![]() |
Auditing and Corporate Governance |
In this Post we have uploaded Auditing and Corporate Governance Question Paper 2022, B.Com 6th Sem. which Can be Very Useful For Your GU B.Com 6th Semester Sessional or Final Examination. B.com 6th Auditing and Corporate Governance Question paper in PDF Gauhati University.
4th July 2022
COMMERCE
(Honours)
Paper COM-HC-6016
(Auditing and Corporate Governance)
Full Marks: 80
Time Three hours
The figures in the margin indicate
full marks for the questions.
Answer either in English or in Assamese.
Answer Group-A and Group-B in Separate Answer books.
Group-A
(Auditing)
1. Answer as directed: (any four) 1x4=4
নিৰ্দেশ অনুসৰি উত্তৰ দিয়া : (যিকোনো চাৰিটা)
(i) Final audit starts after the end of financial year. (State whether the statement is True or False)
বিত্তীয় বৰ্ষ অন্ত হোৱাৰ পিছত চূড়ান্ত হিচাপ পৰীক্ষা আৰম্ভ কৰা হয়। (উক্তিটো সত্য নে অসত্য লিখা)
(ii)_____audit is done audit is done by the staff of the employer. (Fill in the blank)
_____হিচাপ পৰীক্ষা নিয়োগকৰ্তাৰ কৰ্মীৰ দ্বাৰা সম্পন্ন কৰা হয়। (খালী ঠাই পূৰ কৰা)
(iii) Write the meaning of fraud.
প্ৰতাৰণাৰ অৰ্থ লিখা।
(iv) The auditor's report is addressed to the members of the company. (State whether the statement is True or False)
হিচাপ পৰীক্ষকৰ প্ৰতিবেদন কোম্পনীৰ সদস্যসকলক সম্বোধন কৰি দিয়া হয়। (উক্তিটো সত্য নে অসত্য লিখা)
(v) Write two types of negative audit report.
ঋণাত্মক হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ দুটা প্ৰকাৰ লিখা।
(vi) What is management audit?
ব্যৱস্থাপনাৰ হিচাপ পৰীক্ষা মানে কি?
(vii) One of the object of cost audit is to reconcile cost accounts and____accounts.
(Fill in the blank)
উৎপাদন ব্যয় হিচাপ আৰু_____ হিচাপক মিলকৰণ কৰোৱাটো ব্যয় হিচাপ পৰীক্ষাৰ এটা উদ্দেশ্য।
(খালী ঠাই পূৰ কৰা)
(viii) Write the meaning of internal audit.
আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ অৰ্থ লিখা।
2. Answer the following: (any three)2x3 = 6
তলত দিয়াবোৰৰ উত্তৰ লিখা : (যিকোনো তিনিটা)
(i) What is meant by vouching?
প্ৰমাণক পৰীক্ষা মানে কি?
(ii) Write the meaning of Audit Notebook.
হিচাপ পৰীক্ষাৰ টোকা বহীৰ অৰ্থ লিখা।
(iii) Who is a company auditor?
কোম্পানী হিচাপ পৰীক্ষক কোন হয়?
(iv) Write two points of distinction between frauds and errors.
প্ৰতাৰণা আৰু ত্ৰুটিৰ মাজত থকা দুটা পাৰ্থক্য লিখা।
3.Answer the following questions: (any two) 5 x 2 = 10
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো দুটা)
(i)Removal of a company's auditor
কোম্পানীৰ হিচাপ পৰীক্ষকজনৰ অপসাৰণ
(ii) Features of a good internal check system
উত্তম আভ্যন্তৰীণ প্ৰতিৰোধ পদ্ধতিৰ বৈশিষ্ট্যসমূহ
(iii) Advantages of an audit programme
হিচাপ পৰীক্ষা কাৰ্য্যক্ৰমৰ সুবিধাসমূহ
(iv) Objectives of cost audit
ব্যয় হিচাপ পৰীক্ষাৰ উদ্দেশ্যসমূহ
4. Answer the following questions: (any two) 10×2=20
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো দুটা)
(a) Discuss the auditor's duty regarding detection and prevention of errors and frauds. 10
ত্রুটি আৰু প্ৰতাৰণা ধৰা পেলোৱা আৰু ইয়াক বাধা দিয়াৰ loard ক্ষেত্ৰত হিচাপ পৰীক্ষকৰ কৰ্তব্য আলোচনা কৰা।
(b) Discuss the contents of an audit report. 10
হিচাপ পৰীক্ষণৰ প্ৰতিবেদনৰ অনুসূচীসমূহ আলোচনা কৰা ।
(c) What is the meaning of vouching of Cash Book? Write the procedure of vouching of cash sales. 2+8=10
নগদ বহীৰ প্ৰমাণক পৰীক্ষাৰ অৰ্থ কি? নগদ বিক্ৰীৰ প্রমাণক পৰীক্ষাৰ পদ্ধতি লিখা l
(d) Describe the important advantages of cost audit. 10
ব্যয় হিচাপ পৰীক্ষাৰ দৰকাৰী সুবিধাসমূহ বৰ্ণনা কৰা।
(e) What is meant by 'continuous audit'? State the merits and demerits of such audit. 2+8=10
‘ধাৰাবাহিক হিচাপ পৰীক্ষা' মানে কি? এনে হিচাপ পৰীক্ষাৰ গুণ আৰু দোষবোৰ বৰ্ণনা কৰা।
Group-B
( Corporate Governance)
Answer the following questions as directed: (any six) 1×6=6
তলত দিয়া প্ৰশ্নবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া ঃ (যিকোনো ছয়টা)
(a) A company cannot issue redeemable preference share for a period exceeding
এটা কোম্পানীয়ে পৰিশোধযোগ্য অগ্ৰাধিকাৰ অংশপত্র সর্বাধিক কিমান সময়লৈ বিলি কৰিব নোৱাৰে?
(i)5 years ৫ বছৰ
(ii) 10 years ১০ বছৰ
(iii) 15 years ১৫ বছৰ
(iv) 20 years ২০ বছৰ
(Choose the correct answer) 11- (সঠিক উত্তৰটো বাছি উলিওৱা)
(b) The concept of corporate social boro responsibility originated in which period?
নিগমৰ সামাজিক দায়বদ্ধতাৰ ধাৰণাটো কোনটো সময়ৰ পৰা আৰম্ভ হৈছিল?
(i) 1920's and 1930's. ১৯২০ পৰা ১৯৩০
(ii) 19th century ১৯শ শতিকা
(iii) 1980's and 1990's ১৯৮০ পৰা ১৯৯০
(iv) 1960's and 1970's ১৯৬০ পৰা ১৯৭০
(Choose the correct answer)
(সঠিক উত্তৰটো বাছি উলিওৱা)
(c) In which year Maxwell Communication Corporate was established?
কোন চনত ‘মেক্সৱেল কমিউনিকেচন কৰ্প'ৰেচন' স্থাপিত হৈচিল?
(i) 1974 ১৯৭৪
(ii) 1982 ১৯৮২
(iii) 1964 ১৯৬৪
(iv)1994 ১৯৯৪
( Choose the correct answer)
(সঠিক উত্তৰটো বাছি উলিওৱা)
(d) Pillar of corporate sustainability is
নিগমৰ গ্ৰহণীয়তাৰ স্তম্ভ হ'ল
(i) the environmental pillar
পৰিবেশৰ স্তম্ভ
(ii) the social pillar
সামাজিক স্তম্ভ
(iii) the economic pillar
অর্থনৈতিক স্তম্ভ
(iv) All of the above
ওপৰৰ আটাইকেইটা 800
(Choose the correct answer)
(সঠিক উত্তৰটো বাছি উলিওৱা)
(e) As per the Companies Act, 2013, the maximum strength of directors on the Board is 15. (True/False)
কোম্পানী আইন, ২০১৩ চন অনুসৰি পৰিচালনা মণ্ডলীত সঞ্চালকৰ সৰ্বোচ্চ সংখ্যা হৈছে ১৫ জন।
(শুদ্ধ/অশুদ্ধ)
(f) Every Director can have only one DIN (Director Identification Number) (True/False)
প্ৰতিজন সঞ্চালকৰ এটাই মাত্র DIN থাকে।
(শুদ্ধ/ অশুদ্ধ)
(g) Write the full form of UNDO.
UNDO-ৰ সম্পূৰ্ণ ৰূপটো লিখা। ০১৬২০g
(h) German model of corporate gover is two-tier board model. (Indicate whether True or False)
নিগম অনুশাসনৰ জাৰ্মান আৰ্হিটো দুই তৰপীয়া মণ্ডলীৰে গঠিত।(শুদ্ধ নে অশুদ্ধ লিখা)
2. Answer very briefly of the following: (any two) 2×2=4
তলত দিয়াসমূহৰ অতি চমুকৈ উত্তৰ লিখা : (যিকোনো দুটা)
(a) What is meant by corporate philanthropy?
নিগমৰ সৰ্ব্বহিতৈষিতা মানে কি?
(b) What is green governance?
সেউজ অনুশাসন মানে কি?
(c) Write two features of corporate governance.
নিগম অনুশাসনৰ দুটা বৈশিষ্ট্য লিখা।
(d) What is meant by business ethics?
ব্যৱসায়ৰ নীতি মানে কি?
3. Write short answer of the following: (any two)5x2 = 10
চমু উত্তৰ লিখা : (যিকোনো দুটা)
(a) Discuss the benefits of corporate sustainability.
নিগমৰ গ্ৰহণীয়তাৰ সুবিধাসমূহ আলোচনা কৰা।
(b) Explain the factors which affect business ethics.
ব্যৱসায়ৰ নীতিৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ ব্যাখ্যা কৰা।
(c) Explain the principle of corporate governance.
নিগম অনুশাসনৰ নীতিসমূহ ব্যাখ্যা কৰা।
(d) Discuss the differences between ethics and morality.
নীতি আৰু নৈতিকতাৰ মাজত পাৰ্থক্য আলোচনা কৰা।
4. Write long answers of the following: (any two) 10×2=20
তলৰ প্ৰশ্নসমূহ বহলাই লিখা : (যিকোনো দুটা)
(a)Write the meaning of good corporate governance. Discuss any two theories of corporate governance. 2+(4×2) = 10
উত্তম নিগম অনুশাসন মানে কি? নিগম অনুশাসনৰ তত্ত্বসমূহৰ যিকোনো দুটা আলোচনা কৰা।
(b) Describe about the major corporate scandals in India.
ভাৰতত সংঘটিত হাৱা মুখ্য নিগম কেলেঙ্কাৰীবোৰৰ বিষয়ে বৰ্ণনা কৰা।
(c) Discuss the essential requisites for good ethics programme.
ব্যৱসায়ৰ এক উত্তম নৈতিকতা কার্যক্রমৰ আৱশ্যকীয় উপাদানবোৰৰ বিষয়ে আলোচনা কৰা।
(d) Explain different provisions of the Companies Act, 2013 relating to corporate social responsibility.
নিগমৰ সামাজিক দায়বদ্ধতাৰ লগত জৰিত কোম্পানী আইন ২০১৩-ৰ নিয়ম বা ব্যৱস্থাসমূহ ব্যাখ্যা কৰা।
(e) Explain the arguments in favour of and against corporate social responsibility.
নিগমৰ সামাজিক দায়বদ্ধতাৰ সপক্ষে আৰু বিপক্ষে থকা যুক্তিসমূহ ব্যাখ্যা কৰা।
**********
Also Read:
B.com 6th Sem Gauhati University Previous Year Question Papers
We hope the Guahati University 2022 Auditing and Corporate Governance Question Paper provided on this page helps in your exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.
Post a Comment