AHSEC Class 11 Assamese (MIL)
2018
ASSAMESE
(MODERN INDIAN LANGUAGE)
Full Marks: 100
Time: Three hours
The figures in the margin indicate full marks for the questions.
১। উত্তৰ লিখাঃ ১x৮=৮
(ক) সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
(খ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
(গ) গৌৰৱ কেই ঠাইৰ পৰা উৎপন্ন হয়?
(ঘ) ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ?
(ঙ) শপেনহাৱাৰ কোন আছিল?
(চ) কে'ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
(ছ) প্রথম আহোম বজাজনৰ নাম কি?
(জ) মাউন্ট এভাবেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
২। যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখা: ২x৫=১০
(ক) ধনব দুই প্রকাবৰ ব্যৱহাৰ কি কি?
(খ) ডান্টে কোন দেশৰ কবি? তেওঁৰ বিখ্যাত কাব্যগ্রন্থখনৰ নাম লিখা।
(গ) “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোবহে।" কথাষাৰ কোনে, কাব আগত কৈছিল?
(ঘ) দার্শনিক বেকনে কিতাপ পঢ়াৰ সম্পৰ্কত কি দিহা দিছিল?
(ঙ) হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা।
(চ) ইউৰোপত মধ্যযুগত স্থাপন হোৱা যিকোনো দুখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
(ছ) চৰাইচোং কোনে কিহৰ বাবে স্থাপন কৰিছিল?
(জ) প্রথম অসমীয়া এভাবেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
৩। যিকোনো চাবিটা প্রশ্নৰ উত্তৰ লিখা: ৪x৪=১৬
(ক) রূপ আৰু স্বাস্থ্যৰ পবা গৌৰব কেনেকৈ উপজিব পাবে, বুজাই লিখা।
(খ) এডবার্ড গিবনৰ চমু পৰিচয় দিয়া।
(গ) কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদানকার্য সম্পর্কে চমুকৈ আলোচনা কৰা।
(ঘ) পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?
(ঙ) গান্ধীজীৰ প্রথম অসম ভ্রমণ সম্পর্কে এটি টোকা লিখা।
(চ) “কিছুমান কিতাপে বাইজৰ ওপৰত অদ্ভূত প্রভাৱ পেলায়।" কথাষাৰ বুজাই লিখাঁ।
(ছ) "ধন ঘটিবলৈ উজু, কিন্তু বাখিবলৈ টান" এই কথাব সাবমর্ম ব্যাখ্যা কৰা।
৪। যিকোনো এটাৰ চমু টোকা লিখা:
প্রকৃত গৌৰৱৰ কাৰণ
অসমৰ লোক ক্রীড়া
প্রফুল্ল দত্ত গোস্বামী
(খ) দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা।
(গ) প্রথম অসমীয়া ৰোমান্টিক কবি কোন?
৬। যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা: ১×৩=৩
(ক) 'নাগপাশ' কি? হনুমানক কোনে নাগপাশেৰে বান্ধিছিল?
(খ) 'জলনিধি' আৰু 'মহদানন্দ' শব্দৰ অৰ্থ লিখা।
(গ) মালিতা কি? ই কেইবিধ?
(ঘ) জোনাকী যুগৰ ত্রিমূর্তি বুলি কাক কাক বুজোৱা হয়?
(ঙ) দেৱকান্ত বৰুৱাই কাক, কিয় মাতুল ঘাতক নবী বুলি কৈছে?
(চ) ৰাজপথ কবিতাটিৰ ৰচক কোন? কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশ পাইছিল?
(ছ) হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।
৭। যিকোনো দুছোৱা ব্যাখ্যা কৰা: ৪x২=৮
(ক) লংকা পুৰি হনুমন্ত গৈল যেন মতে। আপুনিয়ো দেখিলাহা পাত্র সমন্বিতে।।
(খ) দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া, দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া।
(গ) খোপাত পিন্ধিছে বনৰ পখিলা, আটাই আপোন ধন। বন ফুলৰ মৌ পিছে কোনোরে বা শান্ত হ মানুহ মন।
(ঘ) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী।
Previous Year Question Papers
৮। মূলভাব লিখা: (যিকোনো এটাব)
বৰগীত: জয় জয় যাদব, ধনবৰ বতনী, এখন চিঠি।
৯। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্প পুথিখনৰ নাম লিখা।
১০। যিকোনো এটার উত্তব লিখা:
(ক) 'বিয়াৰ প্রেজেন্ট' গল্পটো প্রথমতে কোনখন আলোচনীত প্রকাশ পাইছিল? এই গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
(খ) “তেনেহলে তুমি বিয়ালৈ আৰু নগ'লাই? তেওঁলোকে বেয়া নেপাবনে চাগৈ?" কথাষাৰ কোনে, কাক কৈছিল?
১১। যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা:
(ক) নাজিয়া কিয় অকলে বিয়ালৈ যাবলগীয়া হৈছিল, বুজাই লিখা।
(খ) 'বিয়াৰ প্রেজেন্ট' গল্পটোত মানৱতাবাদৰ প্রকাশ কিদৰে ঘটিছে, চমুকৈ আলোচনা কৰা।
১২। উত্তৰ দিয়া:
(ক) কুশল কোঁৱৰ কাৰ আজো নাতি?
(খ) কুশল কোঁৱৰে কাৰ আগত নিজৰ শেষ বাণী দিছিল?
১৩। যিকোনো এটা প্রশ্নৰ উত্তৰ লিখাঃ ১×২=২
(ক) কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম লিখা।
(খ) “মোৰ মানত মহাত্মা গান্ধী এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু।" কথাষাৰ কোনে কাৰ আগত কৈছিল?
১৪। যিকোনো দুটাৰ উত্তৰ লিখা:
(ক) কুশল কোঁৱৰ নাটকৰ নাট্যকাৰ কোন? নাট্যকাৰ ৰূপে তেওঁৰ চমু পৰিচয় দাঙি ধৰা।
(খ) কুশল কোঁৱৰে স্কুল এৰাত তেওঁৰ দেউতাকৰ প্রতিক্রিয়া কেনে আছিল, লিখা।
(গ) কুশল কোঁৱৰ নাটকত থকা ডাৰোগাজনৰ নাম কি? তেওঁৰ আগত কুশল কোঁৱৰে নিজৰ বংশৰ বিষয়ে কি কৈছে?
১৫। যিকোনো এটাৰ চমু টোকা লিখা: কুশল কোঁৱৰ নাটকৰ প্ৰভাৱতী, সৰুপথাৰৰ ৰেল দুর্ঘটনা। ৬
১৬। অসমীয়াত শব্দৰ আদিস্থানত 'ব' আৰু 'য়' ব ব্যৱহাৰ হয়নে? সংস্কৃতৰ আদিস্থানব 'ব' আৰু 'য়' অসমীয়াত কি হিচাপে লিখা হয়? ২
অথবা
অ স্বৰটোৰ সোঁফালে ওপৰত উর্দ্ধকমা দি লিখা অ' স্বৰেবে গঠিত চাবিটা শব্দ লিখা।
১৭। অসমীয়া ভাষাত চন্দ্রবিন্দুৰ ব্যৱহাৰ ক'ত ক'ত নহয়, উদাহবণসহ লিখা।
অথবা
তলত দিয়া চাৰিযোৰ সমোচ্চাৰণ শব্দৰ অর্থব পার্থক্য দেখুওৱা:
কাণ কান
গুলি গুলী
ধুতি ধৃতি
অণু অনু
চাল ছাল
শব সব
১৮। ভাৱ সম্প্ৰসাৰণ কৰা:
যত্ন কৰিলে ৰত্ন পায়।
অথবা
যেনে কুকুৰ তেনে টাঙোন।
-000000-
Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers
- ASSEB Class 11 Assamese (MIL) Question Paper 2014
- ASSEB Class 11 Assamese (MIL) Question Paper 2015
- ASSEB Class 11 Assamese (MIL) Question Paper 2016
- ASSEB Class 11 Assamese (MIL) Question Paper 2017
- ASSEB Class 11 Assamese (MIL) Question Paper 2018
- ASSEB Class 11 Assamese (MIL) Question Paper 2019
- ASSEB Class 11 Assamese (MIL) Question Paper 2021
- ASSEB Class 11 Assamese (MIL) Question Paper 2022
- ASSEB Class 11 Assamese (MIL) Question Paper 2023
- ASSEB Class 11 Assamese (MIL) Question Paper 2024