Annual Examination 2014
Class HS 1 Year
Subject: MIL (Assamese)
Full Marks: 100
Figures in the margin indicate full mark for the questions
1. তলত দিয়া প্রশ্নসমূহৰ পৰা যিকোনো দহটা প্রশ্নৰ উত্তৰ কৰিবা l ১ × ১০ = ১০:
a) অংকীয়া নাটৰ স্রষ্টা কোন?
b) 'বিশ্ব অধ্যয়ন' পাঠটিৰ বচক কোন?
c) 'বহল ব্যাকৰণ কাৰ ৰচনা?
d) বাণীকান্ত কাকতিৰ গবেষণা গ্রন্থখনৰ নাম কি?
e) ১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা তাধিৱেশনৰ সভাপতি কোন আছিল?
f) জিকালি ধনেই আলাউদ্দিনৰ বন্তি' কথাষাৰ তোমাৰ পাঠ্যপুথিৰ কোনটো পাঠত আছে?
g) মদের কোন?
h) ধকাব্যৰ প্রধান উদ্দেশ্য কি?
i) িৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ সাহিত্য চর্চাত ব্যৱহাৰ কৰা ছদ্মনাম দুটা কি কি?
j) েঁচা পাতৰ কঁপনি' উপন্যাস কাৰ ৰচনা?
k) বোধ মল্ল একরার কোন চনত জন্ম হৈছিল?
l) আহোম বক্তাজনৰ নাম কি?
ml হুক জাতীয় উৎসৱ ৰূপে কোনে স্বীকৃতি দিছিল?
2. লৰ যিকোনো -১০ প্ৰশ্নৰ উত্তৰ কৰা। ২ x ১০ = ২০
ক) ধিৱ কন্দলি কোন যুগৰ কবি আৰু তেওঁ কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
খ) সবদেৱৰ বচিত ভটিমা কেই প্রকাৰ আৰু কি কি?
গ) ধৱদেৱ বিৰচিত দুখন ঝুমুৰাৰ নাম লিখা?
ঘ) খবৰ ৰতনী' কবিতাটিক কি কবিতা বোলা হয়?
ঃ) জবৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা?
চ) কুমাৰ আগৰৱালাৰ কবিতা পুথি সম্পর্কে বেজবৰুৱাই কি মন্তব্য দিছিল?
ছ) -টোন তামুলি' নাটকত অংক আৰু দৃশ্যৰ সংখ্যা কিমান?
জ) বায়ুমণ্ডল কিহবে গঠিত?
ঝ) পৰিৱেশৰ দুটা উপাদানৰ নাম লিখা?
ঞ) টেটোনৰ ভাবোদয় কেনেদৰে ঘটিল?
ট) 'টেটোন তামুলি' কাৰ ৰচনা আৰু এই খন কোন শ্ৰেণীৰ নাটক?
ঠ) কবিয়ে বশিষ্টাশ্রমক কি বুলি অভিহিত কৰিছে?
৩) যিকোনো দহটা (১০) প্রশ্নৰ উত্তৰ কৰ।৩ × ১০ = ৩০
ক) বিশ্বপুথি অধ্যয়নৰ উপকাৰিত সম্পর্কে লিখা।
খ) 'গৌৰৱ তুলনাৰ পৰা ওপজে' কথাষাৰ ব্যাখ্যা কৰা।
গ) বধকাব্যৰ প্ৰধান উদ্দেশ্য সম্পর্কে চমুকৈ লিখা।
ঘ) পৰিৱেশ প্রদূষণ নিয়ন্ত্রন সম্পর্কে বুজাই দিয়া।
ঙ) দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ কি কি?
চ) ধনবৰ আৰু বৰ্তনী কোন? ধনববে এনেদৰে বিলাপ কৰৰ কাৰণ কি?
ছ) ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য লিখা।
জ) বশিষ্ঠাশ্ৰমৰ প্রাকৃতিক সৌন্দৰ্যৰ এটি বিৱৰণ দাঙি ধৰা।
ঝ) টোটোন তামুলি নাটক্স হাস্যৰস সম্পর্কে লিখা।
ঞ) ওখ পর্বতবোৰত কেনেধৰণৰ স্মৃতিৰ প্রতিধ্বনি শুনিবলৈ পাইছে?
Previous Year Question Papers
৪) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা। (যিকোনো দুছোৱা)৫ × ২ = ১০
ক) গাত গ লগাই কপৌ দুটিয়ে
মুখত মুখ দি আছে।
অকনিৰ বুকুত ইটিক সুমাই
সিটিয়ে মৰম যাচে।।
খ) ফুটুকাৰ তলতে যখিনী ছোৱালী
টুক টুক চাপৰি বায়, ধনাইব ছাঁতে বতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়।
গ) জগতৰ ক্ৰান্তিবোৰৰ মূলতে আছিল সাহিত্য।
ঘ) ভক্তিধর্ম প্রচাৰেই কাব্যৰ মূল প্ৰেৰণা।
৫) বধকাব্যসমূহৰ প্রধান বৈশিষ্ট্যসমূহ কি কি বিৱবি লিখা।
অথবা
বিশ্বপুথিত সকলো কথা কেনেদৰে দেখুওৱা হৈছে?
৬) বিহুব উৎপত্তি সম্পর্কে প্রচলিত মতবাদসমূহ আলোচনা কৰা।
অথবা
'গৌৰৱ' প্রবন্ধত অসমীয়া জীবনত বংশ মর্যাদাই কেনেদৰে প্রভাৱ বিস্তাৰ কৰাৰ কথা কোরা হৈছে?
৭) শেল মেলা কেতিয়া অনুষ্ঠিত হয়? সেই মেলাব বিশেষত্ব কি তাৰ বর্ণনা দিয়া।
অথবা
ভূমিকম্প হৈ থকা সময়ত আমি কি কৰা উচিত?
৮) মন্ত্রীসকলে ৰাৱনক বিভীষনৰ হিত উপদেশৰ বিপৰীতে কেনেধৰণৰ উপদেশ দিছিল? ৪
'বনকুঁৱৰী কবিতাটোৰ মূলভব লিখা।
অথবা
৯) 'টেটোন তামুলি' নাটকত উনবিংশ শতিকাৰ শেষ ভাগৰ অসমৰ গ্রাম্য সমাজৰ চিত্ৰ কেনেদবে প্রকাশ পাইছে আলোচনা কৰা। 8
অথবা
'টেটোন তামুলি' চৰিত্ৰটো বিশ্লেষণ কৰা।
১০) ভাব সম্প্ৰসাৰণ কৰা। (যিকোনো এছোবা)
1) আঁঠুরা চাই ঠেং মেলা।
2) ভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। 8
3) তলত দিয়া একে উচ্চাবিত ভিন্ন বানানৰ শব্দবোৰৰ পৰা যিকোনো তিনিটা শব্দব অর্থ খি বাক্য ৰচনা কৰা।
হাট-হাত, পানি-পানী, সাপ-শাপ, কাহ-কাঁহ
-0000-
Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers
- ASSEB Class 11 Assamese (MIL) Question Paper 2014
- ASSEB Class 11 Assamese (MIL) Question Paper 2015
- ASSEB Class 11 Assamese (MIL) Question Paper 2016
- ASSEB Class 11 Assamese (MIL) Question Paper 2017
- ASSEB Class 11 Assamese (MIL) Question Paper 2018
- ASSEB Class 11 Assamese (MIL) Question Paper 2019
- ASSEB Class 11 Assamese (MIL) Question Paper 2021
- ASSEB Class 11 Assamese (MIL) Question Paper 2022
- ASSEB Class 11 Assamese (MIL) Question Paper 2023
- ASSEB Class 11 Assamese (MIL) Question Paper 2024