্মসহায়ক গোটৰ ফুটা বৈশিষ্ট্য লিখা।
(h) Write the full form of NABARD and NEDFI.
NABARD আৰু NEDFIৰ সম্পূৰ্ণ ৰূপটো লিখা।
3. Answer any four of the following questions in about 200 words each: 5×4-20
নিম্নোক্ত প্রশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ প্ৰতিটো ২০০টা মান শব্দৰ ভিতৰত দিয়া :
(a) State the microfinance characteristics of Microfinance.
ক্ষুদ্ৰবিত্তৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।
(b) State various sources of funds of microfinance institution.
ক্ষুদ্ৰবিত্ত প্ৰতিষ্ঠানৰ পুঁজিৰ বিভিন্ন উৎসসমূহ বর্ণনা কৰা।
(c) What are the objectives of microfinance?
ক্ষুদ্রবিভৰ উদ্দেশ্যসমূহ কি কি ?
(d) Briefly discuss the Grameen Bank model of microfinance.
ক্ষুদ্ৰবিত্তৰ গ্ৰামীণ বেংক আৰ্হি সংক্ষিপ্তে আলোচনা কৰা ।
(e) Write a short note on SHG-Bank Linkage Programme.
আত্মসহারক গোট বেংক সংযোগী আঁচনিৰ ওপৰত এটি চমু টোকা লিখা।
(f) State how operational efficiency and productivity can be measured.
কাৰ্যকৰণৰ দক্ষতা আৰু উৎপাদনশীলতা কেনেদৰে পৰিমাপ কৰিব পাৰি বৰ্ণনা কৰা।
(g) Explain the needs for regulation of microfinance and microfinance institutions in India.
ভাৰতবৰ্ষত ক্ষুদ্রবিত্ত আৰু ক্ষুদ্ৰবিত্ত প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণৰ প্রয়োজনীয়তা ব্যাখ্যা কৰা।
(h) Briefly explain the performance management of microfinance institutions.
ক্ষুদ্ৰবিত্ত প্ৰতিষ্ঠানৰ কর্মমান ব্যৱস্থাপনা সংক্ষিপ্তে ব্যাখ্যা কৰা।
4.Answer any four of the following questions in about 600 words each : 10×4-40
নিম্নোক্ত যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ প্ৰতিটো ৬০০টা মান শব্দৰ ভিতৰত কৰা :
(a) "Microfinance is the effective tool of socio-economic development of pour people." Explain the statement.
"ক্ষুদ্ৰবিত্ত দৰিদ্ৰ লোকৰ আৰ্থ-সামাজিক উন্নয়নৰ ফলদায়ক আহিলা।” উক্তিটো ব্যাখ্যা কৰা।
(b) Discuss the development microfinance in India.
ভাৰতবৰ্ষত ক্ষুদ্রবিত্তৰ বিকাশ আলোচনা কৰা।
(c) Discuss the structure of microfinance institutions in India.
ভাৰতবৰ্ষত ক্ষুদ্রবিত্ত প্ৰতিষ্ঠানৰ গাঠনি আলোচনা কৰা।
(d) Give a detailed account on various models of microfinance institutions.
ক্ষুদ্ৰবিত্ত প্ৰতিষ্ঠানৰ বিভিন্ন আৰ্হিসমূহৰ ওপৰত এটি বিশদ বিৱৰণ দিয়া।
(e) "NABARD has played an important role in promotion of microfinance in India." Discuss.
"ভাৰতবৰ্ষত ক্ষুদ্রবিত্তৰ উন্নয়নত নাবার্ডে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।” আলোচনা কৰা।
(f) Discuss various problems of microfinance. Give some suggestions to overcome these problems.
ক্ষুদ্রবিভৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰা। এই সমস্যাসমূহ অতিক্রম কৰাৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা ।
(g) What are various types of risks associated with microfinance? Explain.how these risk can be managed.
ক্ষুদ্ৰবিত্তৰ লগত জড়িত থকা বিভিন্ন প্ৰকাৰৰ ক্ষতিশংকাসমূহ কি কি ? এই ক্ষতিশংকাসমূহ কিদৰে পৰিচালিত কৰিব পাৰি ব্যাখ্যা কৰা।
(h)What is impact assessment ? Explain how impact assessment helps in measuring social performance.
প্রভাৱ মূল্যাংকন কি ? প্রভাব মূল্যাংকন সামাজিক কর্মমান পৰিমাণ কৰাত কেনেদৰে সহায় কৰে ব্যাখ্যা কৰা।
(i) Discuss various laws governing microfinance activities in India.
ভাৰতবৰ্ষত ক্ষুদ্রবিত্ত কাৰ্য নিয়ন্ত্ৰণ কৰা বিভিন্ন আইনসমূহৰ আলোচনা কৰা।
(i) Discuss various provisions of the Microfinance Institutions (Development and Regulation) Bill, 2012 with regard to microfinance in India.
ভাৰতবৰ্ষত ক্ষুদ্রবিত্ত সম্পর্কত ক্ষুদ্রবিত্ত প্রতিষ্ঠান (উন্নয়ন আৰু নিয়ন্ত্রণ) বিল, ২০১২ ৰ ব্যৱস্থাৱলীসমূহ আলোচনা করা।
********
DOWNLOAD MICROFINANCE SOLVED PAPER IN PDF
- Bcom 4th Sem Gu all Subject Paper Solution "Click Here"
- Bcom 4th Sem Gu All Subject Only Question Paper "Click Here"
- Microfinance Notes for B.com 4th Sem as per CBCS Pettern