In this Post we have Uploaded 2022 Rabindranath University Hojai , E-FILING OF RETURNS Question Paper , B.Com 3rd Sem . which Can be Very Useful For Your RTU B.Com 3rd Sem Sessional or Final Examination.
2022
E-FILING OF RETURNS
(HONOURS)
(SEC)
Paper 3.1
(E-Filing of Returns)
Full Marks: 40
Time 3 hours
The figures in the margin indicate
full marks for the questions.
Answer either in English or in Assamese.
1. (A) State whether the following statements Care True or False: 1x5=5 তলৰ বিবৃতিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা :
(a) E-filing is mandatory for all tax payers.
ই-ফাইলিং সকলো কৰদাতাৰ বাবে বাধ্যতামূলক।
(b) The acknowledgement receipt of T ITR is known as ITR-V.
আয়কৰ ৰিটাৰ্ণৰ স্বীকৃতি ৰচিদক আই.টি.আৰ.-V বুলি জনা হয়JSOS
(c)A person can hold at least two PAN.
এজন ব্যক্তিৰ কমেও দুখন PAN থাকিব পাৰে।
(d) The previous year may not always be a period of 12 months.
পূর্ববর্তী বর্ষ সদায় ১২ মাহৰ সময় নহবও পাৰে ৷
(e) PAN is a ten digit alphanumeric number.
PAN এটা দহটা অংকৰ আলফানিউমেৰিক সংখ্যা।
Also Read
- Computer Applications on Business Questions Paper '2022 RTU
- E-filing of Return Questions Paper '2022 RTU
- Business Statistics Questions Paper '2022 RTU
- Income tax Law And Practice Questions Paper '2022 RTU
- Management Principle and Applications Questions Paper '2022 RTU
2.Fill in the blanks with appropriate word/ words : 1x 5 = 5
উপযুক্ত শব্দৰে খালী ঠাই সমূহ পূৰ কৰা হ
(a) GTI is the income before making deductions under chapter____of the I.T. Act.
ভাৰতীয় আয়কৰ আইনৰ_____ অধ্যায়ত থকা কৰ্তনসমূহ বাদ দিয়াৰ আগৰ আয়েই হৈছে সৰ্ব্বমুঠ আয়।
(b) Amount of GST paid at the time of purchases is termed as_____.
ক্ৰয় কৰা সময়ত প্ৰদান কৰা পণ্য-সেৱা কৰক_____বুলি কোৱা হয়।
(C) IGST is collected by_____ Govt.
আই.জি.এছ.টি._____চৰকাৰৰ দ্বাৰা সংগ্ৰহ কৰাহয়।
(d) GST-10 is also called a______Return.
পণ্য সেৱা কৰ ৰিটাৰ্ন-10ক______কোৱা হয়। অ বিটার্ন বুলিও
(e) TAN stands for_____.
TANৰ অৰ্থ হৈছে_____।
3.Answer the following in brief: (any five) 2×5= 10
চমুকৈ উত্তৰ দিয়া : (যিকোনো পাঁচটা)
(a) What is Digital Signature Certificate ?
ডিজিটাল স্বাক্ষৰ সনদপত্র কি?
(b) Who is an assessee in default ?
ডিফল্ট কৰদাতা কোন?
(c) What is belated Returns?
বিলম্বিত ৰিটাৰ্ন কি?
(d) What is form 16A
ফর্ম 16A কি?
(e) State any two features of GST.
পণ্য সেৱা কৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
(f)State any two benefits of TDS.
উৎসতে কৰ কৰ্তনৰ যিকোনো দুটা লাভ লিখা।
4.Answer the following questions (any four) 5x4=20
নিম্নলিখিত প্রশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো চাৰিটা)
(a)What is E-filing of Return? Write its two limitations.
‘ই ফাইলিং অফ ৰিটাৰ্ন' কি? ইয়াৰ দুটা সীমাবদ্ধতা লিখা।
(b) Distinguish between E-Filing and Manual filing of Return.
ই-ফাইলিং আৰু মেনুৱেল ফাইলিং অফ ৰিটাৰ্নৰ মাজত পাৰ্থক্য কৰা।
(c) What is PAN? Who must have a PAN ?
PAN কি? PAN কাৰ কাৰণে প্ৰয়োজনীয়?
(d) Explain various types of ITR Forms.
বিভিন্ন প্ৰকাৰৰ আয়কৰ ৰিটাৰ্নৰ প্ৰপত্ৰ সমূহ উল্লেখ কৰা।
(e) Write a short note on ITR-1 (Sahaj ).
আয়কৰ ৰিটাৰ্ন-1 (সহজ)-ৰ ওপৰত চমুটোকা লিখা।
(f) What is E-filing Portal? Write its features.
ই-ফাইলিং পোর্টাল কি? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।
******
Also Read