In this Post we have uploaded Consumer Affairs and Customer Care Question Paper 2022, B.Com 6th Sem. Which Can be Very Useful For Your GU B.Com 6th Final Examination.
2022
COMMERCE
(Honours Elective)
Paper: COM-HE-6026
(Consumer Affairs and Customer Care)
Full Marks: 80
Time: Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1.Answer the following as directed: (any ten) 1×10=10
তলৰ দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া : (যিকোনো ১০টাৰ)
(a) Which type of the following buyers habitually purchase any product of a particular brand?
তলৰ কোনবোৰ ক্রেতাই অভ্যাসগতভাৱে এটা নিৰ্দ্দিষ্ট মার্কাৰ যিকোনো সামগ্রী ক্রয় কৰে?
(i) Cognitive group
জ্ঞানীয় গোট
(ii) Domestic consumer
ঘৰুৱা উপভোক্তা
(iii) Reseller
পুনঃবিক্রেতা
(iv) Habit-determined group
অভ্যাস-নিৰ্দ্ধাৰিত গোট
(b) Write the full form of MRP.
‘MRP’-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
(c) Which type of consumers produce goods for self-consumption?
কোন ধৰণৰ উপভোক্তাই তেওঁলোকৰ স্ব-ব্যৱহাৰৰ বাবে সামগ্ৰী উৎপন্ন কৰে?
(i) Direct consumers
প্রত্যক্ষ উপভোক্তা
(ii) Domestic consumers
ঘৰুৱা উপভোক্তা
(iii) Emotional consumers
আৱেগিক উপভোক্তা
(iv) Impulsive consumers
প্ৰেৰণাদায়ক উপভোক্তা
(d) Under which scheme any person can move to the court of law in the greater interest of the society?
আইনৰ কোন ধৰণৰ আঁচনিৰ জৰিয়তে কোনো ব্যক্তিয়ে সমাজৰ বৃহত্তৰ স্বাৰ্থত আদালতৰ দ্বাৰস্থ হব পাৰে?
(i) Public interest litigation
ৰাজহুৱা স্বার্থজনিত গোচৰ
(ii) Redressal forum
নিষ্পত্তি মঞ্চ
(iii) Consumer organisation
উপভোক্তা সংগঠন
(iv) All of the above
ওপৰৰ সকলোবোৰ
(e) Which standardised mark is printed on gold jewellery ?
সোণৰ গহনাত কোনটো মানক চিহ্ন ছপা করা হয়?
(i)AGMARK
এগমার্ক
(ii) ISO 2009
আই.এছ.ও. 2009
(iii) ISI
আই.এছ.আই
(iv) Hallmark
হলমার্ক
(f) State Government, if it deems fit, establish more than one District Commission in a district.
(Write True or False)
ৰাজ্য চৰকাৰে যদিহে উপযুক্ত বুলি ভাবে, তেনে ক্ষেত্ৰত এখন জিলাতেই একাধিক জিলা আয়োগ স্থাপন কৰিব পাৰে। (সঁচা নে মিছা লিখা)
(g) The laboratory test fees are payable by_______in case the District Commission sends for testing.
জিলা আয়োগে পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ কিবা প্ৰেৰণ কৰিলে পৰীক্ষাগাৰৰ মাচুল_____পৰিশোধ কৰিব লাগে।
(i) Complainant
অভিযোগকাৰী
(ii) Opposite party
বিপক্ষ
(iii) Registrar of District Commission
জিলা আয়োগৰ পঞ্জীয়ক
(iv) Government
চৰকাৰ
(Fill in the blank with appropriate option)
(সঠিক বিকল্পৰ সৈতে খালী ঠাই পূৰ কৰা)
(h) The Consumer Protection Act, 1986 is replaced by which Act?
গ্রাহক সুৰক্ষা আইন, ১৯৮৬ খন কোনখন আইনৰ দ্বাৰা সলনি কৰা হৈছে?
(i) Who is a Chairperson of District Consumer Protection Council?
জিলা উপভোক্তা নিয়ামক আয়োগৰ অধ্যক্ষ কোন হয়?
(i) Which date is observed as 'National Consumer Day' in India ?
ভাৰতবৰ্ষত ‘ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস' কোন তাৰিখে পালন কৰা হয়?
(k) How many meetings should the Central Consumer Protection Council hold in a year?
কেন্দ্রীয় উপভোক্তা নিয়ামক পৰিষদে এবছৰত কিমানখন সভা অনুষ্ঠিত কৰিব লাগে?
(l) What is the pecuniary jurisdiction limit for District Commission?
জিলা আয়োগৰ আৰ্থিক এক্তিয়াৰৰ পৰিধি কিমান?
(i), 20 lakh
২০ লাখ
(ii) 50 lakh
৫০ লাখ
(iii) 1 crore
১ কোটি
(iv) Above 1 crore
১ কোটিৰ ওপৰত
(Choose the correct answer)
(শুদ্ধ উত্তৰটো বাচি উলিওৱা)
(m) Name the supreme adjudicatory body.
সর্বোচ্চ বিচাৰক সংস্থাটোৰ নাম লিখা।
(n) Which type of dissatisfied consumer shows a switching behaviour and do negative word of mouths but are less likely to go for third party complaining?
মুখেৰে নেতিবাচক শব্দ প্ৰয়োগ আৰু পৰিবৰ্তনৰ আচৰণ প্ৰদৰ্শন কৰা কোনবোৰ অসন্তুষ্ট গ্রাহকৰ তৃতীয় পক্ষৰ ওচৰত অভিযোগ দিয়াৰ সম্ভাৱনা কম?
(i)Activists
কর্মী
(ii) Passive
নিষ্ক্রিয়
(iii) Irates
ক্রোধিত
(iv) Voicers
কণ্ঠস্বৰ
(Choose the correct answer)
(শুদ্ধ উত্তৰটো বাচি উলিওৱা)
(o) Who prepares the guidelines for Tom banking ombudsman scheme?
বেংকিং ন্যায়পাল সম্বন্ধীয় নীতি নির্দেশনা কোনে প্রস্তুত কৰে?
For Complete Solution of Consumer Affairs and Customer Care Paper 2022 Download PDF File 👇
DEMO PDF FILE
2. Answer any five questions from the following : 2×5= 10
তলত দিয়াবোৰৰ যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ দিয়া :
(a) Define consumer as per the Consumer Protection Act, 2019.
গ্রাহক সুৰক্ষা আইন, ২০১৯ অনুসৰি উপভোক্তাৰ সংজ্ঞা দিয়া।
(b) State two grounds for filing a complaint.
অভিযোগ দাখিল কৰাৰ দুটা ভিত্তি উল্লেখ কৰা।
(c) What is mediation ?
মধ্যস্থতা মানে কি?
(d) Define labelling.
‘লেবেলিং'ৰ সংজ্ঞা দিয়া।
(e) What is meant by Indian standard mark?
ভাৰতীয় মানক চিহ্ন মানে কি?
(f) Write two differences between online and offline markets.
অনলাইন আৰু অফলাইন বজাৰৰ মাজত দুটা পার্থক্য লিখা।
(g) Define unfair trade practices as per Consumer Protection Act.
উপভোক্তা সুৰক্ষা আইন অনুসৰি অনুচিত বাণিজ্য অনুশীলনৰ সংজ্ঞা দিয়া।
(h) Who can file a complaint under Consumer Protection Act?
উপভোক্তা সুৰক্ষা আইনৰ অধীনত কোনে অভিযোগ দাখিল কৰিব পাৰে?
3. Answer any four questions from the following : 5x4
তলত দিয়াবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ দিয়া :
(a) Write a note on National Consumer Helpline.
'ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন'ৰ বিষয়ে এটি টোকা লিখা।
(b) State the alternatives available to dissatisfied consumers.
অসন্তুষ্ট উপভোক্তাৰ বাবে উপলব্ধ বিকল্পবোৰ উল্লেখ কৰা।
(c)Write the processes to file a consumer complaint in District Forum.
জিলা উপভোক্তা মঞ্চত গ্ৰাহকৰ অভিযোগ দাখিল কৰাৰ প্রক্রিয়াসমূহ লিখা।
(d) Write on the role of TRAI in consumer
protection.
গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত TRAI-ৰ ভূমিকাৰ বিষয়ে লিখা।
(e) State the jurisdiction of National Commission.
ৰাষ্ট্ৰীয় আয়োগৰ পৰিধিসমূহ উল্লেখ কৰা।
(f) Write the powers of Central Information Commission.
কেন্দ্ৰীয় তথ্য আয়োগৰ ক্ষমতাসমূহ লিখা।
(g) What are the responsibilities of a consumer under the Consumer Protection Act, 2019?
গ্রাহক সুৰক্ষা আইন, ২০১৯ অনুসৰি গ্ৰাহকৰ দায়িত্বসমূহ কি কি?
(h) How is a marketing manager benefited from the study of post-purchase behaviour of consumers?
গ্ৰাহকৰ ক্ৰয় পৰবৰ্তী আচৰণ অধ্যয়নৰ পৰা এগৰাকী বিপণন পৰিচালকে কি ধৰণে লাভান্বিত হব পাৰে?
4. Answer any four questions from the following 10×4=40
তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :
(a) Explain the process of mediation for consumer complaint redressal.
উপভোক্তাৰ অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত মধ্যস্থতাৰ প্ৰক্ৰিয়াবোৰ ব্যাখ্যা কৰা।
(b)Briefly outline the recent developments in consumer protection in India.
ভাৰতত গ্ৰাহক সুৰক্ষাৰ শেহতীয়া উন্নয়নৰ চমু ৰূপৰেখা দাঙি ধৰা।
(c) What is penalty? Briefly discuss about the provision of penalties for different kinds of unfair practices.
জৰিমণা কি? বিভিন্ন ধৰণৰ অনুচিত বাণিজ্য অনুশীলনৰ বাবে জৰিমণা বিহাৰ ব্যৱস্থাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
(d) Explain in brief different forms of market structure with their merits and demerits.
সুবিধা আৰু অসুবিধাৰ সৈতে বজাৰ গাঁথনিৰ বিভিন্ন প্ৰকাৰবোৰ চমুকৈ ব্যাখ্যা কৰা।
(e) What do you mean by consumer rights? Enumerate the six rights provided under sec. 6 of the Consumer Protection Act.
উপভোক্তাৰ অধিকাৰ বুলিলে কি বুজা? উপভোক্তা সুৰক্ষা আইনৰ ৬নং ধাৰাৰ জৰিয়তে প্ৰদান কৰা ছয়টা অধিকাৰৰ বিষয়ে লিখা।
(f) Explain in brief the consumer grievance redressal mechanism by FSSAI and TRAI.
FSSAI আৰু TRAI-ৰ দ্বাৰা উপভোক্তাৰ অভিযোগ নিষ্পত্তিৰ প্ৰণালীসমূহ চমুকৈ ব্যাখ্যা কৰা।
(g) Describe the causes of consumer dissatisfaction. Also suggest three remedial measures for consumer dissatisfaction.
গ্ৰাহকৰ অসন্তুষ্টিৰ কাৰণবোৰ বৰ্ণনা কৰা। লগতে উপভোক্তাৰ অসন্তুষ্টি নিৰাময়ৰ বাবে তিনিটা প্ৰতিকাৰমূলক ব্যৱস্থাৰ পৰামৰ্শ দাঙি ধৰা।
(h) What are various appellant authorities under the Consumer Protection Act, 2019? Discuss.
গ্রাহক সুৰক্ষা আইন, ২০১৯ৰ অধীনত উপলব্ধ বিভিন্ন আপীলকাৰী কৰ্তৃপক্ষবোৰ কি কি? আলোচনা কৰা।
(i) Define banking ombudsman. Discuss the process of complaint registration under banking ombudsman scheme.
বেংকিং লোকপালৰ সংজ্ঞা দিয়া। বেংকিং লোকপাল আচনিৰ অধীনত অভিযোগ পঞ্জীয়ন প্ৰক্ৰিয়াবোৰৰ বিষয়ে আলোচনা কৰা।
(j) Write a note on the products and services that are banned from advertising in India.
ভাৰতত বিজ্ঞাপনৰ পৰা নিষিদ্ধ কৰা সামগ্ৰী আৰু সেৱাবোৰৰ ওপৰত এটি টোকা লিখা।
(k) Discuss various factors affecting consumer complaining behaviour.
উপভোক্তাৰ অভিযোগ আচৰণক প্ৰভাৱিত কৰা বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।
*******
For Complete Solution of Consumer Affairs and Customer Care Paper 2022 Download PDF File 👇
DEMO PDF FILE
Also Read: