AHSEC Class 12 Political Science Question Paper 2023 | HS 2nd Year Political Science 2023 Question Paper

In this Post we have Uploaded AHSEC Class 12 Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper ) which Can


AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

In this Post we have Uploaded AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )  which Can be Very Useful For HS Second Year Final Examination  i.e  AHSEC Class 12 Political science Question Paper 2023.

DOWNLOAD IN PDF 

POLITICAL SCIENCE SOLVED PAPER @112/-

POLITICAL SCIENCE NOTES @99/-

BOTH NOTES + SOLVED PAPERS @180/- ONLY



2023

Political Science

Full Mark : 100

—-----------------

Pass Mark : 30

Time : Three hours

The figure in the margin indicate full marks for the questions.

PART-A / ক অংশ


( Contemporary World Politics )


1. Answer any six from the following questions: 

নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা : 1×6=6


(a) In the Second World War, a member of the Axis Powers was the US / Soviet Union / Germany. (Choose the correct answer) 


দ্বিতীয় বিশ্বযুদ্ধত অক্ষ শক্তিৰ এখন সদস্য ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ / চোভিয়েট ইউনিয়ন / জার্মানী। 

(শুদ্ধ উত্তৰটো বাচি উলিওৱা)


(b) How many independent states emerged from the disintegration of the Soviet Union? 

চোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল ?


(c) In which year 9/11 terrorist attack on the United States was carried out ? 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত কোন বৰ্ষত ৯/১১ সন্ত্ৰাসবাদী আক্রমণ সংঘটিত হৈছিল?


(d) In which year was Bangladesh born as an independent country ? 

কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ ৰূপে জন্ম হৈছিল?


(e) In which country was the Earth Summit held in 1992 ?

কোন ৰাষ্ট্ৰত ১৯৯২ বৰ্ষত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল? 


(f) Write the full form of UNEP.

UNEP-ৰ সম্পূৰ্ণ ৰূপটো লিখা।


(g) Who is the present Secretary General of UNO ? 


ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন?


(h) When did Cuban Missile crisis occur?


কোন বৰ্ষত কিউবান ক্ষেপনাস্ত্র সঙ্কট সংঘটিত হৈছিল ? 


(i) Berlin Wall was demolished in the year_______.

(Fill in the blank) 

বার্লিন দেৱাল______চনত ভংগ হৈছিল। (খালী ঠাই পুৰণ কৰা)


(j) The collapse of which country is known as the collapse of the "Second World"? 


কোনখন ৰাষ্ট্ৰৰ পতনক “দ্বিতীয় বিশ্ব'ৰ পতন হিচাপে জনা যায় ?

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

2. Answer any six questions from the following : 2x6=12


(a) Mention tara consequences of the end of the Cold War. 


শীতল যুদ্ধ অন্ত হোৱাৰ দুটা পৰিণাম উল্লেখ কৰা।


(b) Which were the member countries of ASEAN when it was formed in 1967? 

১৯৬৭ চনত ASEAN গঠনৰ সময়ত সংগঠনটোৰ সদস্য ৰাষ্ট্ৰসমূহ কোন আছিল?


(c) What is the difference between Deterrence and Defence?

যুদ্ধ নিবাৰক আৰু প্ৰতিৰক্ষাৰ মাজৰ পাৰ্থক্যটো কি?


(d) Mention any two areas or regions of the world known as Global Commons.

সামুহিক সম্পদ বুলি জনাজতি পৃথিৱীৰ যিকোনো দুটা অঞ্চলৰ নাম লিখা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

(e) Mention two causes of Globalisation.

বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা।


(f) Mention two economic consequences of Globalisation.

বিশ্বায়নৰ দুটা অর্থনৈতিক পৰিণাম উল্লেখ কৰা। 


(g) Mention to conceptions of Security.

নিৰাপত্তা সম্পর্কে থকা দুটা ধাৰণা উল্লেখ কৰা।


(h) Mention two areas of conflict between India and China. 

ভাৰত আৰু চীন দেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্র উল্লেখ কৰা।


(i) Write down the names of the Permanent Member States of Security Council of UNO.

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা। 


(j) Write two constraints on American hegemony.

মার্কিন আধিপতাৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

3. Answer any five from the following questions: 


নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা : 4×5=20


(a) Discuss how the policy of non-alignment helped India during Cold War period.


শীতল যুদ্ধৰ সময়চোৱাত গোষ্ঠী নিৰপেক্ষতাবাদে কেনেদৰে ভাৰতক সহায় কৰিছিল আলোচনা করা।


(b) Briefly discuss the factors that forced Gorbachev to initiate reforms in the Soviet Union.

কোনবোৰ কাৰকে গর্বাচেভক চোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিবলৈ বাধ্য কৰাইছিল চমুকৈ আলোচনা কৰা।


(c) Mention to economic and two military influence of the European Union.

ইউৰোপীয় সংঘৰ দুটা অর্থনৈতিক আৰু দুটা সামৰিক প্ৰভাব উল্লেখ কৰা।


(d) Mention two areas of co-operation and two areas of disagreement between India and Bangladesh. 

ভাৰত আৰু বাংলাদেশৰ মাজত থকা দুটা সহযোগিতা আৰু দুটা মতভেদৰ বিষয়ে উল্লেখ


(e) Write a note on the idea of global security. 

গোলকীয় নিৰাপত্তাৰ ধাৰণাৰ ওপৰত এটা টোকা লিখা।


(f) Write a note on the anti-globalisation movement. 

বিশ্বায়ন বিৰোধী আন্দোলনৰ বিষয়ে এটা টোকা লিখা।


(g) What are the grounds on which India supports the restructuring of U.N.O.? Discuss.

কি যুক্তিৰ ভিত্তিত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ পুনর্গঠন প্রক্রিয়াক সমৰ্থন কৰে আলোচনা কৰা।


(h) Discuss in brief the functions of the World Bank. 

বিশ্ব বেংকৰ কাৰ্য্যৱলীসমূহ চমুকৈ আলোচনা কৰা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

4.Answer any two questions from the following: 6×2=12


নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা :


(a) Discuss US. hegemony as the World Superpower. 

বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বিষয়ে আলোচনা কৰা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

(b) Discuss how health epidemics are new threat to global security.

স্বাস্থ্য মহামাৰীসমূহ কি ধৰণে বিশ্ব নিৰাপত্তাৰ প্ৰতি নতুন ভাবুকি আলোচনা করা।


(c) Do you think that India should be given permanent membership in the UN Security Council ? Justify your answer. 

ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্রদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দাঙি ধৰা।


(d) Write a note on the principal organs of the United Nations. 

ৰাষ্ট্ৰসংঘৰ মূল অংশসমূহৰ ওপৰত এটা টোকা লিখা।


PART-B / খ- অংশ


(Politics in India Since Independence) 

(স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি )

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

5. Answer any six questions from the following: 1×6=6


নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা l


(a) In which state of India, for the first time in the world, a Communist Party government came to power through democratic election? 

ভাৰতৰ কোনখন ৰাজ্যত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কোনো এটা সাম্যবাদী দলে গণতান্ত্ৰিক নিৰ্বাচনৰ মাধ্যমৰে ক্ষমতা দখল কৰিছিল?


(b)_______was the chairman of the Drafting Committee of the Constituent Assembly. 

(Fill in the blank)

_______সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। (খালী ঠাই পূৰণ কৰা)



(c) Where was the first Summit of NAM held ? 

NAM-এৰ প্ৰথম গোষ্ঠীনিৰপেক্ষ শিখৰ সন্মিলন কত অনুষ্ঠিত হৈছিল?


(d) China invaded India in 1960/1962/1964. 

(Choose the correct answer) 

চীন ভাৰত আক্ৰমণ কৰিছিল ১৯৬০/১৯৬২/১৯৬৪ চনত। 

(শুদ্ধ উত্তৰটো বাচি উলিওৱা) 


(e) Mention the name of a prominent leader of the Narmada Bachao Movement. 

নর্মদা বচাও আন্দোলনৰ এজন / এগৰাকী প্ৰখ্যাত নেতা / নেত্ৰীৰ নাম উল্লেখ কৰা।


(f) When was the State Reorganisation Act passed? 

ৰাজ্য পুনর্গঠন আইনখন কোন চনত গৃহীত হৈছিল ?


(g) The Right to Information Act came into force in 2005.

(Write True or False) 

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ চনত বলবৎ হৈছিল। (সত্য নে অসত্য লিখা)


(h) In which year the Shah Commission of Inquiry was appointed?

শাহ তদন্ত আয়োগ কোন বৰ্ষত নিয়োগ কৰা হৈছিল? 


(i) Who started "Total Revolution" ?

“সর্বাত্মক বিপ্লব” কোনে আৰম্ভ কৰিছিল? 


(j) Who was the founder President of Bharatiya Jana Sangha?

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

6. Answer any six questions from the following:  2x6=12

নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা :


(a) Mention two challenges India faced immediately after independence. 

স্বাধীনতা লাভৰ থিক পিছতেই ভাৰতবৰ্ষ সম্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা।


(b) Mention to consequences of the Partition of India. 

ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা।


(c) Who was the official Congress candidate for the Presidential election in 1969? Who won the election? 

১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্রার্থী কোন আছিল। নির্বাচনটোত কোনে জয়লাভ কৰিছিল?


(d) What do you mean by Defection ?

দলত্যাগ বুলিলে কি বুজা? 


(e) Mention two consequences of the Mizoram Accord signed in 1986. ১৯৮৬ চনত স্বাক্ষৰিত হোৱা মিজোৰাম চুক্তিৰ দুটা পৰিণতি উল্লেখ কৰা।


(f) Mention two features of popular movements in India. 

ভাৰতৰ গণ আন্দোলনসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।


(g) Write free causes of origin of regionalism in India. 

ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা।।


(h) Write any two features of coalition government in India. 

ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।


(i) Write two consequences of 1977 Lok Sabha election. 

১৯৭৭ চনৰ লোক সভা নিৰ্বাচনৰ দুটা ফলাফল লিখা।


(j) Mention two consequences of National Emergency declared in 1975. 

১৯৭৫ চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

7. Answer any five from the following questions : 4x5=20

নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখা :

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )


(a) Discuss briefly the causes of the dominance of Congress Party in the politics of India after independence.


স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।


(b) What were the major objectives of Jawaharlal Nehru's foreign policy?

Discuss briefly.


জৱাহৰলাল নেহেৰুৰ বৈদেশিক নীতিৰ মূল লক্ষ্যসমূহ কি আছিল? চমুকৈ আলোচনা কৰা।


(c) Write a short note on the demands for autonomy in North-East India.


ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত স্বায়ত্বশাসনৰ দাবীৰ ওপৰত এটা চমু টোকা লিখা। 


(d) Discuss the factors that helped BJP to emerge as a dominant political.


বিজেপিক এক শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হোৱাত সহায় কৰা কাৰকসমূহ আলোচনা party.কৰা। 


(e) Give suggestions to curb communalism in India.


ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰোধৰ বাবে পৰামৰ্শ দিয়া।


(f) Write a note on India's nuclear policy. 

ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত এটা টোকা লিখা।


(g) Mention two positive and two negative consequences of the Green Revolution. 

সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফলৰ বিষয়ে উল্লেখ কৰা। 


(h) Write any four features of Indian party system.


ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

8. Answer any two questions from the following: 6x2=12


নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা :


(a) Discuss the changing relations of India with Pakistan. 


পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।


(b) Briefly discuss about the controversies regarding emergency. Was the emergency necessary? 

জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ চমুকৈ আলোচনা কৰা। জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ প্ৰয়োজন আছিল নে? 4+2=6


(c) Explain the reasons for the emergence of the Coalition Polities in the Indian Democratic System. 

ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত সংযুক্ত ৰাজনীতি উদ্ভৱৰ কাৰণসমূহ ব্যাখ্যা কৰা ।


(d) What do you mean by planned development ? Discuss the role of Planning Commission in the development of India. 2+4=6 


পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতবৰ্ষৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।


AHSEC Class 12  Political science 2023 Question Paper ( HS 2nd Year Political science 2023 Questions Paper )

__________

Also Read:-

AHSEC Class 12th Political Science Year wise Question

-AHSEC Class 12th Political Science Previous Year Question Paper    2012    2013   2014   2015   2016  2017  2018 2019  2020  2022  2023  2024


We hope the AHSEC Class 12 Political Science 2020 Question Paper provided on this page helps in your HS exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.