Class 11 Advance Assamese 2019 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Class 11 Advance Assamese 2019 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Get, Assam Board Class 11 Advance Assamese paper 2019 HS First Year Arts Stream PYQ's in PDF

AHSEC Class 11 Advance Assamese Question Paper 2019 – Download & Prepare Smartly!

Looking for the AHSEC Class 11 Advance Assamese question paper from 2019 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Advance Assamese paper 2019 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Advance Assamese Question Paper 2019 or the latest AHSEC blueprint for 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অ্যাডভান্সড অসমীয়া প্ৰশ্নকাকত – এতিয়া সহজে ডাউনল'ড কৰক!

অ্যাডভান্স অসমীয়া পৰীক্ষাৰ বাবে সঠিক উপাদান বিচাৰি আছেনে? চিন্তা নকৰিব! The Treasure Notes আপোনাৰ বাবে আগবঢ়াইছে ২০১৯ চনৰ আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকতৰ এক সম্পূৰ্ণ সংগ্ৰহ। 2025 চনৰ নতুন ASSEB/AHSEC নক্সা অনুসৰি প্ৰস্তুতি লওক, পৰীক্ষাৰ ধৰণ বুজি স্মাৰ্ট অভ্যাস গঢ়ি তোলক। আপোনাৰ সফলতাৰ বাবে The Treasure Notes-ৰ সৈতে আগবাঢ়ক

Class 11 Advance Assamese 2019 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

2019

ADVANCE ASSAMESE
19E ADAS

Full Marks: 100
Pass Marks: 30
Time: Three hours

The figures in the margin indicate full marks for the questions.

Marks Distribution:

  1. Q.Nos. 1-5 carry 5 marks each5 × 5 = 25

  2. Q.No. 6 carries 3 marks each2 × 3 = 6

  3. Q.No. 7 carries 1 mark each4 × 1 = 4

  4. Q.No. 8 carries 6 marks each1 × 6 = 6

  5. Q.No. 9 carries 14 marks each1 × 14 = 14

  6. Q.Nos. 10-11 carry 5 marks each2 × 5 = 10

  7. Q.No. 12 carries 10 marks each1 × 10 = 10

  8. Q.No. 13 carries 6 marks each1 × 6 = 6

  9. Q.No. 14 carries 2 marks each2 × 2 = 4

  10. Q.Nos. 15-17 carry 5 marks each3 × 5 = 15

Total = 100 Marks

১। (5 Marks)

(ক) কি পৰিস্থিতিত শিৱই খেতি কৰিবলৈ সন্মত হৈছিল? শিৱৰ কৃষি কৰ্মৰ এটি বর্ণনা দিয়া। (২+৩=৫)
অথবা
(খ) চামুৰাই কোন? ‘চামুৰাই' কবিতাটিৰ আধাৰত চামুৰাইৰ উপৰি পুৰুষৰ পৰিচয় দাঙি ধৰা। (১+৪=৫)

২। (5 Marks)

প্ৰসংগ সংগতি দর্শাই তলৰ যিকোনো এটা ব্যাখ্যা কৰা: (২+৩=৫)
(ক) মাধৱেসে পিতামাতা মাধৱেসে প্রাণ। মাধৱত পৰে কোন বন্ধু আছে আন।।
(খ) সিন্ধু মথনত উঠা বিষ অগ্নি স্রোত শিৱ বিনে কোনে কৰে ৰোধ?

৩। (5 Marks)

তলত দিয়া যিকোনো এজন কবিৰ চমু পৰিচয় দিয়া: (৫ × ১ = ৫)

  • হেম সৰস্বতী

  • প্ৰসন্নলাল চৌধুৰী

  • মহেন্দ্ৰ বৰা

৪। (4 Marks)

তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া:
(ক) বধকাব্যৰ ৰচক কোন?
(খ) হেমচন্দ্ৰ গোস্বামীৰ ‘জোনাকী’ত প্রকাশিত প্রথম কবিতাটিৰ নাম কি?
(গ) ‘জিলিকনি' কবিতা পুথিৰ ৰচক কোন?
(ঘ) ‘মৃত্যুঞ্জয়’ মানে কি?

৫। (6 Marks)

(ক) ‘যীশুখৃষ্টৰ ছবি’ গল্পটোত গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ কেনেদৰে প্ৰকাশ হৈছে লিখা।
অথবা
(খ) ‘অন্তৰৰ অতি গুপুত কোণত সেইবোৰ কি কথা লুকাই আছে?’ আছিল, ‘ভ্ৰষ্টলগ্ন’ গল্পটিৰ আধাৰত বুজাই লিখা।

৬। (6 Marks)

(ক) গোৰা চিপাহীজনৰ ছোৱালী দুজনীৰ নাম কি আছিল?
(খ) নিৰুপমা বৰগোহাঞি কোনখন কাকতৰ সহকাৰী সম্পাদক আছিল?
(গ) ‘ভ্ৰষ্টলগ্ন’ গল্পটি প্রথমে ক'ত প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত কোনখন সংকলনত গল্পটি সংকলিত হৈছে?

৭। (10 Marks)

(ক) ছন্দ কাক বোলে? ই কেই প্ৰকাৰৰ? প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। (২+১+৩=৬)
(খ) ‘হাৰাকিৰি’ৰ অৰ্থ লিখা। (5 Marks)

৮। (10 Marks)

(ক) শংকৰদেৱে শিশুকালত কি কি অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিল, লিখা।
অথবা
(খ) তলৰ যিকোনো দুটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া: (২+২=৪)

  • চৰণ

  • পদ বা পয়াৰ

  • ছবি

  • লেচাৰি

৯। (6 Marks)

(ক) কবিতাৰ এটি সংজ্ঞা লিখা। কবিতাৰ বৈশিষ্ট্যসমূহ সামৰি এটি টোকা প্ৰস্তুত কৰা। (১+৫=৬)
অথবা
(খ) নাটক বুলিলে কি বুজা? নাটকৰ উপাদানসমূহ উল্লেখ কৰি যিকোনো এটা উপাদানৰ বিষয়ে আলোচনা কৰা। (২+৪=৬)

১০। (4 Marks)

চমু টোকা লিখা: (যিকোনো দুটাৰ) (2×2=4)

  • পৌৰাণিক নাটক

  • নাটকৰ সংলাপ

  • চনেট

  • বেলাড

১১। (5 Marks)

(ক) চন্দ্ৰকুমাৰ আগৰৱালা অথবা হেমচন্দ্ৰ গোস্বামীৰ কাব্য প্রতিভা সম্পৰ্কে আলোচনা কৰা।

১২। (5 Marks)

(ক) অসমীয়া নাট্য সাহিত্যলৈ চন্দ্ৰধৰ বৰুৱা অথবা দুৰ্গেশ্বৰ শৰ্মাৰ অৱদান সম্পৰ্কে চমুকৈ লিখা।

১৩। (5 Marks)

(ক) ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ প্ৰবন্ধটিৰ আধাৰত ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ পাৰ্থক্যসমূহৰ বিষয়ে লিখা।

১৪। (6 Marks)

তলৰ যিকোনো দুটাৰ বিষয়ে চমু টোকা লিখা: (2×3=6)

  • কুসুমদেউ

  • কৃষ্ণকান্ত সন্দিকৈ

  • অর্জুন

  • সত্যেন্দ্রনাথ শর্মা

১৫। (8 Marks)

চমু উত্তৰ দিয়া: (8×1=8)
(ক) ‘হৰিচন্দ্ৰোপাখ্যান' কাৰ ৰচনা?
(খ) ‘গেৰিবল্ডি’ কোন?
(গ) ডষ্টয়েস্কিয়ে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
(ঘ) ‘আলংকাৰিক’ কাক কোৱা হয়?

১৬। (6 Marks)

চমু উত্তৰ দিয়া: (6×1=6)
(ক) ‘টিকেন্দ্ৰজিৎ’ কোন শ্ৰেণীৰ নাটক?
(খ) নাটকখনত কেইটা অংক আছে?
(গ) নাটকখনত ‘ঠঙাল জেনেৰেল’ চৰিত্ৰটিৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

১৭। (6 Marks)

(ক) যিকোনো দুটা চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা: (1+1+4=6)

  • টিকেন্দ্ৰজিৎ

  • আগুঁচা

  • গ্রিমউদ

  • চন্দ্রলেখা

(খ) "পিছে তোমাৰ বাঘৰ লগত খেল শেষ হৈ গৈছে। এইবাৰ খেলিব লাগিব সিংহৰ লগত......।" কোনে কাক এই কথাষাৰ কৈছিল আৰু কোন সিংহৰ লগত খেলাৰ কথা কৈছিল, চমুকৈ লিখা।

-00000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment