In this post we have uploaded the AHSEC Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন, AHSEC Class 12 Assamese Important Question Answer in Pdf , HS 2nd year Assamese Question Answer, মোৰ মাতৃমোখ দৰ্শন HS 2nd Year Class 12 Access the solutions for each chapter effortlessly with Assamese (MIL) Chapter wise list of Chaptera , designed to facilitate seamless navigation through the diverse subjects of the Assam Board curriculum. Enhance your learning experience by conveniently exploring detailed answers in a professional and user-friendly format.
HS 2nd Year Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন Embark on an enriching journey of knowledge as you delve into SCERT books online, offering expertly crafted solutions aligned with SCERT (CBSE) Book guidelines. Immerse yourself in a wealth of insights curated by our proficient educators, seamlessly integrated into the comprehensive SCERT All Subject Solutions. Uncover the intricacies of Assam Board Class 12 Assamese Chapter 1 "মোৰ মাতৃমোখ দৰ্শন" through meticulously designed solutions, providing an ideal platform for interactive practice and deepening your understanding.
মোৰ মাতৃমোখ দৰ্শন
Unit-1
অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মুল্যাংক-১)
(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ কৰ পৰা সংগ্রহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।
(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।
(গ) বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে কৰ পৰা ক’লৈ যাত্রা
কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।
(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে
বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেবী আৰুসৰুজীয়েক আছিল।
(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে-‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰুচিকৰপতি নিকৰপতি’।
(চ) ‘মোৰ মাতৃমুখ দর্শন’ কোন শ্রেণীৰ ৰচনা?
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’, আত্মজীৱন-কথা অর্থাৎ আত্মজীৱনীমূলক আৰুভ্রমণ কাহিনীমূলক শ্রেণীৰ ৰচনা ।
(ছ) লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ ‘জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন’(General Assembly’s Institution) পৰা বি. এ. ডিগ্রী লাভ কৰে ৷
(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম- কদমকলি ।
(ঝ) ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র কোন?
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র হ’ল- ভগৱান শ্রী কৃষ্ণ ।
(ঞ) লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল । তেওঁ তাত বাৰ্ড কোম্পানিৰ ফার্মৰ ‘মেনেজাৰ’ৰ পদত কাম কৰিছিল ।
(ট) ‘জোনাকি’ আলোচনা পোন প্রথমে কেতিয়া প্রকাশ হৈছিল?
উত্তৰঃ ‘জোনাকি’ আলোচনা পোন প্রথমে ১৮৮৯ চনত প্রকাশ হৈছিল|
(ঠ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম ‘কদমকলি’।
(ড) লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম ‘পদুমকুঁৱৰী’।
(ঢ) ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক কোন?
উত্তৰঃ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক লক্ষ্মীনাথ বেজৰুৱা ।
(ণ)লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ।
(ত) লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃতয্ ুহৈছিল ।
(থ) অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়?
উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায় ।
(দ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম ‘জোনাকী’ ।
(ধ) ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে ?
উত্তৰঃ বৃষভ হৈছে শিৱৰ বাহন- ষাড় গৰু।
(ল) নন্দী-ভৃংগী কোন?
উত্তৰঃ নন্দী-ভৃংগী হৈছে শিৱৰ শিষ্য ।
(শ) পার্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা
চলাইছিল?
উত্তৰঃ পার্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা চলাইছিল ।
(ষ) হাহা হুহু কোন?
উত্তৰঃ হাহা হুহুব্রহ্মাৰ মানস পুত্র । যি দুজনক পার্বতীয়ে মহাদেৱকখেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল ।
(স) ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল ।
উত্তৰঃ শ্রী মতী যোগদা দেৱীৰ ।
(হ) Comedy of Errors গ্রন্থৰ প্রণেতা কোন?
উত্তৰঃ Comedy of Errors গ্রন্থৰ প্রণেতা হ’ল-
শ্বেক্সপীয়েৰ (Shakespeare) ।
(ড়) Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি কোনে অসমীয়ালৈ
ভাঙনি কৰিছিল?
উত্তৰঃ Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰুৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল ।
-000-