In this Post we have Uploaded 2022 Rabindranath University Hojai , Management Principle And Application Question Paper 2022, B.Com 3rd Sem . which Can be Very Useful For Your RTU B.Com 3rd Sem Sessional or Final Examination.
2022
MANAGEMENT PRINCIPLES AND APPLICATION
(HONOURS)
Paper: 3.3
(Management Principles and Application)
Full Marks: 80
Time: 3 hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. (A) State whether the following statements are True or False: 1x5=5
সচা নে মিছা কোৱা :
(i) Authority cannot be delegated.
কৰ্তৃত্ব হস্তান্তৰ কৰিব নোৱাৰি।
(ii) Principles of management can be applied in our everyday life.
পৰিচালনাৰ নীতিসমূহ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰি।
(iii) Managers are born, not made.
পৰিচালক সকল জন্ম হয়, বনাব নোৱাৰি।
(iv) Challenges of management and administration are same.
পৰিচালনা আৰু প্ৰশাসনৰ প্ৰত্যাহ্বানসমূহ একে।
(v) Controlling is essential for planning.
নিয়ন্ত্ৰণ পৰিকল্পনাৰ বাবে অত্যাৱশ্যকীয়।
(B) Choose the correct answer : 1x 5 = 5
শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) Management aims at achieving
পৰিচালনাৰ উদ্দেশ্য হল -
(a) efficiency
পাৰদর্শিতা
(b) effectiveness
ফলপ্রযুতা
(c) Both (a) and (b)
(a) আৰু (b) দুয়োটা
(d) None of the above.
ওপৰৰ এটাও নহয়।
(ii) Planning and forecasting are 1
পৰিকল্পনা আৰু পূর্বাভাস (a) same
একে
(b) different বেলেগ
(c) substitute
পৰিপূৰক (d) None of the above.
ওপৰৰ এটাও নহয়।
(iii)A democratic leader decisions after involving takes
এজন গণতান্ত্রিক নেতাই সিদ্ধান্ত লওতে জৰিত কৰে
(a) subordinates
তলতীয়া কৰ্মচাৰিক
(b) all managers
সকলো পৰিচালকক
(c) public
জনসাধাৰণক
(d) other stakeholders.
অন্য ভাগিদাৰ সকলক।
(iv) First step of decision-making is to
সিদ্ধান্ত গ্ৰহণৰ প্ৰথম পদক্ষেপ হল –
(a) select alternative
বিকল্প নির্বাচন
(b) find out the alternatives
বিকল্পৰ অনুসন্ধান
(c) define the problem
সমস্যাৰ সূত্ৰ নিৰ্ধাৰণ
(d) None of the above.
ওপৰৰ এটাও নহয়।
(v) Strategies are formed at ---
কৌশলৰ সৃষ্টি হয় -
(a) operational level
কাৰ্যকৰী স্তৰত
(b) middle level
মধ্যম স্তৰত
(c)Top level
শীর্ষ স্তৰত
(d) all levels.
সকলো স্তৰত।
2. Answer any five questions of the following: 2x5-10
যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ কৰা :
(i) Define controlling.
নিয়ন্ত্ৰণৰ সংজ্ঞা দিয়া ।
(ii) Explain the importance of leadership.
নেতৃত্বৰ গুৰুত্ব ব্যাখ্যা কৰা।
(ii) What is psychological barrier?
মানসিক বাধা কি?
(iv) What are the types of communication on the basis of medium of expression?
প্ৰকাশৰ মাধ্যম হিচাবে যোগাযোগৰ প্ৰকাৰসমূহ কি কি?
(v) Why is motivation necessary ?
উদগনি কিয় লাগে?
(vi) What are the advantages of centralisation ?.
কেন্দ্ৰীকৰণৰ সুবিধাসমূহ আলোচনা কৰা।
3.Write short notes on (any four) 5x4=20
চমু টোকা লিখা : (যিকোনো চাৰিটা)
(i) SWOT analysis
SWOT ব্যাখ্যা
(ii) Peter F Drucker
পিটাৰ এক ড্ৰাকাৰ
(iii) Unity of command
নিৰ্দেশৰ ঐক্য
(iv) Techniques of controlling
নিয়ন্ত্ৰণৰ কৌশল
(v) Economic value addition
অর্থনৈতিক মূল্যৰ সংযোজন
(vi) Principles of effective controlling.
ফলপ্রষু নিয়ন্ত্ৰণৰ নীতিসমূহ।
4.Answer any four questions: 10x 4 = 40
যিকোনো চাৰিটাৰ উত্তৰ কৰা :
(i) Distinguish between : 5+5=10
পার্থক্য দেখুৱা :
(a) Scientific Management and Modern Management
বিজ্ঞানসম্মত পৰিচালনা আৰু আধুনিক পৰিচালনা
(b) Experience and Training.
অভিজ্ঞতা আৰু প্ৰশিক্ষণ।
(ii) Explain the relations between : 5+5=10
সম্পর্ক দেখুৱা :
(a) Management and Administration
পৰিচালনা আৰু প্ৰশাসন
(b) Planning and Controlling.
পৰিকল্পনা আৰু নিয়ন্ত্রণ।
(iii) What is co-ordination? How is co ordination called as an essence of management? 3+7=10
সমন্বয়সাধন কি? ইয়াক পৰিচালনাৰ অত্যাৱশ্যকীয় বুলি কিয় কোৱা হয়?
(iv) Explain Maslow's need hierarchy theory. 10
মাছলৰ প্ৰয়োজনীয়তাৰ তত্ত্ব ব্যাখ্যা কৰা। 10
(v) Discuss the types of authority.
কৰ্তৃত্বৰ প্ৰকাৰসমূহ আলোচনা কৰা।
(vi) Discuss the process of organising. 10
সংগঠনিক পদ্ধতিসমূহ আলোচনা কৰা।
(vii) Discuss the factors of determining the span of management. 10
পৰিচালনাৰ প্ৰসাৰৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা ।
(viii) Discuss the importance and challenges of management in modern society. 5+5=10
আধুনিক সমাজত পৰিচালনাৰ গুৰুত্ব আৰু প্ৰত্যাহ্বানসমূহ আলোচনা কৰা।
******
Also Read
- Computer Applications on Business Questions Paper '2022 RTU
- E-filing of Return Questions Paper '2022 RTU
- Business Statistics Questions Paper '2022 RTU
- Income tax Law And Practice Questions Paper '2022 RTU
- Management Principle and Applications Questions Paper '2022 RTU