Banking Question Paper 2023 PDF GU [Gauahti University B.Com 5th Sem]

(A) Choose the most appropriate answer son to the following questions: 1 x 5 = 5 তলত দিয়া প্রশ্নবোৰৰ উপযুক্ত উত্তৰবোৰ বাচি উলিওৱা : (a) In which
Banking Question Paper 2023 PDF GU [Gauahti University B.Com 5th Sem]


In this post we have Shared Gauhati University BANKING Question Paper 2023 Pdf, B.Com 5th Sem GU, Which can be very beneficial for your upcoming exam preparation. So read this post from top to bottom and get familiar with the question paper solution .



4(Sem-5/CBCS) COM HE4(BNK)

2023 

COMMERCE

(Honours Elective)

Paper: COM-HE-5046

(Banking)

Full Marks : 80

Time: Three hours


The figures in the margin indicate full marks for the questions.


1.(A) Choose the most appropriate answer son to the following questions: 1 x 5 = 5

তলত দিয়া প্রশ্নবোৰৰ উপযুক্ত উত্তৰবোৰ বাচি উলিওৱা :


(a) In which year Regional Rural Bank Act was passed?

কোন চনত আঞ্চলিক গ্রাম্য বেংক আইন প্রণয়ন কৰা হৈছিল ?

(i) 1934 /১৯৩৪ 

(ii) 1955 / ১৯৫৫

(ii) 1969 / ১৯৬৯

(iv) 1976 / ১৯৭৬


(b) Who issues the Garnishee Order ?

গানিছি আদেশ কোনে জাৰি কৰে?

(i) Court আদালতে

(ii) RBI ৰিজাৰ্ভ বেংকে

(iii) The Central Government কেন্দ্ৰীয় চৰকাৰে

(iv) Concerned State Government

সংশ্লিষ্ট ৰাজ্য চৰকাৰে


(c) Which of the following is not a liquid asset?

নিম্নোক্ত কোনবিধ তৰল সম্পদ নহয়?

(i) Cash / নগদ ধন

(ii) Money at call / তলবী ধন

(iii) Bond / বণ্ড

(iv) Share / অংশপত্র


(d) Which of the following is a party to a Bill of Exchange?

তলত উল্লেখিত কোনটো পক্ষ বিনিময় বিলৰ সৈতে জড়িত?

(i) Drawer / বিলৰ প্ৰস্তুতকাৰক

(ii) Drawee / বিল গ্রহীতা

(iii) Payee / প্রাপক

(iv) All of the above ওপৰৰ আটাইকেইটা


(e) The Provisions of the Banking Regulation Act, 1949 are not applicable in case of-

বেংকিং নিয়ন্ত্রণ আইন, ১৯৪৯ৰ ধাৰাসমূহ কোনবোৰ বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ?

(i) SBI ভাৰতীয় ষ্টেট বেংক

(ii) Nationalised Banks ৰাষ্ট্ৰীয়কৃত বেংক

(iii) Private Sector Banks ব্যক্তিগত খণ্ডৰ বেংক

(iv) None of the above ওপৰৰ এটাও নহয়


(B) State whether the following statements are true or false :

তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা : 1 x 5 = 5


(a) The issuing bank grants loan for every Transaction settled through credit card.

ক্রেডিট কাৰ্ডৰ জৰিয়তে নিষ্পত্তি কৰা প্ৰতিটো লেনদেনৰ বিপৰীতে জাৰিকাৰক বেংকে ঋণ প্রদান কৰে।


(b) The Integrated Ombudsman Scheme was introduced in the year 2021.

সংযুক্ত লোকপাল আঁচনি ২০২১ চনত আৰম্ভ কৰা হৈছিল।


(c) A married woman is considered as a special type of bank customer.

এগৰাকী বিবাহিত মহিলাক বিশেষ শ্ৰেণীৰ বেংকৰ গ্রাহক হিচাপে বিবেচনা কৰা হয়।


(d) Crossing of a cheque is an example of material alteration.


চেক ৰেখাংকন কৰাতো মূল বিষয়বস্তুৰ সালসলনিৰ এটা উদাহৰণ।


(e) There are three parties in a promissory note.

এখন প্ৰতিশ্ৰুতি পত্ৰত তিনিটা পক্ষ থাকে।


2. Give brief answer to the following questions : 2 x 5 = 10

তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া :


(a) Define 'Bank'.

‘বেংক’ৰ সংজ্ঞা দিয়া ।


(b) Write the meaning of the term 'Bank Customer'.

‘বেংকৰ গ্ৰাহক’ৰ অৰ্থ লিখা।


(c) What is meant by the term 'Liquidity of Assets'?

‘সম্পদৰ তাৰল্যতা' বুলিলে কি বুজায় ?


(d) Write the meaning of the term 'endorsement' in the context of a negotiable instrument. 

হস্তান্তৰযোগ্য দলিলৰ প্ৰসংগত পৃষ্ঠাংকনৰ অৰ্থ লিখা।


(e) Classify the assets of a bank as per the guidelines of RBI.

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি বেংক এটাৰ পৰিসম্পদসমূহৰ শ্ৰেণী বিভাজন কৰা।


3. Answer the following questions in about 200 words each : (any four) 5x4 = 20


তলত দিয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰে উত্তৰ ২০০ মান শব্দৰ ভিতৰত লিখা : (যিকোনো চাৰিটা)


(a) Write a short note on the powers of the RBI under the Banking Regulation Act, 1949.

১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰদান কৰা ক্ষমতাবোৰৰ ওপৰত এটা চমু টোকা লিখা।


(b) What are the different methods available for fund transfer under E-Banking system ? Explain.

E-Banking ব্যৱস্থাৰ অধীনত ধন প্ৰেৰণৰ বিভিন্ন পদ্ধতিবোৰ কি কি? ব্যাখ্যা কৰা।


(c) What are the different types of account facilities available in a commercial bank?

এটা বাণিজ্যিক বেংকে আগবঢ়োৱা বিভিন্ন ধৰণৰ হিচাপৰ সুবিধাবোৰ কি কি?


(d) Explain briefly about the different types of credit facilities provided by a commercial bank.

বাণিজ্যিক বেংকে আগবঢ়োৱা বিভিন্ন প্ৰকাৰৰ ঋণৰ সুবিধাসমূহ ব্যাখ্যা কৰা।


(e) Discuss the basic features of a cheque.

ধনাদেশ এখনৰ মূল বৈশিষ্ট্যবোৰ আলোচনা কৰা


(f) Explain the structure of commercial banks in India.

ভাৰতবৰ্ষত বাণিজ্যিক বেংকৰ গাঁঠনি ব্যাখ্যা করা।


4.Answer the following questions in about 600 words each : (any four). 10×4=40

তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰে উত্তৰ ৬০০ মান শব্দৰ ভিতৰত লিখা : (যিকোনো চাৰিটা)


(a) Elaborately discuss about the major developments in the Indian banking sector during the post-Independence period.


স্বাধীনতাৰ পৰৱৰ্ত্তী কালচোৱত ভাৰতবৰ্ষৰ বেংকিং খণ্ডৰ বিকাশ সম্পর্কে বহলাই আলোচনা কৰা।


OR / অথবা


(b) Do you think that providing banking FP services in electronic mode is advantageous for both the banker and customer? Justify your answer.

বৈদ্যুতিন মাধ্যমত বেংকিং সেৱা আগবঢ়োৱাৰ ব্যৱস্থাতো বেংকাৰ আৰু গ্ৰাহক উভয়ৰে বাবে সুবিধাজনক বুলি ভাবানে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা।


(c) Discuss the obligations of the banker towards his customer in the context of

(i) Honouring customers' cheque and 

(ii) Maintaining secrecy of customers' account. 5 + 5 = 10

(i) চেক সন্মান কৰা আৰু 

(ii) গ্ৰাহকৰ হিচাপৰ গোপনীয়তা ৰক্ষা কৰাৰ প্ৰসংগত বেংকৰ গ্ৰাহকৰ প্ৰতি থকা দায়িত্ববোৰ আলোচনা কৰা।


OR / অথবা


(d) What is meant by Crossing of Cheque ? Explain briefly about the different types of crossing with their specimen.2 + 8 = 10

চেকৰ ৰেখাংকন বুলিলে কি বুজায়? নমুনাসহ বিভিন্ন প্ৰকাৰৰ ৰেখাংকন সম্পর্কে ব্যাখ্যা কৰা।


(e) Differentiate between 'Holder' and 'Holder in Due Course'. Also explain the privileges enjoyed by the Holder in 4 + 6 = 10 Due Course.

‘ধাৰক’ আৰু ‘যথাবিহিত ধাৰক'ৰ মাজত থকা পাৰ্থক্যবোৰ লিখা। যথাবিহিত ধাৰকৰ বিশেষ সুবিধাবোৰ ব্যাখ্যা কৰা ৷


OR / অথবা


Discuss the provisions of the Banking Regulation Act, 1949 in regard to

(i) Licensing of banks

(ii) Constitution of the Board of Directors 5 + 5 = 10

(i) বেংকৰ অনুজ্ঞাপত্ৰ প্ৰদান আৰু

(ii) সঞ্চালকমণ্ডলীৰ গঠন সম্পৰ্কত

বেংকিং নিয়ন্ত্রণ আইন, ১৯৪৯ত সন্নিবিষ্ট বিধিসমূহ আলোচনা কৰা।


(g) Discuss the procedure of opening savings bank account in 'ONLINE' and 'OFFLINE' mode.

‘ONLINE’ আৰু ‘OFFLINE’ প্ৰক্ৰিয়াৰে সঞ্চয়ী হিচাপ খোলাৰ পদ্ধতি বৰ্ণনা কৰা।


OR / অথবা


(h) Discuss the principles of sound lending followed by a commercial bank.

বাণিজ্যিক বেংকে অনুসৰণ কৰা সুস্থ ঋণ প্ৰদানৰ নীতিবোৰ বৰ্ণনা কৰা।




-0000-



Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.