Banking Question Paper'2022| B.com 5th Sem CBCS | Gauhati University

Here in this page you will get to see Gauhati University Banking Question Paper'2022 B.com 5th semester CBCS Pettern.

Banking Question Paper'2022| B.com 5th Sem CBCS | Gauhati University

Gauhati University Banking Question paper 2022

Here in this page you will get to see Gauhati University Banking Question Paper'2022 B.com 5th semester CBCS Pettern. 



2022

COMMERCE

(Honours Elective) Paper COM-HE-5046

(Banking)

Full Marks: 80

Time Three hours.

The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.


1. Choose the correct answer of the following: (any ten) 1×10-10

নিম্নোক্ত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা : (যিকোনো দহটাৰ)


(a) In which year was the State Bank of India established ? 

কোন চনত ভাৰতীয় ষ্টেট বেংক প্রতিষ্ঠা কৰা হৈছিল ?

(i) 1934 / ১৯৩৪

(ii) 1949 / ১৯৪৯

(iii) 1955 / ১৯৫৫

(iv) 1959 / ১৯৫৯


(b) The first Indian commercial bank to undertake merchant banking services in India is

ভাৰতত সদাগৰী বেংকিং সেৱা আগবঢ়োৱা প্ৰথমটো ভাৰতীয় বাণিজ্যিক বেংক হ'ল


(i) State Bank of India ভাৰতীয় ষ্টেট বেংক

(ii) Bank of Baroda বেংক অফ্‌ বৰোদা

(iii) Canara Bank কানাড়া বেংক

(iv) UCO Bank ইউকো বেংক


(c) In which year was the Regional Rural Bank Act passed?

কোন চনত আঞ্চলিক গ্রাম্য বেংক আইন প্রণয়ন কৰা হৈছিল ?

(i) 1969 / ১৯৬৯

(ii) 1975 / ১৯৭৫

(iii) 1976 / ১৯৭৬

(iv) 1980 / ১৯৮০


(d) A banker's lien is 

বেংকৰ স্বত্ব হ'ল

(i) particular lien বিশেষ স্বত্ব

(ii) negative lien ঋণাত্মক স্বত্ব 

(iii) general lien সাধাৰণ স্বত্ব

(iv) All of the above ওপৰৰ সকলোৰোৰ


(e) A garnishee order is issued by

গাৰনিছি আদেশ জাৰী কৰে

(i) the customer of the bank বেংকৰ গ্ৰাহকে

(ii) the banker বেংকে

(ii) the court আদালতে

(iv) None of the above ওপৰৰ এটাও নহয়


(f) Which of the following accounts should not be allowed to open by a minor? নিম্নোক্ত কোনটো হিচাব নাবালকৰ দ্বাৰা খুলিবলৈ অনুমতি দিয়া উচিত নহয়?

(i) Savings bank account সঞ্চয়ী বেংক হিচাব

(ii) Recurring deposit account পৌনঃপুনিক জমা হিচাব

(iii) Fixed deposit account স্থায়ী জমা হিচাব

(iv) Current account চলিত হিচাব


(g) Overdraft is granted অধিবিকৰ্ষ প্ৰদান কৰা হয়

(i) in savings bank account সঞ্চয়ী বেংক হিচাবত 

(ii) in fixed deposit account স্থায়ী জমা হিচাবত

(iii) in current account চলিত হিচাবত

(iv) All of the above ওপৰৰ সকলোবোৰ


(h) In case of negotiable instruments which person generally gets a good title? 

হস্তান্তরযোগ্য দলীলৰ ক্ষেত্ৰত কোনজন ব্যক্তিয়ে সাধাৰণতে উত্তম পত্ৰধাৰক হিচাপে বিবেচিত হয়?

(i) Finder of the lost instrument হেৰোৱা দলীল পোৱা ব্যক্তি

(ii) Holder of the stolen instrument চুৰি হোৱা দলীলৰ ধাৰক

(ii) Holder in due course যথাবিহিত ধাৰক

(iv) None of the above ওপৰৰ এটাও নহয়


(i) Which of the following is not a negotiable instrument by statute? 

নিম্নোক্ত কোনখন দলীল আইনমতে হস্তান্তৰযোগ্য দলীল নহয় ?

(i) Promissory Note প্রতিশ্রুতি পত্র 

(ii) Bill of Exchange বিনিময় বিল

(iii) Cheque চেক

(iv) Share Warrant অংশ অধিপত্র


(j) In which year was the Reserve Bank of India established?

ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ?

(i) 1921 / ১৯২১

(ii) 1934 / ১৯৩৪

(ii) 1935 / ১৯৩৫

(iv) 1949 / ১৯৪৯


(k) ICICI Bank is the first universal bank of India. 

ভাৰতৰ প্ৰথমটো বিশ্বজনীন বেংক হ'ল আই চি আই চি আই বেংক।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(l) An illiterate person cannot open account in a bank. 

এজন অশিক্ষিত ব্যক্তিয়ে বেংকত হিচাব খুলিব নোৱাৰে।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(m) Deposits of a bank represents its liabilities.

বেংকৰ আমানতে ইয়াৰ দেনাক প্ৰতিনিধিত্ব কৰে।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(n) Cash reserve maintained by a bank is called the first line of defence.

বেংকৰ দ্বাৰা সংৰক্ষণ কৰা নগদ পুঁজিক প্ৰথম শাৰীৰ প্ৰতিৰক্ষা বুলি কোৱা হয়।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(o) Borrower's character + capacity + capital = safe credit.

নিৰাপদ ঋণ। ধৰুৱাৰ চৰিত্ৰ + সামর্থ্য + মূলধন

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(p) A promissory note can be crossed.

প্ৰতিশ্ৰুতি পত্ৰ এখন ৰেখাংকন কৰিব পাৰি ।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ


(q) Negotiable instruments are not freely transferable.

হস্তান্তৰযোগ্য দলীলসমূহ মুক্তভাৱে হস্তান্তৰযোগ্য নহয়।

(i) Correct / শুদ্ধ

(i) Incorrect / অশুদ্ধ


(r) Banks can carry on trading activities.

বেংকে ব্যৱসায়িক কাৰ্য সম্পাদন কৰিব পাৰে।

(i) Correct / শুদ্ধ

(ii) Incorrect / অশুদ্ধ

Banking Question Paper'2022 B.com 5th Sem CBCS Gauhati University

2. Answer any five of the following questions: 2×5=10

নিম্নোক্ত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা :


(a) What is scheduled bank ?

অনুসূচীভুক্ত বেংক কাক বোলে ?


(b) What is fixed deposit account ? স্থায়ী জমা হিচাব কাক বোলে ?


(c) What are 'banking' and 'banking company' as per the Banking Regulation Act, 1949 ?

১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনমতে ‘বেংকিং' আৰু ‘বেংকিং কোম্পানী কাক বোলে?


(d) Who is a minor ?

নাবালক কোন?


(e) What is pledge?

জামিন কাক বোলে? 


(f) What is hypothecation?

দায়বন্ধক কাক বোলে ?


(g) What is crossing of a cheque ? চেকৰ ৰেখাংকন কাক বোলে?


(h) What is negotiable instrument ? হস্তান্তৰযোগ্য দলীল কাক বোলে?


(i) What is non-performing assets ? অ-ফলদায়ক সম্পত্তি কাক বোলে?


(j) What is capital adequacy ratio? মূলধন সমুচিত অনুপাত কাক বোলে?

Banking Question Paper'2022 B.com 5th Sem CBCS Gauhati University

3. Answer any four questions of the following in about 200 words each : 5×4=20

প্ৰতিটো প্ৰায় ২০০টা শব্দৰ ভিতৰত নিম্নোক্ত যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ দিয়া :

Banking Question Paper'2022 B.com 5th Sem CBCS Gauhati University

(a) Differenciate between public sector banks and private sector banks. 


ৰাজহুৱা খণ্ডৰ বেংক আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ মাজত পার্থক্য লিখা।


(b) What is E-banking ? State the different focets of E-banking?


ই-বেংকিং কাক বোলে? ই-বেংকিংৰ বিভিন্ন দিশসমূহ বৰ্ণনা কৰা ।


(c) Briefly state the obligations of a banker to maintain secrecy of customer's account.


গ্ৰাহকৰ হিচাবৰ গোপনীয়তা ৰক্ষা কৰাৰ বাবে বেংকৰ দায়িত্ব সম্পর্কে চমুকৈ বৰ্ণনা কৰা।


(d) When is the relationship between the banker and the customer terminated?

বেংক আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্কৰ কেতিয়া অন্ত পৰে ?


(e) Briefly state the principles of sound lending.

সুস্থ ঋণদান নীতিসমূহ চমুকৈ বৰ্ণনা কৰা।


(f) Distinguish between promissory note and cheque.

প্ৰতিশ্ৰুতি পত্ৰ আৰু চেকৰ পাৰ্থক্য লিখা ।


(g) State the features of negotiable instruments.

হস্তান্তৰযোগ্য দলীলৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা ।


(h) Write a brief note on banking sector reforms in India.

ভাৰতবৰ্ষত বেংকিং খণ্ডৰ সংস্কাৰ সম্পৰ্কত এটা চমু টোকা লিখা।


4. Answer any four of the following questions in about 600 words each : 10×4=40

প্ৰতিটোৰ ৬০০টা শব্দৰ ভিতৰত যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

Banking Question Paper'2022 B.com 5th Sem CBCS Gauhati University

(a) Describe the functions of a bank.


বেংকৰ কাৰ্যসমূহ বৰ্ণনা কৰা।


(b) Discuss the various types of E-banking services.


বিভিন্ন প্ৰকাৰৰ ই-বেংকিং সেৱাসমূহ আলোচনা কৰা।


(c) Discuss the general relationships between banker and customer.


বেংক আৰু গ্ৰাহকৰ মাজৰ সাধাৰণ সম্পৰ্কসমূহ আলোচনা কৰা।


(d) State the procedures of opening a bank account in the name of

(i) an illiterate person, and

(ii) a joint stock company. 3+7=10


(i) এজন অশিক্ষিত ব্যক্তি আৰু

(ii) এটা যৌথ মূলধনী কোম্পানীৰ নামত হিচাব খোলাৰ কাৰ্যপ্ৰণালীসমূহ বৰ্ণনা কৰা।


(e) What is mortgage ? State the various types of mortgage. 2+8=10


বন্ধক কাক বোলে? বিভিন্ন প্ৰকাৰৰ বন্ধকসমূহৰ বিষয়ে বৰ্ণনা কৰা।


(f) Discuss the various types of credit. বিভিন্ন প্ৰকাৰৰ ঋণৰ বিষয়ে আলোচনা কৰা ।


(g) What is endorsement ? Explain the various types of endorsements with suitable examples.

পৃষ্ঠাংকন কাক বোলে? উপযুক্ত উদাহৰণসহ বিভিন্ন প্ৰকাৰৰ পৃষ্ঠাংকনৰ বিষয়ে ব্যাখ্যা কৰা।


(h) State the statutory protections granted to the paying banker under the Negotiable Instruments Act, 1881.

১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ অধীনত পৰিশোধকাৰী বেংকক প্ৰদান কৰা বিধিবদ্ধ ৰক্ষণাবেক্ষণ ব্যবস্থাসমূহ বৰ্ণনা কৰা ।


(i) Discuss the powers of the Reserve Bank of India under the Banking Regulation Act, 1949.

১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ক্ষমতাসমূহ আলোচনা কৰা।


(j) Describe the provisions of the Banking Regulation Act, 1949 in regard to

(i) constitution of Board of Directors, and

(ii) loans and advances. 2+8=10

(i) সঞ্চালক পৰিষদ গঠন, আৰু

(ii) ঋণ আৰু অগ্রিম সম্পর্কে,

১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনৰ বিধানসমূহ বর্ণনা কৰা ।

-000000-




Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.