AHSEC Class 12 Political Science Questions Paper 2020 | HS 2nd Year Political Science 2020 Questions Paper

In this Post we have Uploaded AHSEC Class 12 Political science 2020 Question Paper ( HS 2nd Year Political science 2020 Questions Paper ) which Can

AHSEC Class 12 Political Science Questions Paper 2020 | HS 2nd Year Political Science 2020 Questions Paper

In this Post we have Uploaded AHSEC Class 12  Political science 2020 Question Paper ( HS 2nd Year Political science 2020 Questions Paper )  which Can be Very Useful For HS Second Year Final Examination  i.e  AHSEC Class 12 Political science.

DOWNLOAD IN PDF 

POLITICAL SCIENCE SOLVED PAPER @112/-

POLITICAL SCIENCE NOTES @99/-

BOTH NOTES + SOLVED PAPERS @180/- ONLY



2020

POLITICAL SCIENCE

Full Marks: 100 Pass Marks: 30

Time: Three hours.

The figures in the margin indicate full marks for the questions.

PART-A 

PART - A / ক অংশ

(Contemporary World Politics)

(সমসাময়িক বিশ্ব ৰাজনীতি )

PART - A / ক অংশ

(Contemporary World Politics)

(সমসাময়িক বিশ্ব ৰাজনীতি )


1. (a) Write the full form of NATO .


NATOৰ সম্পূৰ্ণ ৰূপটো লিখা।


b)_____ initiated the reforms in Soviet Union in 1985. 1

(Fill in the blank)

১৯৮৫ চনত ছোভিয়েট ইউনিয়নত_______য়ে সংস্কাৰৰ সূচনা কৰিছিল।

(খালী ঠাই পূৰণ কৰা)


(c) In which year Iraq invaded Kuwait ? 

কিমান চনত ইৰাকে কুৱেইট আক্রমণ কৰিছিল।


(d) Which event does '9 / 11' refer to in the context of Contemporary World Politics ?


সমসাময়িক বিশ্ব ৰাজনীতিত '৯/১১' বুলি কোনটো ঘটনাক বুজোৱা হয়? 


(e) What do you mean by 'Operation Desert Storm' ?


'মরুভূমি ধূমুহা অভিযান' মানে কি?


(f) Where was the First SAARC Summit held? 


ছার্ক (SAARC) ৰ প্ৰথমখন শীর্ষ সম্মিলন কত অনুষ্ঠিত হৈছিল।


2.Write two principles of New International Economic Order.


নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা।


3. Why did big powers need to have alliance with smaller countries? Write two reasons. 


বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন? দুটা কাৰণ লিখা।


4.Write two causes of disintegration of Soviet Union.


ছোভিয়েট ইউনিয়ন বণ্ডিতকৰণৰ দুটা কাৰণ লিখা।


5. Write two constraints on American hegemony. 


মার্কিন আধিপত্যৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা।


6.In which year the World Bank was created? Mention any one activity of the World Bank. 


বিশ্ব থেকে কোন চনত স্থাপন কৰা হৈছিল। ইয়াৰ যিকোনো এটা কাৰ্য্য উল্লেখ কৰা



7. What is the difference between traditional and non-traditional security ?


পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য কি?


8. Discuss briefly the causes of conflict between India and Pakistan.


ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।


9. Discuss briefly about the need of reforms in the United Nations. 


ৰাষ্ট্ৰসংঘত সংস্কাৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ আলোচনা কৰা।


10. What is the relationship between human security and health? Discuss briefly. 4


মানবীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা ।


11. What is the relationship between the rights of indigenous people and ' environment? Discuss briefly. 4


খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা।


12 Write two arguments in favour of and two arguments against globalization. 4


বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা ।


13. Discuss the consequences of disintegration of Soviet Union. 6


ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি সমূহ আলোচনা কৰা।


Or / অথবা


Discuss the latest trend in Indo-U.S. relationship.


আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা।


14. Examine the political and diplomatic influence of European Union. 6


ইউৰোপীয়ান ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ পৰীক্ষা কৰা।


Or / অথবা


Describe the aims and achievements of Association of South-East Asian Nations (ASEAN).


আছিয়ানৰ (ASEAN) ৰ লক্ষ্য আৰু সাফল্য বর্ণনা কৰা ।


PART-B / খ- অংশ


(Politics in India since Independence)


( স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি )


15. (d) India has a multi-party system.

(Write true or false)


ভাৰতত বহুদলীয় ব্যবস্থা আছে।

(সতা নে অসত্য লিখা)


(b) Who was the Chairman of the drafting committee of The Constituent Assembly ? 1


সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল ?


(c) Simla Agreement was signed between India and______.

(Fill in the blank) 1


ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু______ৰ মাজত।

(খালী ঠাই পূৰণ কৰা)


(d) Where the first Non-Aligned Summit was held ? 


প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?


(e) Article______of the Indian Constitution gave special status to Jammu and Kashmir.

(Fill in the blank)



ভাৰতীয় সংবিধানৰ_______ প্ৰদান কৰিছিল। নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা

(খালী ঠাই পূৰণ কৰা)


(e) Write the full form of 'NEDA'


'দো' (NEDA) ৰ সম্পূৰ্ণ ৰূপটো লিখা।


16. Mention ary time Ideologies of Bharatiya Jana Sangh. 2


ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদর্শ উল্লেখ কৰা।


17. When was the Election Commission in India formed ? Who was the first Election Commissioner of India ? 2


ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল।


18. Write to consequences of Emergency of 1975. 2


১৯৭৫ চনৰ জৰুৰীকালীন অবস্থাৰ দুটা পৰিণতি লিখা।


19. Write any two factors responsible for the emergence of regional political parties in India. 2


ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনো দুটা কাৰণ লিখা।


20. Write to recommendations of the Mandal Commission. 2


মণ্ডল আয়োগৰ দুটা পৰামর্শ লিখা।


21. Mention to main features of New Economic Policy in India.  2


ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ করা।


22. Explain briefly the consequences of Partition of India. 4


ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা।


23. Discuss briefly about India's Nuclear Policy. 4


ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 


24. Discuss briefly about the controversy relating to Presidential Election of 1969. 4


 ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।


25. Discuss briefly about Chipko Movement. 4


চিপকো আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। 


26. Discuss briefly the main features of Coalition Govt in India. 6


ভাৰতৰ মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। 


27. Discuss the economic and political results of Green Revolution. 6


সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰা।


Or / অথবা


State the main arguments in the debate that ensued between. Industrialisation and Agriculture Development at the time of Second Five Year Plan. 


দ্বিতীয় পঞ্চবার্ষিক পরিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্কৰ বৰ্ণনা কৰা।


28. Analyse the lessons India got from emergency. 6


জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা।


Or /


Describe about the Politics of the North-East and the demands of autonomy in the region. 6


উত্তৰ-পূবৰ ৰাজনীতি আৰু অঞ্চলটোত স্বায়ত্ব শাসনৰ দাবীৰ বিষয়ে বৰ্ণনা কৰা।



*********

Also Read:-

AHSEC Class 12 Political Science Solved Paper 2012-2023

-AHSEC Class 12th Political Science Previous Year Question Paper    2012    2013   2014   2015   2016  2017  2018 2019  2020  2022  2023  2024


We hope the AHSEC Class 12 Political Science 2020 Question Paper provided on this page helps in your HS exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.