Corporate Accounting Question Paper'2022 GU | Gauhati University | B.com 2nd Sem (CBCS)

 

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 


2022

COMMERCE

(Honours)

Paper COM-HC-2016 

(Corporate Accounting)

Full Marks: 80

Time: Three hours


The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.


(ইংৰাজী অথবা অসমীয়াত উত্তৰ লিখিবা। )



1.(i) Fill in the blanks with appropriate word/words (any five) 1x5=5 

উপযুক্ত শব্দ / শব্দবোৰেৰে খালী ঠাই পুৰণ কৰা :

(যিকোনা পাঁচটা )


(a) Schedule________of the Companies Act, 2013 is related to the form and contents of the Balance Sheet and Statement of Profit & Loss.


কোম্পানী আইন, 2013 ৰ অনুসূচী_______স্থিতিপত্ৰ আৰু লাভ লোকচান বিবৃতি আৰ্হি আৰু বিষয়বস্তুৰ লগত জড়িত।

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

(b) Capital redemption reserve can be utilised for issuing bonus shares.


মূলধন পৰিশোধিত পূজি_____বনাচ অংশপত্র বিলিকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি।


(c) The debt-equity ratio after the buy-back of shares should not exceed_______.

অংশপত্ৰৰ পুনৰ ক্ৰয়ৰ পিছত ঋণ-সমাংশ অনুপাত______তকৈ অধিক হ'ব নালাগে।


(d) The Accounting standard______deals with accounting amalgamation. 

হিচাপকৰণৰ মান_______অত একত্ৰীকৰণ হিচাপৰ বিষয়ে উল্লেখ আছে।


(e) _______method of accounting is applied in of amalgamation in the nature of merger.


চামিলীকৰণ ৰূপত হোৱা একত্ৰীকৰণত_______হিচাপকৰণৰ পদ্ধতি ব্যৱহৃত হ'য়।


(f) Post-acquisition profits are treated as______profits. 

অধিগ্ৰহণৰ পিছৰ লাভ লাভ_______ হিচাবে গণ্য কৰা হয়।


(g) Reduction of share capital requires sanction by________.

 অংশ মূলধন হ্রাসকৰণৰ বাবে_______ অৰ অনুমোদন লাগে।


(ii) State whether the following statements are true or false : (any five ) 1x5=5

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা : (যিকোনো পাঁচটা) 


(a) Interim dividend is declared between two Annual General Meetings.


অন্তর্বর্তীকালীন লাভ্যাংশ দুখন সাধাৰণ সভাৰ মাজত ঘোষণা কৰা লাভ্যাংশ।


(b) The right to apply for Right Shares is optional. 


অধিকাৰযুক্ত অংশপত্ৰৰ বাবে আবেদন কৰা অধিকাৰ বিকল্প।


(c) At the time of valuation of Goodwill, only operating profit is taken into consideration. 


সুনামৰ মূল্যায়নৰ সময়ত কেৱল কাৰ্যকাৰী লাভহে বিবেচনা কৰা হয়।


(d) Buy-back of shares does not affect the authorised share capital of a company. 


অংশপত্ৰৰ পুনৰ ক্রয়ে কোম্পানী এটাৰ অনুমোদিত মূলধনত কোনো প্রভার নেপেলায়।


(e) Accounting standard 12 is related to accounting for holding companies.


হিচাপৰ মানক 12 কোম্পানীৰ হিচাপকৰণৰ লগত জড়িত।


(f) All the assets and liabilities of the transferor company becomes the assets and liabilities of the transferee company when the amalgamation is in the nature of purchase..


ক্ৰয় প্ৰকৃতিৰ একত্ৰীকৰণত বিক্রেতা কোম্পানীৰ সকলোবোৰ সম্পত্তি আৰু দেনা ক্রেতা কোম্পানীৰ সম্পত্তি আৰু দেনা হৈ যায় ।

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

(g) A subsidiary company cannot buy shares of the holding company after it becomes its subsidiary.


অধীন কোম্পানীয়ে ধাৰক কোম্পানীৰ অংশপত্র অধীন হোৱাৰ পিছত ক্ৰয় কৰিব নোৱাৰে। 


(h) Goodwill is a non-current asset. 


সুনাম এটা অনাচলিত সম্পত্তি।


2. Answer the following: (any five) 2×5=10


তলত দিয়াবোৰৰ উত্তৰ লিখা : (যিকোনো পাঁচটা )


(a) Mention any four components of financial statements of a company. 


কোম্পানীৰ বিভিন্ন প্রতিবেদনৰ যিকোনো চাৰিটা উপাদান উল্লেখ কৰা।


(b) What is the treatment of preliminary expenses while preparing final accounts of companies ? 

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

কোম্পানীর চূড়ান্ত হিচাপ প্ৰস্তুত কৰাৰ সময়ত প্ৰাৰম্ভিক ব্যয়ৰ বাবে কি ব্যৱস্থা লোৱা হয় ?


(c) What is capitalisation of reserve ?


সঞ্চিত পুঁজি মূলধনীকৰণ বুলিলে কি বুজা


(d) What is Escrow Accbunt ? 


এছক্রো হিচাপ কি ?


e) Write two methods of valuation of equity shares. 


সমাংশ মূল্যায়নৰ দুটা পদ্ধতি লিখা।


(f) Write two methods for calculating purchase consideration.


ক্রয় বিনিময় মূল্য নিৰ্দ্ধাৰণ কৰাৰ দুটা পদ্ধতি লিখা। -


(g) What is consolidated Balance Sheet ?


একত্রিত স্থিতিপত্র কি ?


(h) What is meant by pre-acquisition profit ?


প্রাক-অধিগ্রহণ লাভ মানে কি ?

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

3. Answer any four of the following: 5x4=20


তলত দিয়াবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা :


(a) Write any five differences between Right share and Bonus share. 


অধিকাৰযুক্ত অংশ আৰু বোনাচ অংশৰ মাজত যিকোনো পাঁচটা পার্থক্য লিখা ।


(b) Pragati Ltd. has a capital of Rs. 9,00,000 divided into 90,000 equity shares of Rs 10 each fully paid up. The,company decided to return Rs. 3 per share to equity shareholders and make the shares Rs. 7 called up and paid up. Pass journal entries in the books of the company.


প্ৰগতি লিমিটেডৰ প্ৰতিটো 10 টকা মূল্যৰ সম্পূৰ্ণ আদায়ীহোৱা 90,000 সমাংশ পত্ৰৰ 9,00,000 টকাৰ মূলধন আছে। কোম্পানীটোৱে সমাংশ পত্ৰধাৰী সকলোলৈ প্ৰতিটো অংশপত্ৰৰ 3 টকাকৈ ঘুৰাই দি অংশপত্ৰবোৰ 7 টকীয়া হিচাবে তলবকৃত তথা আদায়ীকৃত কৰিবৰ নিৰ্ণয় লয়। কোম্পানীৰ বহীত জাবেদা প্রৱিষ্টি দিয়া।

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

(c) The following is the extract of Trial Balance of Star Ltd. as on 31-03-2022:


ষ্টাৰ লিমিটেডৰ 31-03-2022 তাৰিখৰ উদ্বৃত্ত মিলন পত্ৰৰ অংশ বিশেষ তলত দিয়া হ'ল ঃ

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

You are required to prepare a statement of Profit & Loss after considering the following: 


তলত দিয়া বিষয়সমূহ বিবেচনা কৰি এমন লাভ-লোকচানৰ বিবৃতি প্ৰস্তুত কৰা :


(i) Closing stock as on 31.03.2022 is Rs. 20,000. 31-03-2022 


তাৰিখত সামৰণী মজুত পণ্য 20,000 টকা।


(ii) Depreciate machinery @ 10% pa for 6 months. 

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

যন্ত্ৰপাতিৰ ওপৰত বছৰি 10% হাৰে ছমাহৰ বাবে অৱক্ষয় ধৰিব লাগিব।


(d) How will the following items be shown while preparing the final accounts of a company ?


তলত দিয়া বিষয়বোৰৰ কোম্পানীৰ চূড়ান্ত হিচাপ প্ৰস্তুতকৰণৰ সময়ত কোনে ধৰণে দেখুওৱা যাব—


(i) Unclaimed dividend 

দাবীহীন লাভ্যাংশ


(ii) Proposed dividend 

প্রস্তারিত লাভ্যাংশ


(e) Write any five differences between Amalgamation in the nature of Merger and Amalgamation in the nature of Purchase.


চামিলীকৰণ প্ৰকৃতিৰ একত্ৰীকৰণ আৰু ক্ৰয় প্ৰকৃতিৰ একত্ৰীকৰণৰ মাজৰ যিকোনো পাঁচটা পার্থক্য লিখা।


(f) How is minority interest computed in case of a holding company? 


ধাৰক কোম্পানীৰ ক্ষেত্ৰত সংখ্যালঘুৰ স্বাৰ্থ কেনেদৰে নিৰূপণ কৰা হয় ?


(g) What is the need for consolidated financial statements in case of a holding company ? 


ধাৰক কোম্পানীৰ ক্ষেত্ৰত একত্রিত বিত্তীয় প্ৰতিবেদনৰ প্রয়োজনীয়তা কি ?


(h) From the following & information, calculate the value of Goodwill under 4 years purchase of super profit : 


তলত দিয়া তথ্যবোৰৰ পৰা অতি লাভৰ চাৰি বছৰ ক্ৰয় প্ৰণালীৰে সুনাম নিৰ্ণয় কৰা : 

(i) Net profit for last 4 years-

Rs. 30,000, Rs. 40,000, Rs. 50,000 and Rs. 60,000. 


বিগত চাৰিটা বছৰৰ প্ৰকৃত লাভ হ'ল — 30,000 টকা, 40,000 টকা, 50,000 টকা আৰু 60,000 টকা।


(ii) The net profit includes non- operating profit on an average Rs. 3,000 p.a. 


প্রকৃত লাভৰ ভিতৰত গড় হিচাপত বছৰেকীয়া 3,000 টকাৰ অকাৰ্যকৰী লাভ অন্তৰ্ভুক্ত হৈ আছে।


(iii) Average capital employed Rs. 3,00,000.


গড়-মূলধন নিয়োগ 3,00,000 টকা। 


(iv) Normal rate of return 10%.


আয়ৰ স্বাভাৱিক হাৰ 10% 

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

4. Answer any four from the following questions:10x4=40


তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ কৰা :


(i) What is buy-back of shares ? Moon Ltd. has share capital of Rs. 5,00,000 in equity shares of Rs 10 each. It has Rs. 3,00,000 in general reserve and Rs. 60,000 in Security Premium Account. The company in a special resolution decided to buy-back 10,000 equity shares at par out of its free reserves. Total liabilities of the company amounted to Rs. 9,00,000. Pass journal entries in the books of the company and show necessary workings. 2+8=10


অংশপত্ৰৰ পুনৰ ক্ৰয় মানে কি ?

মুন লিমিটেডৰ প্ৰতিটো 10 টকা মূল্যৰ 5,00,000 টকাৰ সমাংশ মূলধন আছে। কোম্পানীটোৰ 3,00,000 টকা সাধাৰণ পুঁজিত তথা 60,000 টকা প্রতিভূতি অধিহাৰ হিচাপত আছে। কোম্পানীৰ বিশেষ সিদ্ধান্ত অনুসৰি সাধাৰণ পুঁজিৰ পৰা 10,000 সমাংশপত্ৰ পুনৰ ক্ৰয় কৰাৰ নিৰ্ণয় লয়। কোম্পানীৰ মুঠ দেনাৰ পৰিমাণ হ'ল 9,00,000 টকা। কোম্পানীৰ বহীত জাবেদা প্রৱিষ্টি দিয়া আৰু আৱশ্যকীয় গণনা কার্য দেখুওৱা।


(ii) What is meant by valuation of share? Explain the need for valuation of share. 2+8=10


অংশপত্ৰৰ মূল্যায়ন বুলিলে কি বুজা ? অংশপত্ৰৰ মূল্যায়নৰ আৱশ্যকতা ব্যাখ্যা কৰা । 


(iii) What is Internal Reconstruction ? Mention the situations which call for internal reconstruction of a company. Discuss any one method of reduction of share capital.


আভ্যন্তৰীণ পুনগঠন কি ? কেনেবোৰ পৰিস্থিতিত কোম্পানী এটাই আভ্যন্তৰীণ পুনগঠন কৰিব বিছাৰে উল্লেখ কৰা। অংশ মূলধন হ্ৰাস কৰাৰ যিকোনো এটা পদ্ধতি ব্যাখ্যা কৰা । 2+4+4=10


(iv) Explain the legal provisions under Companies Act, 2013 regarding preparation of financial statements. 10


কোম্পানী আইন, 2013 ৰ অধীনত কোম্পানী বিত্তীয় প্ৰতিৱেদন প্রস্তুতিকৰণৰ বাবে থকা আইনগত ব্যৱস্থাৱলী ব্যাখ্যা কৰা।

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

(v) Sky Ltd. resolved to utilise Rs. 4,00,000 out of its General Reserve balance to declare a bonus to shareholders by paying the final call of Rs 4 per share on 1,00,000 shares of Rs. 10 each. The company further decided to utilise the balance of the security premium of Rs. 2,00,0000 by issuing fully paid bonus shares. Give journal entries in the books of the company and show necessary workings. 10


স্কাই লিমিটেডে তেওঁলোকৰ সাধাৰণ পুঁজিৰ উদ্বৃত্তৰ পৰা 4,00,000 টকা অংশপত্ৰ ধাৰক সকলোৰ চূড়ান্ত তলৱৰ ধন প্ৰতিটোত 4 টকাকৈ আদায়ী বুলি ধৰি বোনাচ ঘোষণা কৰে। কোম্পানীয়ে আকৌ সিদ্ধান্ত গ্রহণ কৰে যে প্ৰতিভূতি অধিহাৰ হিচাপত থকা 2,00,0000 টকা সম্পূর্ণ আদায়ী বোনাচ অংশপত্র বিলিকৰণৰ বাবে ব্যৱহাৰ কৰিব। কোম্পানীৰ বহীত জাবেদা প্রৱিষ্টি দিয়া আৰু আৱশ্যকীয় গণনা কার্য দেখুওৱা।

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

(vi) Write the meaning of holding company. State the principles of consolidation of accounts followed by a holding company. 2+8=10


ধাৰক কোম্পানীৰ অৰ্থ লিখা। ধাৰক কোম্পানী এটাৰ হিচাপৰ একত্ৰীকৰণৰ নীতিসমূহ উল্লেখ কৰা।


(vii) The following ledger balances are extracted from the books of Sun Ltd. on 31-03-2022:


চান লিমিটেডৰ 31-03-2022 তাৰিখত তলত দিয়া খতিয়ানৰ উদ্বৃত্তসমূহ লোৱা হৈছে ঃ

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

You are required to prepare a Balance Sheet of the company as per schedule III of Companies Act, 2013.


2013 চনৰ কোম্পানী আইনৰ সূচী III অনুসৰি এখন উদ্বৃত্ত স্থিতিপত্র প্রস্তুত কৰা।


(viii) Explain the conditions to be satisfied under section 68 of the Companies Act, 2013 for buyback of shares. 


2013 চনৰ কোম্পানী আইনৰ 68 ধাৰা অনুসৰি অংশপত্ৰৰ পুনৰ ক্ৰয় কৰাৰ সময়ত মানিবলগা চৰ্তসমূহ ব্যাখ্যা কৰা।


(ix) Write five objectives of Amalgamation. 


একত্ৰীকৰণৰ পাঁচটা উদ্দেশ্য লিখা।


From the following information, calculate the amount of purchase consideration : 


তলত দিয়া তথ্যসমূহৰ পৰা ক্ৰয়ৰ বিনিময় মূল্য নিৰ্দ্ধাৰণ কৰা : 5+5=10



East Ltd. is taken over by West Ltd. where East Ltd. is having 60,000 shares of Rs. 10 each. West Ltd. has agreed to discharge the following payments :

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

West লিমিটেডে East লিমিটেডক অধিগ্ৰহণ কৰে যত East লিমিটেডৰ তাত প্ৰতিটো 10 টকাকৈ 60,000 অংশপত্র আছে। West লিমিটেডে তলত দিয়া খৰবোৰ দিবলৈ মান্তি হ'য় :


(a) Cash payment of Rs. 2 per share of East Ltd.


East লিমিটেডৰ প্ৰতিটো অংশপত্ৰৰ বাবদ 2 টকাকৈ আদায় দিয়া হ'ব।


(b) Issue of 20,000 shares of West Ltd. of Rs. 10 each fully paid at a premium of Rs. 2 per share. 


West লিমিটেডৰ সম্পূৰ্ণ আদায়যোগ্য হিচাপ প্ৰতিটো 10 টকা মূল্যৰ 20,000 অংশপত্র, প্ৰতিখন 2 টকা অধিহাৰত বিলি হ'ব।


(c) 6% Debentures of Rs. 1,00,000 of East Ltd. will be discharged at 5% premium by the issue of 7% Debentures of West Ltd. at par.


East লিমিটেডৰ 1,00,000 টকাৰ 6% ঋণপত্র West লিমিটেডৰ 7% ঋণপত্র সমমূল্যত 5% অধিহাৰত বিলি কৰি নিষ্পত্তি কৰা হ'ব।


(x) Sunday Limited acquired 400 (i.e.¼th) equity shares of Monday Limited of Rs. 100 each on 31-03-2021. The summarised Balance Sheet of Sunday Ltd. and Monday Ltd. on 31-03-2022 were as under :

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

2021 চনৰ 31 মাৰ্চ তাৰিখত প্ৰতিটো 100 টকাকৈ Monday লিমিটেডৰ 400 (অর্থাৎ ¼ অংশ) সমাংশপত্র Sunday লিমিটেডে অধিগ্রহণ কৰে। 2022 চনৰ 31 মাৰ্চ তাৰিখত Sunday লিমিটেড আৰু Monday লিমিটেডৰ সম্মিলিত স্থিতিপত্ৰ তলত দিয়া ধৰণৰ আছিল :

Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)
Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS)

Monday Ltd. had a credit balance of Rs. 16,000 in the General Reserve and Rs. 8,000 credit balance in Statement of Profit & Loss when Sunday Ltd. acquired the shares in Monday Ltd. Prepare Consolidated Balance Sheet and show necessary workings.


Sunday লিমিটেডে Monday লিমিটেডৰ অংশপত্র অধিগ্ৰহণ কৰাৰ সময়ত Monday লিমিটেডৰ বহীত 16,000 টকা সাধাৰণ পুঁজি আৰু ৪,০০০ টকা লাভ- লোকচান বিবৃতিত ক্রেডিট উদ্বৃত্ত আছিলে। একত্রীকৃত স্থিতিপত্ৰ প্ৰস্তুত কৰা আৰু লগতে আৱশ্যকীয় গণনাকার্য দেখুওৱা।


Gauhati University Corporate Accounting  Question Paper'2022 B.com 2nd Sem (CBCS) 

___________

Also Read :-

Gauhati University B.Com 2nd Sem Question Papers

👉Corporate Law Question Paper: 2015   2016  2017 2018 2019 2022

👉Corporate Accounting Question Paper: 2016  2017  2018 2019 2020 2022

👉Environmental Studies Question Paper: 2016 2017 2018 2019 2020  2022

👉 Macroeconomics : 2016 2017 2018 2019 2020 2022

👉 Insurance and Risk Management: 2016 2017 2018 2019 2020  2022

 

0/Kindly give your valuable feedback