In this Post we have Uploaded 2022 Rabindranath University Hojai , Income Tax Law And Practice Question Paper , B.Com 3rd Sem . which Can be Very Useful For Your RTU B.Com 3rd Sem Sessional or Final Examination.
2022
INCOME TAX LAW AND PRACTICE (HONOURS/REGULAR)
Paper: 3.2
(Income Tax Law and Practice)
Full Marks: 80
Time 3 hours.
The figures in the margin indicate full marks for the questions. Answer either in English or in Assamese.
1. (a) State whether the following statements are True or False 1x5=5
তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা :
(i) Gift received on the occasion of marriage is not chargeable to tax.
বিয়াৰ উপলক্ষে পোৱা উপহাৰ কৰযোগ্য নহয়।
(ii) Entertainment allowance may be exempted only in case of govt. employees.
আমোদমূলক বানচ মাথোঁ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতহে ৰেহাই দিয়া হ'ব পাৰে।
(iii) Income from home property for a year can be in negative.
কোনো এটা বছৰত গৃহ সম্পত্তিৰ পৰা হোৱা আয় ঋণাত্মক হ'ব পাৰে।
(iv) Profit from illegal business is not taxable.
অবৈধ ৱ্যৱসায়ৰ পৰা হোৱা আয় বা লাভ কৰযোগ্য নহয়।
(v) Salary received by a Member of Parliament is taxable under the head 'Salary'.
এজন লোকসভাৰ সদস্যই পোৱা দৰমহা, ‘দৰমহাৰ' শিতানত কৰযোগ্য হয়।
(b) Fill in the blanks with appropriate words : 1x 5 = 5
উপযুক্ত শব্দসমূহৰ দ্বাৰা খালী ঠাই পূৰ কৰা :
(i) Residential status of a person is determined with respect to the individual's_____presense in India.
এজন ব্যক্তিৰ বাসিন্দাৰ স্থিতি তেওঁৰ ভাৰতত______উপস্থিতিৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।
(ii) Person leaving India must be assessed in_____.
ভাৰতবৰ্ষ এৰিব খোজা ব্যক্তি এজনৰ কৰ নিৰ্ধাৰণ_____কৰা হয়।
(iii) The annual value of a self-occupied home property is taken as_____.
নিজেই বাস কৰা গৃহ সম্পত্তিৰ বাৰ্ষিক মূল্য_____বুলি গণ্য কৰা হয়।
(iv) The maximum qualifying amount for deduction u/s 80C is_____.
80C ধাৰা মতে অধিকতম গ্রহণযোগ্য ৰেহাইৰ পৰিমাণ______.
(v) Sec 54 provides exemption to capital gain arising from the transfer of a_____ H.P.
54নং ধাৰাই______গৃহ সম্পত্তি হস্তান্তৰ দ্বাৰা হোৱা মূলধনী লাভৰ পৰা ৰেহাইৰ ব্যৱস্থা কৰে।
2. Give short answers to the following questions (any five) 2 x 5 = 10
তলৰ প্রশ্নবিলাকৰ চমু উত্তৰ দিয়া : (যিকোনো পাঁচোটা)
(a) Explain short-term capital gain.
হর্ষম্যাদী মুলধনী লাভ ব্যাখ্যা কৰা l
(b) What do you mean by perquisite ?
উপৰিলাভ বুলিলে কি বুজা?
(c) What is TAN?
TAN মানে কি?
(d) What is TDS?
উৎসতে কৰ কৰ্তন'ৰ অৰ্থ কি?
(e) What do you mean by assessment year?
কৰ নিৰ্ধাৰণী বৰ্ষ বুলিলে কি বুজা?
(i) Define the term 'indexed cost'.
‘সূচিবদ্ধ খৰচ' বা ‘সূচকৰ ব্যয়'-ৰ ব্যাখ্যা লিখা।
Also Read
- Computer Applications on Business Questions Paper '2022 RTU
- E-filing of Return Questions Paper '2022 RTU
- Business Statistics Questions Paper '2022 RTU
- Income tax Law And Practice Questions Paper '2022 RTU
- Management Principle and Applications Questions Paper '2022 RTU
3. Write brief answers to any four questions: 5x4 - 20
যিকোনো চাৰিটা প্ৰশ্নৰ সংক্ষিপ্ত উত্তৰ লিখা :
(a) Write the required basic and additional conditions to determine the residential status of an individual.
এজন ব্যক্তিৰ বাসিন্দাৰ স্থিতি নিৰূপণ কৰিবলৈ প্রয়োজনীয় মৌলিক আৰু অতিৰিক্ত চৰ্তসমূহ লিখা।
(b) What is PAN ? Mention the cases under which quoting of PAN is compulsory.
PAN কি? কি কি অবস্থাত PAN উল্লেখ কৰাটো
বাধ্যতামূলক?
(c) Mention the income tax 'rates and
slabs' as per ay 2021-22.
কৰ নিৰ্ধাৰণী বৰ্ষ 2021-22 অনুসৰি আয়কৰৰ হাৰ আৰু স্তৰসমূহ ( স্ল্যাব) উল্লেখ কৰা।
(d) Calculate the value of free furnished home provided to Jaya Jain owned by the Harsh Company in Kolkata. Cost of furniture provided is Rs. 40,000 and Basic Salary is Rs. 3,80,000 with DA Rs. 20,000 as forming part of salary.
কলিকাতাৰ হৰ্ষ কোম্পানীয়ে জয়া জৈনক বিনামূলীয়া কৈথাকেবলৈ দিয়া সুসজ্জিত ঘৰ খনৰ মান নিৰ্ণয় কৰা। আচবাব পত্ৰৰ বাবদ খৰচ 40,000 টকা হ'ল আৰু মূল বেতন 3,80,000 টকা হয়। লগতে মৰগীয়া বানচ (ভাতা) দৰমহাৰ অংশ হিচাপে 20,000 টকা পায়।
(e) Calculate the allowable total exempted interest on borrowed capital from annual value of a home property for f.y. 2020-21 (a.y. 2021-22). Loan taken for the home Rs. 3,00,000 @ 10% p.a. on 1.10.2018 and
construction completed on 1.1.2021.
আর্থিক বর্ষ 2020-21 (কৰ নিৰ্ধাৰণী বৰ্ষ 2021 22) ৰ' কাৰণে গৃহ সম্পত্তিৰ বাৰ্ষিক মূল্যৰ পৰা ঘৰৰ বাবদ ঋণত লোৱা মূলধনৰ অনুমোদিত মুঠ কৰমুক্ত সুতৰ পৰিমাণ উলিওৱা ।
(f)Give five examples of income from other sources.
অন্যান্য উৎসৰ পৰা আয়ৰ পাঁচোটা উদাহৰণ দিয়া৷
4. Answer any four questions : যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা : 10x4-40
(a) Mrs. Reshma Gour is employed in a private co. at Guwahati. Calculate her taxable salary income for f.y. 2020-21.
শ্ৰীমতী ৰেশমা গৌৰ গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছে। 2020-21 পূর্ববর্তী বৰ্ষত তাইৰ কৰযোগ্য বেতনৰ আয় নিৰ্ধাৰণ কৰা।
Basic Salary Rs. 30,000 p.m.
মূল মাহিলী দৰমহা 30,000 টকা।
Bonus for the year @ 20% on basic salary
বছৰটোৰ বাবদ ব’নাচ মূল দৰমহাৰ 20%
D.A. @Rs. 12,000 p.m.
মৰগীয়া ভাতা মাহিলী 12,000 টকা
Entertainment Allowance @ Rs. 5,000 p.m.
আমোদমূলক বানচ মাহিলী 5,000 টকা
HRA Rs. 4,000 p.m. (Rent paid Rs. 5,000 p.m.)
ঘৰভাড়া ভাতা 4,000 টকা মাহিলী (মাহিলী ভাড়া
5,000 টকা)
Professional Tax Paid Rs. 3,000 and TDS Rs. 10,000
নিয়োগ কৰ 3,000 টকা আৰু উৎসত কৰকৰ্তন কৰা হ'ল 10,000 টকা
Employer's contribution to RPF @ 10% of basic
নিয়োগ কৰ্তাই মূল দৰমহাৰ 10% স্বীকৃত প্রভিডেন্ট ফাণ্ডত বৰঙনি দিয়ে
During the previous year Reshma Rani deposited Rs. 20,000 for LIC and Rs. 30,000 in PPF.
যোৱা বছৰটোত ৰেশমা ৰাণীয়ে 20,000 টকা LIC প্রিমিয়ামৰ আৰু 30,000 টকা PPFৰ বাবদ জমা Merd দিয়ে।
(b) State at least five allowable deductions from GTI under sec 80 of the Income Tax Act. 10
আয়কৰ আইনৰ ধাৰা ৪০ ৰ অধীনত থকা সৰ্বমুঠ আয়ৰ পৰা কৰ্তন কৰিব পৰা ৰেহাইসমূহৰ (কমেও পাঁচোটা) উল্লেখ কৰা।
(c) Calculate the income from house property of Mrs. Jayanka Chourasia from the following two houses in Kolkata city : 10
জয়ঙ্কা চৌৰাসীয়াৰ কলিকাতাত থকা দুখন বাসগৃহৰ পৰা গৃহ সম্পত্তিৰ আয় নির্ণয় কৰা :
(d) Define 'agricultural income. Give five
examples of agricultural income.5+5=10
কৃষিজাত আয়ৰ সংজ্ঞা দিয়া। কৃষি আয়ৰ পাঁচোটা উদাহৰণ দিয়া।
(e) Describe briefly the allowable expenses u/s 37 from Income from Business and Profession' head.
10
ব্যৱসায় বা বৃত্তিৰ পৰা হোৱা আয়ৰ পৰা কৰ্তন কৰিব পৰা ধাৰা 37 ৰ অন্তৰ্ভুক্ত খৰচসমূহ বৰ্ণনা কৰা।
Write short notes on: 5+5=10
চমু টোকা লিখা :
(i)Self-assessment
স্ব-কৰ নিৰ্ধাৰণ
(ii) E-filing of return.
ই-প্রতিবেদন দাখিল।
(g)Answer thw following questions.5+5=10
(i)Explain pre-construction period interest.
প্রাক-নিৰ্মাণ কালৰ সুত ব্যাখ্যা কৰা।
(ii) Write the tax treatment of gratuity.
গ্রেট্যুইটীৰ কৰ-সমাধান লিখা।
******
Also Read
- Computer Applications on Business Questions Paper '2022 RTU
- E-filing of Return Questions Paper '2022 RTU
- Business Statistics Questions Paper '2022 RTU
- Income tax Law And Practice Questions Paper '2022 RTU
- Management Principle and Applications Questions Paper '2022 RTU