In this Post we have uploaded Gauahti University Indirect Tax Laws Question Paper 2022, B.Com 6th Sem. which Can be Very Useful For Your GU B.Com 6th Semester Sessional or Final Examination.
👉Download Auditing and Corporate Governance Solved Paper 2022 From our store.
2022
COMMERCE
(Honours)
Paper: COM-HC-6026
(Indirect Tax Laws)
Full Marks: 80 Time:
Three hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1.Answer any ten of the following questions as directed: 1×10=10
নির্দেশানুসৰি তলত দিয়া প্রশ্নবোৰৰ পৰা যিকোনো দহটা প্ৰশ্নৰ উত্তৰ লিখা :
(i) Central excise duty is levied and collected by_______.
(Fill in the blank with appropriate word/words)
কেন্দ্ৰীয় আবকাৰী কৰ_____দ্বাৰা ধাৰ্য্য আৰু সংগ্ৰহ কৰা হয়।(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(ii)The Assam VAT Act, 2003 came into effect from 1st day of May, 2005. (State whether the statement is true or false)
অসম VAT আইন, 2003 কাৰ্য্যকৰি কৰা হয়, 2005 চনৰ পহিলা মে তাৰিখৰ পৰা।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(iii) One of the objectives of the Customs Act, 1962 is to protect the domestic industries. (State whether the statement is true or false)
কাষ্টম্ আইন, 1962-ৰ এটা উদ্দেশ্য হ'ল দেশীয় শিল্প উদ্যোগবোৰক ৰক্ষা কৰা।(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(iv) GST has removed the. effect of taxes. (Fill in the blank with appropriate word/ words)
GST-এ কৰৰ প্রভাব অপসাৰণ কৰিছে। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(v)A person without GST registration can
collect tax.(State whether the statement is true or false)
GST ৰ অধীনত পঞ্জিয়ন নথকা এজন ব্যক্তিয়ে কৰ সংগ্ৰহ কৰিব পাৰে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(vi) Indirect taxes are imposed on and services. (Fill in the blank with appropriate word/words)
পৰোক্ষ কৰ আৰু সেৱাৰ ওপৰত ধাৰ্য্য কৰা হয়।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(vii) Customs duty is levied on the manufacture of excisable goods in India. (State whether the statement is true or false)
ভাৰতবৰ্ষত আবকাৰী কৰযোগ্য বস্তুৰ উৎপাদনৰ ওপৰত কাষ্টম্ কৰ ধাৰ্য্য কৰা হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(viii) ______area means the area of a custom station.
(Fill in the blank with appropriate word/words)
_______অঞ্চলৰ অৰ্থ হৈছে এটা কাষ্টম ষ্টেশনৰ অঞ্চল।
(উপযুক্ত শব্দৰে খালি ঠাই পুৰণ কৰা)
(ix) GST was introduced in India with effect
from______.(Fill in the blank with appropriate word/words)
ভাৰতবৰ্ষত________ৰ পৰা GST প্ৰবৰ্ত্তন কৰা হয়।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(x) GSTIN is a unique 10-digit number. (State whether the statement is true or false)
GSTIN হ'ল এটা দহ সংখ্যাযুক্ত অনন্য নম্বৰ। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(xi) Customs duty is levied by the
Government of India. (State whether the statement is true or false)
কাষ্টম্ শুল্ক ভাৰত চৰকাৰৰ দ্বাৰা ধাৰ্য্য কৰা হয়।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(xii) France was the first country to implement GST in the year_____. (Fill in the blank with the appropriate year)
ফ্রান্স হ'ল প্ৰথমখন দেশ যিয়ে_____চনত প্রথম GSTবাস্তবায়ন কৰিছিল।
(উপযুক্ত সংখ্যাৰে খালি ঠাই পূৰণ কৰা)
(xiii) The name of the first Chairperson of the GST Council was______.
(Fill in the blank with appropriate word/words)
GST পৰিষদৰ প্ৰথমজন সভাপতিৰ নাম আছিল____. (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)
(xiv) GST network is a non-government
organization. (State whether the statement is true or false)
GST network এটা বেচৰকাৰী প্ৰতিষ্ঠান হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
( xv) GST has been projected as 'One Nation, One Tax'.
(State whether the statement is true or false)
GST -ক ‘এক ৰাষ্ট্ৰ, এক কৰ', নীতি হিচাপে প্ৰক্ষেপ কৰা হৈছে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
Also Read:
Answer any five of the following questions: 2x5 = 10
তলত দিয়া প্ৰশ্নবোৰৰ পৰা যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা :
(i) What is input tax credit ?
Input tax credit কি হয় ?
(ii)Explain the meaning of aggregate
turnover' under GST laws.
GST আইনৰ অধীনত ‘সৰ্ব্বমুঠ বিক্ৰী'ৰ অৰ্থ ব্যাখ্যা কৰা।
(iii)What is dual GST model ?
দ্বৈত GST আৰ্হি কি ?
(iv) What is the meaning of 'territorial waters' under Customs Law ?
কাষ্টম্ আইনৰ অধীনত 'ভূখণ্ডীয় পানী'ৰ অৰ্থ কি হয়?
(v) Explain the term 'manufacturer' under Central Excise Act.
কেন্দ্ৰীয় আবকাৰী আইনৰ অধীনত উৎপাদক' শব্দটো ব্যাখ্যা কৰা।
(vi)What is 'countervailing duty' under the Customs Act?
কাষ্টম্ আইনৰ অধীনত ‘ক্ষতিপূৰ্ণ শুল্ক' কি হয়?
(vii)What is the meaning of indirect tax ?
পৰোক্ষ কৰৰ অৰ্থ কি হয়?
(viii) Mention any two salient features of GST network ?
GST network ৰ যিকোনো দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
Guahati University Indirect Tax Laws Question Paper 2022 B.com 6th Sem.
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
For Complete Solution of Indirect Tax Laws Question Paper 2022 Download PDF File 👇
*********
DEMO PDF
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
3.Answer any four questions: 5x4=20
যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :
(i)Explain the meaning of 'baggage' under
Customs Law.
কাষ্টম্ আইনৰ অধীনত 'baggage'-ৰ অৰ্থ ব্যাখ্যা কৰা।
(ii)Briefly explain any five advantages of registration under GST laws.
GST আইনৰ অধীনত পঞ্জিয়ন কৰাৰ যিকোনো পাঁচটা সুবিধা সংক্ষেপে ব্যাখ্যা কৰা।।
(iii) Briefly explain any five salient features
of GST.
GST-ৰ যিকোনো পাঁচটা প্রধান বৈশিষ্ট্য সংক্ষেপে ব্যাখ্যা কৰা।
(iv) Explain the procedure of registration under the Central Excise Act.
কেন্দ্ৰীয় আবকাৰী আইনৰ অধীনত পঞ্জিয়ন কৰাৰ পদ্ধতি ব্যাখ্যা কৰা।
(v) State any five objectives of enactment of the Customs Act, 1962.
কাষ্টম্ আইন, 1962 জাৰি কৰাৰ যিকোনো পাঁচটা
উদ্দেশ্য লিখা।
(vi)Briefly explain any five features of indirect taxes.
পৰোক্ষ কৰৰ যিকোনো পাঁচটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা।
(vii) Write a short note on the GST Council and its constitution.
GST পৰিষদ আৰু ইয়াৰ গঠনৰ ওপৰত চমু টোকা লিখা।
(viii) Write a brief note on the threshold limits for registration under GST.
GST-ৰ অধীনত পঞ্জিয়নৰ বাবে প্ৰান্তিক সীমাৰ ওপৰত চমু টোকা লিখা।
4.Answer any four of the following questions: 10×4=40
তলত দিয়া প্ৰশ্নবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা :
(a) Explain the eligibility and conditions for availing input tax credit under GST. 5+5=10
GST-ৰ অধীনত input tax credit-ৰ সুবিধা উপভোগ কৰাৰ বাবে যোগ্যতা আৰু চৰ্তসমূহ ব্যাখ্যা কৰা।
(b)Write a comprehensive note on the persons who are not liable for registration under the Goods and Service Tax Act.
যি সকল ব্যক্তি বস্তু আৰু সেৱা কৰ আইনৰ অধীনত পঞ্জিয়ন কৰাৰ বাবে দায়ী নহয় তেওঁলোকৰ ওপৰত বহলাই টোকা লিখা।
(c) Describe the history of indirect taxes in India.
ভাৰতবৰ্ষত পৰোক্ষ কৰৰ ইতিহাস বর্ণনা কৰা।
(d) Write a note on the concepts and general principles of Value Added Tax.
মূল্য সংযোজিত কৰৰ ধাৰণা আৰু সাধাৰণ নীতিবোৰৰ ওপৰত টোকা লিখা।
(e)Briefly describe the history of Central Excise Law in India.
ভাৰতবৰ্ষত কেন্দ্ৰীয় আবকাৰী আইনৰ ইতিহাস চমুকৈ বৰ্ণনা কৰা।
(f) Write brief notes on the following terms under Central Excise Act: 5+5=10
কেন্দ্রীয় আবকাৰী আইনৰ অধীনত তলত দিয়া শব্দবোৰৰ বিষয়ে চমু টোকা লিখা :
(a) Manufacture
উৎপাদন
(b) Place of removal
অপসাৰণৰ স্থান
(g) Explain the provisions of the Customs Act, 1962 regarding grant of exemptions from custom duty.
কাষ্টম্ আইন, 1962-ৰ অধীনত কাষ্টম্ শুল্কৰ পৰা
অব্যাহতি প্রদান কৰাৰ বিধানসমূহ ব্যাখ্যা কৰা।
(h) Briefly explain the following terms under the Customs Act, 1962 : 5+5=10 কাষ্টম্ আইন,
1962-ৰ অধীনত তলত দিয়া শব্দবোৰৰ চমুকৈ ব্যাখ্যা কৰা :
(a) Safeguard Duty
ৰক্ষা শুল্ক
(b) Anti-Dumping Duty
এন্টি-ডাম্পিং শুল্ক
(i) Briefly describe the history of Goods and Services Tax in India.
ভাৰতবৰ্ষত বস্তু আৰু সেৱা কৰৰ ইতিহাস চমুকৈ বৰ্ণনা কৰা।
(1) Explain the meaning of composition scheme under GST. What are the conditions for opting composition scheme? 5+5=10
GST-ৰ অধীনত ‘সংযোগীকৰণ যোজনা'ৰ অৰ্থ ব্যাখ্যা কৰা। সহেযাগীকৰণ যোজনাৰ অধীনত পঞ্জিয়ন কৰাৰ চৰ্তবোৰ কি কি হয় ?
*********
We hope the Gauhati University 2022 Indirect Tax Laws Question Paper provided on this page helps in your exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.