GU International Business Questions Paper 2022 [Gauhati University BCom 6th Sem CBCS Pettern]

In this Post we have uploaded International Business Question Paper 2022, B.Com 6th Sem Gauhati University (GU). which Can be Very Useful For Your GU


International Business Questions Paper '2022 GU 6th Sem | Gauhati University | B.com 6th Sem CBCS Pettern

In this Post we have uploaded International Business Question Paper 2022, B.Com 6th Sem Gauhati University (GU). which Can be Very Useful For Your GU B.Com 6th Semester Sessional or Final Semester Examination. B.com 6th International Business Question paper 2022 in PDF Gauhati University (GU).

Guwahati University BCom 6th semester international business question paper 2022 

COMMERCE

(Honours Elective)

Paper COM-HE-6046

(International Business)

Full Marks: 80

Time: Three hours

The figures in the margin indicate full marks for the questions.


Answer either in English or in Assamese.

1. Answer any ten questions from the following: 1×10=10

তলত উল্লিখিত প্রশ্নসমূহৰ পৰা যিকোনো দহটাৰ উত্তৰ লিখা

(i) Which of the following is a feature of international business?

নিম্নোক্ত কোনটো আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বৈশিষ্ট্য ?

(a) Use of common currency .

উমৈহতীয়া মুদ্ৰাৰ ব্যৱহাৰ

(b) Involvement of at least two aus countries 

অন্ততঃ দুখন দেশ জড়িত

(c) Integration of economies অৰ্থব্যৱস্থাৰ ঐক্যবদ্ধতা

(d) All of the above 

ওপৰৰ গোটেই কেইটা


(ii) “Socio-economic background of the people influences the international business." State whether True or False?

“মানুহৰ আৰ্থ-সামাজিক পটভূমিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত প্রভাৱ বিস্তাৰ কৰে।” (শুদ্ধ নে অশুদ্ধ)


(iii) Importing of goods and services for re- export to another country is called

আনদেশলৈ ৰপ্তানিৰ উদ্দেশ্যে পণ্য আৰু পৰিষেৱা আমদানি কৰিলে সেই বাণিজ্যক নিম্নোক্ত কোনটো নামেৰে জনা যায়?

(a) Export trade ৰপ্তানি বাণিজ্য

(b) Import trade আমদানি বাণিজ্য

(c) Entrepot trade পুনঃৰপ্তানি (এন্ট্রিপট) বাণিজ্য


(iv) Who developed the comparative advantage theory of international trade?

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ তুলনামূলক (আপেক্ষিক) প্রাধান্য তত্ত্বটো কোনে বিকশিত কৰিছিল?


(v) Which of the following is not a tariff tool of international trade

তলত উল্লিখিত কোনটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ শুল্ক সঁজুলি নহয় ?

(a) Export duty ৰপ্তানি শুল্ক

(b) Import quota আমদানি কোটা

(c) Import duty আমদানি শুল্ক


(vi) In which year the World Trade Organisation was established? 

কোন চনত বিশ্ব বাণিজ্য সংস্থা স্থাপিত হৈছিল ?

(vii) Write the full form of ASEAN. ASEAN ৰ পূৰ্ণ ৰূপটো লিখা


(viii) The number of members of the World Bank at present is

বিশ্ব বেংকৰ বৰ্তমান সদস্যৰ সংখ্যা

(a) 189 (১৮৯)

(b) 170 (১৭০)

(c) 130 (১৩০)

(ix) Write the full form of TRIPS.

TRIPS-ৰ পূৰ্ণ আকাৰ লিখা।


(x) Which of the following institutions is not a member of the World Bank group?

তলৰ উল্লিখিত কোনটো অনুষ্ঠান বিশ্ব বেংক সমষ্টিৰ অন্তর্ভুক্ত নহয় ?

(a) International Development Association

আন্তর্জাতিক বিকাশ সংস্থা

(b) International Finance Corporation আন্তর্জাতিক বিত্তীয় নিগম

(c) Asian Development Bank এছিয়ান বিকাশ বেংক

(d) None of the above ওপৰৰ এটাও নহয়


(xi) The number of parties involved in corporate guarantee is 2/3/4. (Choose the correct answer) 

কৰ্পোৰেট গেৰান্টিত (২/৩/৪) টা পক্ষ থাকে। (সঠিক উত্তৰটো বাছনি কৰা)


(xii) In which year the EXIM Bank was established?

EXIM বেংক কোন চনত প্ৰতিষ্ঠিত হৈছিল ?


(xiii) The Foreign Exchange Management Act was passed in the year.

বিদেশী মুদ্ৰা পৰিচালনা আইনখন নিম্নোক্তৰ কোনটো চনত প্ৰণয়ন কৰা হৈছিল?

(a) 1990 (১৯৯০)

(b) 1999 (১৯৯৯)

(c) 2009 (2009)

(xiv) Define multinational company. বহুজাতিক কোম্পানিৰ সংজ্ঞা দিয়া।

(xv) Give the meaning of IT outsourcing. 

IT আউটচোৰ্চিং-ৰ অৰ্থ লিখা ।


2. Answer any five questions of the following in about 50 words : 2×5=10

তলত উল্লিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ ৫০টা শব্দৰ ভিতৰত লিখা :


(i) What is portfolio investment? 

আর্থিক সম্পদত বিনিয়োগ মানে কি?


(ii) Define global business environment. 

গোলকীয় বাণিজ্য পৰিবেশৰ সংজ্ঞা দিয়া olit


(iii) Define ad valorem tax. 

বিজ্ঞাপনমূল্যে কৰৰ সংজ্ঞা দিয়া।


(iv) What is anti-dumping duty?

এন্টি ডাম্পিং শুল্ক মানে কি?


(v) Write two objectives of International Monetary Fund.

আন্তর্জাতিক মুদ্ৰা নিধিৰ দুটা উদ্দেশ্য লিখা।


(vi) What is greenfield investment ? 

সেউজীয়া ক্ষেত্র বিনিয়োগ মানে কি?


(vii) Mention the participants in foreign exchange market.

বৈদেশিক মুদ্ৰা বজাৰত অংশগ্ৰহণকাৰী সকলৰ বিষয়ে উল্লেখ কৰা।

(viii) Write the benefits of economic grouping.

অর্থনৈতিক সমষ্টিৰ উপকাৰিতাসমূহ লিখা।


3. Answer any four questions from the following in about 150 words : 5 x 4 = 20 

তলত উল্লিখিত যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ ১৫০টা শব্দৰ ভিতৰত লিখা ঃ


(i) Explain the importance of economic globalization in international business. 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অর্থনৈতিক গোলকীয়কৰণৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা।


(ii) Differentiate between domestic business and international business. 

দেশীয় বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মাজত প্রভেদ লিখা।


(iii) Explain different types of import quotas used by countries to restrict imports. 

আমদানিৰ পৰিমান সীমিত কৰাৰ বাবে দেশসমূহে আৰোপ কৰা বিভিন্ন প্ৰকাৰৰ আমদানি কোটাসমূহ ব্যাখ্যা কৰা ।


(iv) Write the meaning and objectives of commercial policy. 

বাণিজ্যিক নীতিৰ অৰ্থ আৰু উদ্দেশ্যসমূহ লিখা।


(v) Write the functions performed by UNCTAD.

UNCTAD-ৰ কাৰ্য্যাৱলী লিখা ।


(vi) Explain the meaning and types of letters of credit.  2+3=5 

‘ঋণপত্ৰ'ৰ অৰ্থ আৰু উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।


(vii) Define special economic zones and write its features. 2+3=5 

বিশেষ অর্থনৈতিক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।


(viii) State the main functions of World Bank.

বিশ্ব বেংকৰ মুখ্য কাৰ্য্যাৱলী বৰ্ণনা কৰা।


4. Answer any four questions from the following in about 600 words : 10×4-40 

তলত উল্লিখিত প্রশ্নৰ যিকোনো চাৰিটাৰ উত্তৰ ৬০০টা শব্দৰ ভিতৰত লিখা :


(i) Explain the business environments that influence the international business. 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰভাৱান্বিত কৰা ব্যৱসায়িক পৰিবেশসমূহ ব্যাখ্যা কৰাৰ |


(ii) Explain the product life cycle theory of international trade. 

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পণ্য জীৱন চক্ৰ তত্ত্বটো ব্যাখ্যা কৰা ।


(ii) Discuss the determinants of national competitive advantage. 

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক সুবিধাৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা ।


(iv) What are the objectives of GATT ? State the important proposals included in Uruguay round of GATT. 3+7=10

GATTৰ উদ্দেশ্যসমূহ লিখা। উৰুগুৱেত অনুষ্ঠিত GATT সম্মিলনৰ প্ৰধান প্ৰস্তাৱসমূহ বৰ্ণনা কৰা ।


(v) Write a brief note on major regional trading groups. 

মুখ্য আঞ্চলিক বাণিজ্য গোষ্ঠীসমূহৰ ওপৰত এটি চমু টোকা লিখা।


(vi) Write the important steps undertaken by the Government of India in order to give boost to flow of foreign direct investment in the country. 10

প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহৰ বিষয়ে লিখা ।

(vii) Discuss various sources of financing of international trade. 

International Business Questions Paper '2022 G 6th Sem B.com 6th Sem CBCS Pettern  | Gauhati University |

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত যোগান ধৰা বিত্তৰ বিভিন্ন উৎস- সমূহ আলোচনা কৰা ।


(viii) Define balance of payments. Explain various components of Balance of Payments Account. 2+8=10 

পৰিশোধৰ হিচাপৰ সংজ্ঞা দিয়া। পৰিশোধৰ হিচাপৰ উপাদানসমূহ ব্যাখ্যা কৰা ।

InenationBusiness Questions Paper '2022 GU 

(ix) What are the objectives of forming of SAARC? Explain the significance of SAARC for India. 4+6=10

SAARC-গঠন কৰাৰ উদ্দেশ্যসমূহ কি কি? ভাৰতবৰ্ষৰ বাবে SAARC ৰ তাৎপৰ্য ব্যাখ্যা কৰা।


(x) Discuss various export promotion measures of Government of India. 

ৰপ্তানি বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা উপায়সমূহ আলোচনা কৰা ।

International Business Questions Paper '2022 GU 6th Sem B.com 6th Sem CBCS Pettern  | Gauhati University |

******

Must Visit: GU BCom FYUGP 6th Sem Notes, Solved Papers, Important Questions



B.com 6th Sem Gauhati University Solved Papers 



We hope the Guahati University BCom FYUGP is 6th Sem International Business Question Paper 2022 provided on this page helps in your exam preparation. If you have any questions, ping us through the comment section below and we will get back to you as soon as possible.International Business 

About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment