AHSEC CLASS 12 Business studies Questions Paper ' 2022 |
In this Post we have uploaded AHSEC Class 12 Business Studies 2022 Question Paper ( AHSEC HS 2nd Year Business studies Question paper 2022) , Which Can be very useful for AHSEC Class 12 Commerce Students , you can use this Business studies Question Paper for your 12th Assam Board Exam Preparation Which helps you to understand the Question paper Pettern of AHSEC Class 12 Business Studies.
2022
BUSINESS STUDIES
Full Marks: 100
Pass Marks: 30
Time: Three hours
The figures in the margin indicate full marks for the questions.
Q. No. 1 carries 1 mark each 1x8 = 8
Q. Nos. 2-6 carry 2 marks each 2x5= 10
Q. Nos. 7-11 carry 3 marks each 3x5 = 15
Q. Nos. 12-18 carry 5 marks each 5x7 = 35
Q. Nos. 19-22 carry 8 marks each8x4 = 32
_______
Total =100
1.(a) Who introduced the concept of 'differential price-rate-wage system' ? 1
‘ভিন্ন গোটৰ হাৰত মজুৰি প্ৰদান' ধাৰণাটো কোনে প্ৰৱৰ্ত্তন কৰিছিল?
(b) Under which environmental factor does fiscal policy fall?
ৰাজহ নীতি কোনটো পাৰ পাক্ষিক অৱস্থাত পৰে?1
(c) Write a difference between policy and procedure. 1
নীতি আৰু কাৰ্য্যপদ্ধতিৰ মাজৰ এটা পার্থক্য লিখা।
(d) What is an informal organization ? 1অনানুষ্ঠানিক সংগঠন মানে কি?
(e) What is Orientation?1
পৰিচিতকৰণ কিন্তু ?
(f) Who proposed the "Need Theory" of motivation? 1
মনোবৃত্তি গঠনৰ ‘প্রয়োজনীয়তাৰ তত্ত্বটো' কোনে আগবঢ়াইছিল?
(g) Can working capital become negative ?1
চলন্ত মূলধন ৰক্ষণাত্মক হ'ব পাৰে নেকি?
(h) What is SEBI? 1
SEBI কি?
2. What is Trade Mark? 2
ব্যৱসায়িক চিহ্ন কি?
3. Write the meaning of Management Audit. 2
পৰিচালনা পৰীক্ষণ বুলিলে কি বুজা লিখা।
4. Write two rights of a consumer.
গ্রাহক এজনৰ যিকোনো দুটা অধিকাৰ লিখা।
5.What are two important functions of top level management ? 2
শীর্ষস্তৰৰ পৰিচালনাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য্য লিখা।
6. What is meant by 'Unity of Command'?
‘আদেশৰ একতাৰ বিষয়ে চমুকৈ লিখা।
7. How does social environment influence the working of a business? 3
সামাজিক পৰিৱেশে এটা ব্যৱসায়ৰ কাম কাজ কিদৰে প্ৰভাৱিত কৰে লিখা।
8. Write three limitations of planning.
পৰিকল্পনাৰ তিনিটা সীমাবদ্ধতা লিখা।
9. Outline three merits of divisional organizational structure. 3
সংগঠনৰ বিভাগীয় গাঁথনিৰ তিনিটা সুবিধা লিখা।
OR অথবা
Write three merits of internal recruitment. 3
উৎসৰ দ্বাৰা কৰ্মচাৰী নিয়োগৰ তিনিটা সুবিধা লিখা।
10. Write three differences between directives and supervision. 3
নির্দেশ আৰু নিৰীক্ষণ কাৰ্য্যৰ মাজৰ তিনিটা পার্থক্য লিখা।
OR / অথবা
Write a note on Budgetary control. বাজেট নিয়ন্ত্রণৰ ওপৰত এটা টোকা লিখা। 3
11. Write any three factors affecting dividend decision. 3
লভ্যাংশৰ সিদ্ধান্তত প্রভাৱ পেলোৱা যিকোনো তিনিটা উপাদান লিখা।
OR / অথবা
Write three features of OCTEL
OCTEI-ৰ তিনিটা বৈশিষ্ট্য লিখা।
12. Write five advantages of branding. ব্লেন্ডিংৰ পাঁচটা সুবিধা লিখা। 5
13. What are the fundamental features of management ?
পৰিচালনা নীতিৰ মূল বৈশিষ্ট্যবোৰৰ বিষয়ে লিখা। 5
14. Write the principles of scientific management.
বৈজ্ঞানিক পৰিচালনাৰ নীতিবোৰ লিখা।
OR / অথবা
Explain the process of liberalization in India.
ভাৰতৰ উদাৰীকৰণৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা।5
15. Explain the term 'Authority', 'Responsibility' and 'Accountability'. 5
‘কৰ্তৃত্ব', 'দায়িত্ব' আৰু 'জবাবদিহি হোৱা'ৰ শব্দকেইটাৰ ব্যাখ্যা দিয়া।
OR / অথবা
Write any five functions of consumer organization.
গ্রাহক সংগঠনৰ যিকোনো পাঁচটা কাৰ্যাৱলীৰ বিষয়ে লিখা। 5
16. Write five objectives of entrepreneurship development programme.
উদ্যোমিকা বিকাশ আচনিৰ পাঁচটা উদ্দেশ্য লিখা।
OR / অথবা
Write five external sources of recruitment. কৰ্মচাৰী সংগ্ৰহৰ পাঁচটা বাহ্যিক উৎসৰ বিষয়ে লিখা।
17. Write five importance of communication.
যোগাযোগৰ পাঁচটা গুৰুত্ব লিখা।
OR / অথবা
Write features of New Issue market.
নতুন বিলি বজাৰৰ বৈশিষ্ট্যবোৰ লিখা।
18. Write five factors affecting requirements of working capital.
কাৰ্য্যকৰী মূলধন নির্ণায়কৰ কাৰকসমূহৰ পাঁচটা উপাদান লিখা।
OR / অথবা
What is meant by Good Control System ? Write its four requirements. 5
শুদ্ধ নিয়ন্ত্রণ প্রণালী মানে কি? ইয়াৰ প্ৰয়োজনীয় চাৰিটা উপাদান লিখা।
19. Write notes on the following:
নিম্নোক্তৰ ওপৰত টোকা লিখা :
(a) Wealth maximisation is the objective of financial management.
সম্পদ সর্বাধিকৰণ বিত্তীয় পৰিচালনাৰ উদ্দেশ্য।
(b) "Money market and its instruments". মুদ্ৰা বজাৰ আৰু ইয়াৰ আহিলা সমূহ। 8
OR / অথবা
Discuss eight leading functional areas of marketing.
কাৰ্যাৱলীৰ আঠটা প্রধান কার্যক্ষেত্র আলোচনা কৰা।8
20. Discuss the various steps involved in the process of organising. 8
সংগঠনকৰণ প্ৰক্ৰিয়াত জড়িত বিভিন্ন পৰ্য্যায়সমূহ আলোচনা কৰা।
OR / অথবা
Discuss the relationship between Planning and Control. 8
পৰিকল্পনা আৰু নিয়ন্ত্রণ সাধনৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।
AHSEC Class 12 Business Studies Questions Paper 2022
21.Write notes on the following:
তলত দিয়াৰ ওপৰত টোকা লিখা :
(a) Management is the art of getting things done.
আনৰ দ্বাৰা কাৰ্য্য সম্পন্ন কৰাৰ কৌশলেই হৈছে পৰিচালনা ।
OR / অথবা
Fayol's principles of management.
ফেয়লৰ পৰিচালনা নীতি।
(b) Planning is an intellectual process. পৰিকল্পনা হৈছে বুদ্ধিমানৰ প্ৰক্ৰিয়া।
OR / অথবা
Steps in staffing process. কৰ্মচাৰী ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ পৰ্য্যায়সমূহ।
22. Write notes on the following:
তলত দিয়াৰ ওপৰত টোকা লিখা :
(a) Significance of Fiscal Policy. ৰাজহনীতিৰ গুৰুত্ব।
OR / অথবা
Non-Financial incentives.
অবিত্তীয় উদগনি।
(b) Rights of a consumer under Consumer Protection Act.
গ্রাহক সুৰক্ষা আইনৰ অধীনত থকা গ্ৰাহকৰ অধিকাৰ।
OR / অথবা
Functions of entrepreneurs in relation to economic development. 4
অর্থনৈতিক বিকাশৰ বাবে উদ্যোগীৰ কাৰ্য্যবোৰ।
********
Also Read : AHSEC Class 12 Business Studies Questions Answers Chapter wise