AHSEC Class 11 Assamese (MIL)
2016
ASSAMESE
(MODERN INDIAN LANGUAGE)
Full Marks: 100
Time: Three hours
The figures in the margin indicate full marks for the questions.
১। উত্তৰ কৰা:
(ক) সত্যনাথ বৰাই ৰচনা কৰা প্রথম পুথিখন কি?
(খ) ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্রন্থখনৰ নাম কি?
(গ) হোমাৰ কোন দেশৰ কবি?
(ঘ) 'লাইহাবাওৱা নৃত্য' ক'ত প্রচলিত?
২। যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা:২×৪৮
(ক) বিশ্বপুথিত কেইবিধ আৰু কি কি পাঠ থাকে?
(খ) হার্কিউলিছৰ বর্ণনা ক'ত পোৱা যায়? তেওঁ কেইটা অসাধাৰণ কাম কৰিছিল?
(গ) কোনজন ঔপন্যাসিকৰ কোনখন উপন্যাসত প্রথম বিহু গীত-নৃত্য সম্পর্কে বহল বর্ণনা পোৱা যায়?
(ঘ) ধেমনা খেল কোন অঞ্চলৰ? এই খেল কেতিয়া অনুষ্ঠিত হয়?
(ঙ) অথর্ব বেদ কি?
(চ) ৰবীন্দ্রনাথ ঠাকুৰে কোনখন পুথিৰ বাবে কিমান চনত ন'বেল পুৰস্কাৰ লাভ কৰিছিল?
৩। যিকোনো তিনিটা প্রশ্নব উত্তব লিখা:
(ক) সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখাঁ।
(খ) বধকাব্যৰ প্ৰধান উদ্দেশ্য কি? যিকোনো দুখন বধকাব্যৰ নাম লিখাঁ।
(গ) সাহিত্যত কল্পনাৰ গুৰুত্ব কিমান আলোচনা কৰা।
(ঘ) 'বিশ্ব পাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত'। বুজাই লিখা
(ঙ) পর্বতাৰোহণ অভিযানক কিয় 'টিম গেম' বোলা হয়?
৪। যিকোনো এটাৰ চমু টোকা লিখা:
অংকীয়া ভাওনা, অসমৰ লোক-ক্রীড়া।
৫। উত্তৰ লিখা:
(ক) ভটিমাৰ ভাষা কি?
(খ) প্রথম অসমীয়া ৰোমান্টিক কবি কোন?
(গ) নচিকেতা ছদ্মনামত কোনে কবিতা বচনা কৰিছিল?
৬। যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখাঃ ২×৪= ৮
(ক) মাধৱ কন্দলি কোন যুগৰ কবি? তেওঁৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি?
(খ) ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰাঁ।
(গ) দেবকান্ত বৰুৱাক কি কবি বুলি জনা যায়? তেওঁৰ কবিতা পুথিখনৰ নাম কি?
(ঘ) ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।
(ঙ) চেলা গিৰিপথ ক'ত আছে? 'এখন চিঠি' কবিতাত এই গিবিপথ কোনে অতিক্রম কৰা বুলি কোৱা হৈছে?
(চ) 'চতুৰবয়ন' আৰু 'পয়োধি' শব্দৰ অৰ্থ লিখা।
৭। যিকোনো দুছোরা ব্যাখ্যা কৰাঁ:
(ক) অস্ত্র বলে ভৰিপুৰি আছে সব লংকা। মনুষ্য ৰামক প্রভু নকৰিবা শংকা।।
(খ) পর্বতে পর্বতে বগাব পাৰোঁ মই লতা বগাবলৈ টান, ৰতনী সোনাইকে বৰাব পাৰোঁ মই মাকক বুজাবলৈ টান।
(গ) বাহিৰত সউ ঘটে বিপ্লর; অশেষ যতন কবি আমি নিৰূপিলোঁ, কানিৰ মূল্য, কিমানত কেই ভবি!
(ঘ) মৃত্যুয়ে যদি অভিনন্দন জনায় সেই মৃত্যু পাবিজাত ফুল তাত দেৱতাৰ আশীর্বাদ আছে।
৮। বশিষ্ঠাশ্রমব প্রাকৃতিক সৌন্দর্যব এটি বিৱৰণ দিয়া।
অথবা
'বনকুঁৱৰী' নাইবা 'এখন চিঠি' কবিতাব মূলভাব লিখা।
৯। দুর্যোগ কেই প্রকাবৰ?
১০। যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা:
(ক) পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতিকী মানে কি?
(খ) পৰিবেশ শব্দৰ আভিধানিক অর্থ কি? পৰিবেশ কেইটা উপাদানৰ সমষ্টি?
(গ) দুর্যোগ কাক কয়?
(ঘ) দুর্যোগ ব্যৱস্থাপনাৰ যিকোনো দুটা উদ্দেশ্য লিখাঁ।
১১। 'বায়ু, পানী, মাটি আৰু উদ্ভিদ অফুৰন্ত নহয়' কথাষাৰ বুজাই লিখাঁ।
অথবা
ভূমিকম্পৰ আগতে কৰিবলগীয়া যিকোনো চাৰিটা কাৰ্যৰ উল্লেখ কৰাঁ।
১২। যিকোনো এটাৰ বিষয়ে বুজাই লিখা:
পৰিবেশ প্রদূষণ, দুৰ্যোগৰ শ্ৰেণী, ভূমিকম্পৰ সৈতে জড়িত সম্ভাব্য সমস্যা।
১৩। 'ক' নাইবা 'খ' অংশৰ পৰা উত্তৰ দিয়া:
ক-অংশ
(i) কুশল কোঁৱৰ কোন শ্রেণীৰ নাটক?
(ii) কুশল কোঁৱৰ নাটকত কেইটা দর্শন আছে?
(iii) কুশল কোঁৱৰৰ মাতৃৰ নাম কি?
(iv) কুশল কোঁৱৰ নাটকত উল্লেখ থকা যিকোনো এজন স্বাধীনতা-সংগ্রামীৰ নাম লিখাঁ।
খ-অংশ
(i) অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন?
(ii) টেটোন তামুলী কেইটা অংকবিশিষ্ট নাটক?
(iii) টেটোনৰ দেউতাকৰ নাম কি?
(iv) টেটোনৰ বায়েক কি কাম কৰিবলৈ গৈছিল?
১৪। 'ক' নাইবা 'খ' অংশৰ পৰা যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা:
ক-অংশ
(i) কুশলক গোম সাপৰ বংশ বুলি কোনে কাৰ আগত কৈছিল?
(ii) "আপুনি দুখ নকৰিব বঙহৰ দেউ। দেশৰ কাৰণে আপুনি প্রাণ দিব। এয়া সৌভাগ্যৰ কথা।"- কথাষাৰ কোনে ক'ত কৈছিল?
Previous Year Question Papers
খ-তাংশ
(i) প্রহসন বুলিলে কি বুজা?
(ii) "... পিতাই পাতাল ছিবি তলব মাটি ওপৰ কৰিবলৈ গৈছে" কথাষাৰ কোনে কাক কৈছিল?
১৫। 'ক' নাইবা 'খ' অংশব পৰা যিকোনো দুটাব উত্তব লিখা:
ক-তাংশ
(i) নাট্যকাৰ উত্তম বৰুৱাৰ বিষয়ে কি জানা লিখা।
(ii) কুশল কোঁৱৰব শেষ বাণী কি আছিল?
(iii) কুশল কোঁৱৰে কিয় স্কুল এবি ঘবলৈ উভতি আহিছিল, বুজাই লিখা।
খ-অংশ
(i) টেটোনৰ বিৰুদ্ধে থকা প্রথম দুটা গোচৰ কি কি আছিল, লিখা।
(ii) ঘৰব পৰা ওলাই গৈ টেটোন প্রথমে কি কৰিছিল?
(iii) পদ্মনাথ গোহাঞিবকরা বচিত নাটকবোৰক কেইটা শ্রেণীত বিভক্ত কৰিব পাৰি চমুকৈ লিখা।
১৬। 'ক' নাইবা 'খ' অংশব যিকোনো এটা প্রশ্নব উত্তব কৰাঁ:
ক-অংশ
(i) কুশল কোঁৱৰ নাটকখনৰ যিকোনো এটা চৰিত্র বিশ্লেষণ কৰাঁ।
(ii) সৰুপথাৰৰ বেল দুর্ঘটনা সম্পর্কে কি জানা লিখাঁ।
খ-অংশ
(i) টেটোন তামুলীৰ যিকোনো এটা চবিত্র বিশ্লেষণ কৰাঁ।
(ii) টেটোন তামুলী নাটকত হাস্যবসব সৃষ্টি কেনেকৈ কৰা হৈছে, আলোচনা কৰাঁ।
১৭। 'র' আৰু 'য়' ক কিয় অন্তঃস্থ বর্ণ বোলা হয়?
অথবা
অ'ধ ব্যৱহাৰ থকা দুটা শব্দ উল্লেখ কৰা।
১৮। তলত দিয়া যিকোনো দুযোৰ সমোচ্চাবণ শব্দব অর্থ পার্থক্য দেখুৱাই বাক্য বচনা কবী:
অটল অতল
দিন দীন
শুচি সূচী
কুল কুল।
অথবা
তলব যিকোনো চাৰিযোৰ শব্দৰ শুদ্ধাশুদ্ধ বিচাৰ কৰা:
অকৰা আঁকবা
সঁচা সচা
সেরা সেবা
চিঞৰ চিঞব
কেওঁমেও কেওমেও
ওঠ ওঠ।
১৯। ভাৱ সম্প্ৰসাৰণ কৰাঁ:
চোৰ গ'লে বুধি বৰষুণ গ'লে জাপি।
অথবা
মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।
-000000-
Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers
- ASSEB Class 11 Assamese (MIL) Question Paper 2014
- ASSEB Class 11 Assamese (MIL) Question Paper 2015
- ASSEB Class 11 Assamese (MIL) Question Paper 2016
- ASSEB Class 11 Assamese (MIL) Question Paper 2017
- ASSEB Class 11 Assamese (MIL) Question Paper 2018
- ASSEB Class 11 Assamese (MIL) Question Paper 2019
- ASSEB Class 11 Assamese (MIL) Question Paper 2021
- ASSEB Class 11 Assamese (MIL) Question Paper 2022
- ASSEB Class 11 Assamese (MIL) Question Paper 2023
- ASSEB Class 11 Assamese (MIL) Question Paper 2024