In this post we have shared AHSEC Class 12 Home Science Question Paper 2022 which can be very beneficial for the student under Assam Higher Secondary education Council and preparing for their first year final examination AHSEC HS 2nd Year Home Science Question Paper 2022 help you to understand an analyse what type of question asks in the examination and what are the pattern of the question paper.
Related Post: HS 12 Home Science Solved Paper 2022
2022
HOME SCIENCE
(Theory)
Full Marks: 70
Pass Marks: 21
Time: Three hours.
The figures in the margin indicate full marks for the questions.
Q. No. 1 carries 1 mark each 1x8 = 8
Q. No. 2 carries 2 marks each 2×10=20
Q. No. 3 carries 3 marks each 3x4 = 12
Q. No. 4 carries 3 marks each 3×5=15
Q. Nos. 5, 6 & 7 carry 5 marks each 5×3=15
Total = 70
1. State whether the following statements are true or false:
তলত দিয়া বাক্যসমূহ শুদ্ধ অথবা অশুদ্ধ বিচাৰ কৰা : 1×8=8
(a) Measles vaccine is given on the second month of the child.
সৰু আই ৰোগৰ প্ৰতিষেধক বেজী শিশুৰ দ্বিতীয় মাহত দিয়া হয়।
(b) The height of new born infant at birth is 50cm.
জন্মতে এটা নৱজাত কেচুৱাৰ উচ্চতা ৫০ ছেঃমিঃ হয়।
(c) A special tool used to provide education to a blind child is known as Sign language'.
এজন অন্ধ শিশুক শিক্ষা দিবলৈ ব্যৱহাৰ কৰা বিশেষ সজুঁলিটোক চিহ্ন ভাষা' বোলা হয়।
(d) A woman should gain 12-5kg of body weight during pregnancy period.
এগৰাকী মহিলাই গৰ্ভধাৰণৰ সময়ছোৱাত ১২.৫ কেজি ওজন লাভ কৰিব লাগে।
(e) Drinking of water regularly provides relief in arthritis.
নিয়মীয়াকৈ পানী সেৱন কৰিলে আৰথ্ৰাইটিছ বা হাড়ৰ জোৰাৰ বিষৰ পৰা উপশম পাব পাৰি।
(f) Saving cannot help in fulfilling short term goals.
সঞ্চয়ে হ্রস্বম্যাদী লক্ষ্যসমূহ পূৰণ কৰাত সহায় নকৰে।
(g) A short and fat person looks tall and thin by the use of horizontal lines.
পথালি ৰেখাৰ ব্যৱহাৰৰ দ্বাৰা এজন চাপৰ আৰু শকত লোকক ওখ আৰু ক্ষীণ দেখা যায়।
(h) Dry cleaning method was discovered by M. Juvelin.
শুষ্ক ধোৱন পদ্ধতিটো এম. জুভেলিনে আৱিষ্কাৰ কৰিছিল।
2. Give brief answers to the following: (any ten) 2x10=20
তলত দিয়াবোৰৰ চমু উত্তৰ লিখা : (যিকোনো দহটাৰ)
(a) Define Colostrum.
কল ষ্ট্ৰামৰ সংজ্ঞা দিয়া।
(b) Mention any four important skills of childhood.
শিশুকালৰ যিকোনো চাৰিটা গুৰুত্বপূৰ্ণ কৌশল উল্লেখ কৰা।
(c) What are the factors responsible for controlling communicable disease ? 2
সংচাৰী ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় কাৰক কেইটা কি কি ?
(d) Write any four factors affecting in meal planning. ½×4=2
আহাৰ পৰিকল্পনাত প্ৰভাৱ পেলোৱা যিকোনো চাৰিটা কাৰকৰ নাম লিখা।
(e) What is P. F. A. Act?
P. F. A. আইন কি ?
(f) Mention any four causes of diarrhoea.½x4=2
ডায়েৰীয়া ৰোগৰ যিকোনো চাৰিটা কাৰণ উল্লেখ কৰা।
(g) What are the factors to be considered in selecting pre-school children's clothing? ½x4=2
প্রাক বিদ্যালয় শিশুৰ সাজপোছাক নির্বাচন কৰোতে কোনবোৰ কাৰক বিবেচনা কৰিব লাগে ?
(h) What are the needs of supplementary income? 2
উপৰঞ্চি আয়ৰ প্ৰয়োজনীয়তাসমূহ কি কি ?
(i) What do you mean by budget ?
বাজেট বুলিলে কি বুজা ? 2
(j) Name any four schemes of investments in post office.
পোষ্ট অফিচত বিনিয়োগৰ বাবে যিকোনো চাৰিটা আঁচনিৰ নাম লিখা 1/2x4=2
(k) Write any four importance of clothing. 1/2x4=2
বস্ত্ৰৰ যিকোনো চাৰিটা গুরুত্ব/প্রয়োজনীয়তা লিখা।
(l) Define hard water.
কঠিন পানীৰ সংজ্ঞা লিখা। 2
(m) List any four home-science related vocations. 1/2x4=2
গৃহ বিজ্ঞানৰ সৈতে সম্পৰ্ক থকা যিকোনো চাৰিটা বৃত্তিৰ তালিকা দিয়া।
3.Differentiate between the following: (any four)
তলত দিয়াবোৰৰ মাজত পার্থক্য লিখা : (যিকোনো চাৰিটা) 3x4=12
(a) Congenital and acquired blindness 3
জন্মগত আৰু আৰ্জিত অন্ধতা
(b) Wage and Salary 3
মজুৰি আৰু বেতন বা দৰমহা
(c) Fixed deposit and recurring deposit 3
স্থিৰ জমা আৰু ৰেকাৰিং জমা
(d) Warm colour and cool colour 3
উষ্ণ ৰঙ আৰু শীতল ৰঙ
(e) Animal stains and vegetable stains
প্রাণীজ দাগ আৰু উদ্ভিদ দাগ
(f) Distillation and boiling
পাতন পদ্ধতি আৰু উত্তলন পদ্ধতি
4. Write short notes on: (any five)
চমুটোকা লিখা : (যিকোনো পাঁচটা )
3×5=15
(a) Creche 3
ক্রেচ
(b) Consumer Protection Act 3
উপভোক্তাৰ সুৰক্ষা আইন
(c) Importance of meal planning 3আহাৰ পৰিকল্পনাৰ গুৰুত্ব/প্রয়োজনীয়তা
(d) Placket 3
প্লেকেট
(e) Self employment and Home Science
স্বনিয়োজন আৰু গৃহ-বিজ্ঞান
(f) Socialization
সামাজিকীকৰণ 3
(g) Real Income 3
প্রকৃত আয়
5. Define Pre-natal period. Mention the stages of pre-natal period. Explain any one of the stages. 1+2+2=5
প্ৰাক-প্ৰসূতি কালৰ সংজ্ঞা দিয়া আৰু স্তৰ কেইটা উল্লেখ কৰা। যিকোনো এটা স্তৰ ব্যাখ্যা কৰা।
Or / অথবা
What do you mean by motor development? Explain about some important skills from birth to two years. 1+4=5
প্রচেষ্টক বিকাশ বুলিলে কি বুজা ? জন্মৰ পৰা দুই বছৰৰ শিশুৰ কিছুমান গুৰুত্বপূৰ্ণ কৌশলৰ বিষয়ে বৰ্ণনা কৰা।
Or / অথবা
What is handicap ? What are the causes of physical disability ? 1+4=5
বিকলাংগতা কি ? শাৰীৰিক অসমৰ্থতাৰ কাৰণসমূহ কি কি ?
AHSEC Class 12 Home Science Question Paper 2022
6. What type of meal will you suggest for a pregnant woman? Explain. 5
এগৰাকী প্রসূতি মাতৃৰ বাবে কেনেধৰণৰ আহাৰৰ পৰামৰ্শ দিবা ? বৰ্ণনা কৰা।
Or / অথবা
Define food adulteration. Write briefly about the ill effects of food
adulteration on health. খাদ্য ভেজালকৰণৰ সংজ্ঞা দিয়া। ভেজাল খাদ্যৰ শৰীৰত কুপ্ৰভাৱৰ বিষয়ে চমুকৈ লিখা। 1+4=5
Or / অথবা
Why should we plan budget? Explain. 5
আমি কিয় বাজেট পৰিকল্পনা কৰিব লাগে ? বর্ণনা কৰা।
7. What are the principles of design used in clothing? Explain any one principle with examples. 1+4=5
সাজপোছাকত ব্যৱহাৰ কৰা নমুনাৰ বিভিন্ন নীতিসমূহ কি কি? যিকোনো এটা নীতি উদাহৰণ সহ বৰ্ণনা কৰা।
Or / অথবা
Enumerate the factors to be considered in purchasing clothes. Explain any two factors. 1+2+2=5
সাজপোছাক ক্ৰয় কৰোতে বিবেচনা কৰিব লগীয়া কাৰক সমূহৰ তালিকা দিয়া। যিকোনো দুটা কাৰক বৰ্ণনা কৰা।
Or / অথবা
Enumerate any five problems of consumer.
ভোক্তাৰ যিকোনো পাঁচটা সমস্যাৰ তালিকা লিখা।
__________